ভাৰতীয় ৰিজাৰ্ভ বেংক

Reserve Bank of India

 অধ্যায়-২

 A) অতি চমু উত্তৰ ( প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে ১ নম্বৰ ) ঃ

১। ভাৰতীয় ৰিজাৰ্ভ বেংক ________ চনত পৰা ইয়াৰ কাম-কাজ আৰম্ভ কৰে । ( ১৯৩৫ )

২। ভাৰতীয় ৰিজাৰ্ভ বেংক  আইন ________ চনত প্ৰণয়ন কৰা হৈছিল । ( ১৯৩৪ ) 

৩। _______ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হয় । ( ১৯৪৮ )

৪। কেন্দ্ৰীয় বেংক হিচাপে ভাৰতীয় ৰিজাৰ্ভ বেংকক _________ বেংক হিচাপেও অভিহিত কৰা হয় । [(১) বেংকৰ বেংক আৰু (২) চৰকাৰৰ বেংক ] 

৫। ________ বেংকক ভাৰতৰ কেন্দ্ৰীয় বেংক বোলা হয়। ( ভাৰতীয় ৰিজাৰ্ভ )

৬। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সঞ্চালক মণ্ডলীত __________ জন সঞ্চালক থাকে। ( ২০ )

৭। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সুপৰিচালনাৰ বাবে _________ খন স্থানীয় পৰিষদ থাকে । ( ৪ )

৮। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক পৰিষদৰ সংখ্যা বৰ্তমানে _________  খন । ( ৭ )

B) চমু উত্তৰ দিয়া ( প্ৰতিটো প্ৰশ্ন উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ ) ঃ

১। ভাৰতীয় ৰিজাৰ্ভ বেংক । 

২। ৰিজাৰ্ভ বেংকৰ বহিঃসংগঠন । 

৩। ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ । 

৪। ৰিজাৰ্ভ বেংকৰ নোট প্ৰবৰ্তনৰ অধিকাৰ । 

৫। নগদ সংৰক্ষণ অনুপাত ।

৬। বিধিবদ্ধ তাৰল্য অনুপাত । 

৭। বাট্টা হাৰ ।

৮। ঋণ নিয়ন্ত্ৰণ ।

৯। মাৰ্জিন আৱশ্য়কতা । 

১০। মুকলি বজাৰ লেন-দেন ।


C)  বহলাই লিখা ( প্ৰতিটো প্ৰশ্নৰ উত্তৰৰ বাবে ৮ নম্বৰৰ পৰা ১০ নম্বৰ )

১। ভাৰতৰ কেন্দ্ৰীয় বেংক হিচাপে ৰিজাৰ্ভ বেংক অব কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা । 

উত্তৰঃ 

২। বেংকৰ বেংক হিচাপে ৰিজাৰ্ভ বেংকৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ 

৩। ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংক হিচাপে নোট প্ৰবৰ্তনৰ অধিকাৰ লাভ কৰে । আলোচনা কৰা । 

উত্তৰঃ 

৪। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সংগঠনৰ বিষয়ে চমুকৈ আলোচনা কৰা । 

উত্তৰঃ 

৫। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণ বুলিলে কি বুজা ?

উত্তৰঃ

৬। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঋণ নিয়ন্ত্ৰণৰ সঁজুলিবোৰ আলোচনা কৰা । 

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)






Type: Krishna Bora  



Post ID: DABP004212