অনা বেংক বিত্তীয় অনুষ্ঠান

 Non Bank Financial Instiution

অধ্যায়-৪ 

A) অতি চমু উত্তৰ ( প্ৰতিটো উত্তৰৰ বাবে ১ নম্বৰ )

১। ভাৰতীয় উদ্যোগিক বিত্ত নিগম _________ চনত স্থাপন কৰা হৈছিল । ( ১৯৪৮ ) 

২। ভাৰতীয় উদ্যোগিক বিকাশ বেংক _________ চনত স্থাপন কৰা হৈছিল । ( ১৯৬৪ )

৩। কৃষি আৰু গ্ৰামোন্নয়নৰ জাতীয় বেংক ________ চনত স্থাপন কৰা হৈছিল । ( ১৯৮২ ) 

৪। ভাৰতীয় ইউনিট ট্ৰাষ্ট ________ চনত স্থাপন কৰা হয় হৈছিল । ( ১৯৬৪ ) 

৫। ভাৰতীয় জীৱন বীমা নিগম ________ চনত প্ৰতিষ্ঠা হৈছিল ।( ১৯৫৬ ) 

৬। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সদস্য ৰাষ্ট্ৰ সংখ্যা হ'ল মুঠ _______ খন । ( ১৫৭ )

৭। বিশ্ব বেংক _________ চনত স্থাপন কৰা হয়। ( ১৯৪৫ চনৰ ২৭ ডিচেম্বৰত )

৮। আন্তৰ্জাতিক মুদ্ৰানিধি স্থাপনৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ________ ত আলোচনা কৰা বাবে ৪৪ খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে যোগদান কৰিছিল । ( ব্ৰিটন উড ) 

৯। আন্তৰ্জাতিক উন্নয়ন সংস্থা, বিশ্ববেংক  আৰু আন্তৰ্জাতিক বিত্ত নিগমৰ __________ হিচাপে কাৰ্য সম্পাদন কৰে । (পৰিপূৰক সংস্থা ) 


B) চমু উত্তৰ দিয়া ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ )

১। উন্নয়নী বেংক । 

২। অনা-বেংক বিত্তীয় প্ৰতিষ্ঠান । 

৩। আন্তৰ্জাতিক বিত্তীয় প্ৰতিষ্ঠান । 

৪। বিশ্ব বেংক । 

৫। আন্তৰ্জাতিক উন্নয়ন সংস্থা । 

৬। ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়া । 

৭। সাধাৰণ বীমা নিগম । 

৮। মুদ্ৰা বজাৰৰ সমভাগী যৌথ নিধি । 


C) বহলাই লিখা ( প্ৰতিটো উত্তৰৰ বাবে ৮ নম্বৰৰ ১০ নম্বৰ

১। উদ্যোগিক বিত্ত নিগমৰ বিষয়ে কি জানা লিখা ? 

উত্তৰঃ 

২। ৰাজ্যিক বিত্তীয় নিগম প্ৰতিষ্ঠাৰ উদ্দেশ্য সম্পৰ্কে বহলাই লিখা ?

উত্তৰঃ

৩। ৰাজ্যিক উদ্যোগিক উন্নয়ন নিগমৰ বিষয়ে চমুকৈ লিখা ?

উত্তৰঃ 

৪। ভাৰতীয় উদ্যোগিক বিকাশ বেংকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ

৫। নাবাৰ্ড স্থাপনৰ মূল উদ্দেশ্য কি বহলাই লিখা ।

উত্তৰঃ

৬। ইউনিট ট্ৰাষ্ট অব ইণ্ডিয়াৰ বিষয়েক জানা চমুকৈ লিখা ।

উত্তৰঃ

৭। ভাৰতীয় জীৱন বীমা নিগমৰ ওপৰত এটা চমুটোকা লিখা ।

উত্তৰঃ 

৮। সাধাৰণ বীমা নিগমৰ ব্যৱসায়ৰ গুৰুত্ব ব্যাখ্যা কৰা ।

উত্তৰঃ 

৯। আন্তৰ্জাতিক বিত্তীয় অনুষ্ঠানৰ বিষয়ে চমুকৈ লিখা । 

উত্তৰঃ 

১০। আন্তৰ্জাতিক মুদ্ৰা নিধিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ

১২। আন্তৰ্জাতিক বিত্ত নিগমৰ ওপৰত চমুটোকা লিখা ।

উত্তৰঃ

১৩। এচিয়ান বিকাশ বেংকৰ বিষয়ে আলোচনা কৰা ।

উত্তৰঃ



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type : Krishna Bora  




Post ID : DABP004213