অধ্যায়-১
ভাৰতবৰ্ষৰ বাণিজ্যিক বেংক
সম্ভাৱ্য প্ৰশ্নাৱলীঃ
A) অতি চমু উত্তৰঃ
১। বেংক হ'ল ধনৰ লেনদেন কৰা একপ্ৰকাৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান।
২। ভাৰতবৰ্ষ তিনিটা প্ৰেছিডেন্সি বেংক আছিল।
৩। ভাৰতৰ প্ৰথমতো প্ৰেছিডেন্সি বেংক ১৮০৯ চনত প্ৰতিষ্ঠা কৰা হয়।
৪। ইম্পিৰিয়েল বেংক অব ইণ্ডিয়াক ১৯৫৫ চনত ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
৫। ইম্পিৰিয়ে বেংক ১৯২১ চনত স্থাপন কৰা হৈছিল। (১৯২১)
৬। তিনিটা প্ৰেছিডেন্সি বেংক লগলগাই ১৯২১ চনত ইম্পিপৰিয়ে বেংক অব ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয়।
৭। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটো ১৯৩৫ চনত স্থাপন কৰা হয়।
৮। ১৯৫৫ চনত ভাৰতীয় ষ্টেট বেংক স্থাপন কৰা হয়।
৯। ভাৰতবৰ্ষত মুঠ ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকৰ সংখ্যা হ'ল ২৭।
১০। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে ১৪ টা প্ৰধান বাণিজ্যিক বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।
B) চমু উত্তৰ দিয়াঃ ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ ) ঃ
১) এজেন্সি হাউচ।
২) বেংকৰ প্ৰকৃতি ।
৩) ভাৰতৰ্বষৰ বাণিজ্যিক বেংকিং ।
৪) ইম্পিৰিয়েল বেংক অব ইণ্ডিয়া ।
৫) প্ৰেছিডেন্সি বেংক ।
৬) অগ্ৰণী বেংক আঁচনি ।
৭) বেংকৰ ৰাষ্ট্ৰীয়কৰণ ।
৮) শাখা বেংকিং।
৯) অনুসূচীভূক্ত বেংক ।
১০) ঘৰুৱা খণ্ডৰ বেংক ।
১১) ৰাজহুৱা খণ্ডৰ বেংক ।
১২) অনা-অনুসূচীভূক্ত বেংক।
C) বহলাই লিখাঃ ( প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে ৮ নম্বৰৰ পৰা ১০ নম্বৰ )
১। ভাৰতত বেংক ব্যৱসায়ে কিদৰে আজিৰ আধুনিক ৰূপ পালেহি চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
২। প্ৰেছিডেন্সি বেংক বুলিলে কি বুজা ? ভাৰতবৰ্ষত প্ৰেছিডেন্সি বেংকৰ গুৰুত্ব বৰ্ণনা কৰা ।
উত্তৰঃ
৩। ইম্পিৰিয়েল বেংক কাক বোলে ? ইম্পিৰিয়েল বেংকৰ সংগঠন আৰু ইয়াৰ কাৰ্যাৱলীসমূহ চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ
৪। বেংকৰ ৰাষ্ট্ৰীয়কৰণ বুলিলে কি বুজা ? বেংক ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্য ব্যাখ্যা কৰা ।
উত্তৰঃ
৫। ভাৰতীয় ষ্টেট বেংক স্থাপনৰ মূল উদ্দেশ্য ব্যাখ্যা কৰা ।
উত্তৰঃ
৬। ভাৰতীয় ষ্টেট বেংক আৰু ইয়াৰ সহযোগী গোষ্ঠীৰ ওপৰত কি জানা চমুকৈ বৰ্ণনা কৰা ।
উত্তৰঃ
৭। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ বিষয়ে কি জানা লিখা ?
উত্তৰঃ
৮। শাখা আৰু বেংকিংৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৯। প্ৰাক-স্বাধীনোত্তৰ কালত বেংকৰ প্ৰগতিৰ বিষয়ে বৰ্ণনা কৰা।
১০। স্বাধীনোত্তৰ ভাৰতবৰ্ষত বেংকৰ প্ৰগতিৰ বিষয়ে কি জানা আলোচনা কৰা ।
উত্তৰঃ
Type: Krishna Bora
Post ID : DABP004205