হস্তান্তৰ যোগ্য পত্ৰ 

Negotiable Instrument 

অধ্যায়-৫

A) অতি চমু উত্তৰ ( প্ৰতিটো উত্তৰৰ বাবে ১ নম্বৰ 

১। হস্তান্তৰযোগ্য দলিল সদায় ________ আকাৰতহে হ'ব পাৰে । ( লিখিত ) 

২। প্ৰতিশ্ৰুতি পত্ৰত সদায় _________ আদায় দিয়াৰ প্ৰতিশ্ৰুতিহে  হ'ব লাগে । ( ধন )

৩। বিনিময় পত্ৰত সদায় _________ পক্ষ জড়িত হৈ থাকে। (তিনিটা) 

৪। কোনো এজন নিৰ্দিষ্ট ব্য়ক্তিলৈ চেকৰ পৃষ্ঠাংকন কৰাকে ________ পৃষ্ঠাংকন বোলা হয়। ( নিষেধমূলক )

৫। হস্তান্তৰযোগ্য পত্ৰ আইনত _________ পত্ৰক বিধিবদ্ধ হস্তান্তৰযোগ্য পত্ৰ হিচাপে মান্যতা দিয়ে । ( চাৰিবিধ )


B) চমু উত্তৰ দিয়া ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ )

১। বিনিময় পত্ৰ । 

২। প্ৰতিশ্ৰুতি পত্ৰ । 

৩। মুদ্দনি হুণ্ডি ।

৪। দৰ্শনী হুণ্ডি ।

৫। পৃষ্ঠাংকন ।

৬। চৰ্তসাপেক্ষ পৃষ্ঠাংকন ।

৭। ধাৰক ।

৮। ছেনছ ৰিফ'ৰ্ছ পৃষ্ঠাংকন ।

৯। যথাবিহিত ধাৰক ।

১০। যথাবিহিত পৰিশোধ ।


C) বহলাই লিখা (প্ৰতিটো উত্তৰৰ বাবে ৮ নম্বৰৰ পৰা ১০ নম্বৰ )

১। হস্তান্তৰযোগ্য পত্ৰ বুলিলে কি বুজা ? ইয়াৰ মূল বৈশিষ্ট্যবোৰ আলোচনা কৰা ।

উত্তৰঃ

২। হস্তান্তৰযোগ্য পত্ৰ আৰু আন পত্ৰৰ মাজৰ পাৰ্থক্য লিখা ।

উত্তৰঃ

৩। বিভিন্ন প্ৰকাৰৰ হস্তান্তৰযোগ্য পত্ৰসমূহ কি কি ? বৰ্ণনা কৰা।

উত্তৰঃ

৪। চেক বুলিলে কি বুজা ? আলোচনা কৰা ।

উত্তৰঃ 

৫। প্ৰতিশ্ৰুতি পত্ৰ বুলিলে কি বুজা ? ব্যাখ্যা কৰা ।

উত্তৰঃ

৬। প্ৰতিশ্ৰুতি পত্ৰ আৰু বিনিময় পত্ৰৰ মাজৰ পাৰ্থক্য উল্লেখকৰা ।

উত্তৰঃ 

৭। প্ৰতিশ্ৰুতি পত্ৰ আৰু চেকৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা ।

উত্তৰঃ 

৮। হস্তান্তৰযোগ্য পত্ৰ বুলিলে কি বুজা ? হস্তান্তৰযোগ্য পত্ৰৰ  ধাৰক হ'বলৈ কোনবোৰ দিশ আৱশ্যকীয় ? উল্লেখ কৰা ।

উত্তৰঃ 

৯। বিনিময় পত্ৰ বুলিলে কি বুজা ?বিনিময় পত্ৰৰ বিভিন্ন পক্ষবোৰ ব্যাখ্যা কৰা ।

উত্তৰঃ

১০। যথাবিহিত ধাৰক বুলিলে কি বুজা ?কেনে পৰিস্থিতিত এজন ব্যক্তি হস্তান্তৰযোগ্য পত্ৰৰ ধাৰক হ'ব পাৰে ? উল্লেখ কৰা ।

উত্তৰঃ

১১। যথাবিহিত পৰিশোধ মানে কি বুজা ? যথাবিহিত পৰিশোধৰ আৱশ্যকীয় দিশসমূহ ব্যাখ্যা কৰা ।

উত্তৰঃ

১২। পৃষ্ঠাংকন বুলিলে কি বুজা ? বিভিন্ন প্ৰকাৰৰ পৃষ্ঠাংকনৰ বিষয়ে উল্লেখ কৰা ?

উত্তৰঃ

১৩। প্ৰতিশ্ৰুতি পত্ৰ, বিনিময় পত্ৰ আৰু চেকৰ আৰ্হি প্ৰস্তুত কৰি দেখুওৱা ।

উত্তৰঃ 


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type : Krishna Bora   




Post ID : DABP004214