পৰিসংখ্যা বিজ্ঞানৰ প্ৰাৰম্ভিক ধাৰণা | Chapter 5 | [ Introduction to Statistics ] | Class 11 Commerce (Commercial Mathematics and Statistics), Question and Answer | Class 11 Commerce (Commercial Mathematics and Statistics), Solution | 1st Year Commerce (Commercial Mathematics and Statistics), Suggestion Assamese Medium | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাবে প্ৰশ্ন আৰু উত্তৰ | বাণিজ্যিক গণিত আৰু পৰিসংখ্যা বিজ্ঞান  | 


পৰিসংখ্যা বিজ্ঞানৰ প্ৰাৰম্ভিক ধাৰণা

[ Introduction to Statistics ]

Chapter 5


প্ৰশ্নাৱলী [Exercises]

 

1. পৰিসংখ্যা বিজ্ঞান কাক বোলে ? পৰিসংখ্যা বিজ্ঞানৰ আদি কথা আৰু তাৰ ক্ৰমোন্নতিৰ বিষয়ে লিখা।

 (What is Statistics ? Write a brief note on the origin and development of statistics.)


2. পৰিসংখ্যা বিজ্ঞানৰ মূল লক্ষণসমূহ কি কি ?

 (What are the characteristics of statistics?)


3. তলত উল্লেখ কৰাবিলাকৰ মাজত কেনেধৰণৰ সম্বন্ধ আছে বহলাই ব্যাখ্যা কৰা-

 (a) পৰিসংখ্যা বিজ্ঞান আৰু অৰ্থবিজ্ঞান।    (b) পৰিসংখ্যা বিজ্ঞান, বাণিজ্য আৰু শিল্প। (c) পৰিসংখ্যা বিজ্ঞান, ৰাষ্ট্ৰ আৰু শাসন পদ্ধতি।

(Elucidate the relationships that exist between the following : 

(a) Statistics and Economics, (b) Statistics, Commerce and Industry, (c) Statistics, State and Administration.)


4. পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰ বা গণ্ডী সম্পৰ্কে বহলাই আলোচনা কৰা।

    ( Discuss broadly the scope of Statistics.)


5. আধুনিক পৃথিৱীত পৰিসংখ্যা বিজ্ঞানৰ পৰিসৰ চমুকৈ ব্যাখ্যা কৰা।

  ( Explain briefly the scope of statistics in modern world.)


6. পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্ব বা প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা।

  ( Discuss briefly the limitations of statistics.)

  [ ইংগিত ঃ প্ৰশ্ন 4-ৰ সৈতে একে। ]


7. পৰিসংখ্যা বিজ্ঞানৰ সীমাবদ্ধতাবোৰ চমুকৈ আলোচনা কৰা।

  ( Discuss Briefly the limitations of statistics.)


8. "কেৱল অভিজ্ঞ মানুহেৰে পৰিসংখ্যা বিজ্ঞান প্ৰয়োগ কৰা উচিত।" -ব্যাখ্যা কৰা।

    ( "Only Experienced Persons should use statistics." -Explain. )


9. পৰিসংখ্যা বিজ্ঞানৰ প্ৰতি মানুহৰ অবিশ্বাসৰ কাৰণ সম্পৰ্কে লিখা।

   ( Write about the reasons for distrust of men in Statistics. )


10. ব্যৱসায়-বাণিজ্যত পৰিসংখ্যা বিজ্ঞানৰ ব্যৱহাৰ চমুকৈ আলোচনা কৰা।

    ( Discuss briefly the uses of statistics in business and commerce. )

    [ ইংগিত ঃ বাণিজ্যত পৰিসংখ্যা বিজ্ঞানৰ গুৰুত্ব সম্পৰ্কে ওপৰত চোৱা। ]


11. পৰিসাংখ্যিকীয় তথ্যৰাশিৰ বৈশিষ্ট্য়বোৰ কি কি ?

   ( What are the characteristics of statistical data? )

   [ ইংগিত ঃ পৰিসংখ্যা বিজ্ঞানৰ মূল লক্ষ্যণসমূহ চোৱা। পৰিসংখ্যা বিজ্ঞানৰ লক্ষণবোৰেই পৰিসাংখ্যিকীয় তথ্যৰ লক্ষণ। ]


12. তথ্য হিচাবে পৰিসংখ্যাৰ মূল বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

    ( Mention the basic characteristics of statistics as data. )


13. পৰিসংখ্যা বিজ্ঞানৰ কাৰ্যাৱলী অলোচনা কৰা।

   ( Discuss the functions of Statistics. )


14. কিছুমান লক্ষণযুক্ত সত্য উক্তিক পৰিসাংখ্যিকীয় তথ্য আখ্যা দিয়া হয়। তলৰ উক্তিসমূহ পৰিসাংখ্যিকীয় তথ্য হয়নে ?

  ( Statements of facts possessing certain Characteristics are called statistical data. Are the following statements statistical data? )

   (a) এটা কাৰখানাৰ 50 জন বনুৱাৰ সাপ্তাহিক মজুৰি।

      ( Weekly wages of 50 workers in a factory )

  (b) মিষ্টাৰ X-অৰ ওজন 62 কিলোগ্ৰাম।

     ( Weight of Mr. X is 62 Kgs )

  (c) ৰমেনৰ উচ্চতা 6 ফুট, ৰহিমৰ ওজন 58 কিলোগ্ৰাম আৰু ডেভিদৰ মাহেকীয়া দৰমহা 8,400 টকা।

    ( Ramen's height is 6 feet, Rahim's weight is 58 Kgs, and David's monthly salary is Rs. 4,800.)

  (d) A-ৰ মাহেকীয়া দৰমহা 6,500 টকা; B-ৰ মাহেকীয়া দৰমহা 6,300 টকা আৰু C-ৰ মাহেকীয়া দৰমহা       9,700 টকা।

      ( A's monthly salary is Rs. 6,500, B's monthly salary is Rs. 6,300 and C's monthly salary is Rs.          9,700.)

   (e) এটা কোম্পানীৰ বিগত পাঁচটা বছৰৰ লাভসমূহ।

       ( The profit margins of a company during the last five years )

  (f)  প্ৰথম দহটা স্বাভাৱিক সংখ্যা।

    ( The first ten natural numbers )

  (g) প্ৰথম পাঁচটা ধনাত্মক সংখ্যাৰ বৰ্গসমূহ।

     ( The squares of the first five positives integers. )

     [ Ans : (a) হয়,   (b) নহয়,   (c) নহয়,    (d) হয়,    (e) হয়,   (f) নহয়,   (g) নহয়। ]


15. খালি ঠাই পূৰ কৰা (Fill in the gaps) :

  (i) পৰিসংখ্যা বিজ্ঞান ------- বিজ্ঞান।

 (ii) পৰিসংখ্যা বিজ্ঞানে যিকোনো কথাই প্ৰমাণ --------- ।

 (iii) --------- ভাবে প্ৰকাশ কৰিলেই যিকোনো পৰিসংখ্যা নহয়।

 (iv) পৰিসংখ্যা বিজ্ঞানৰ অৰ্থ --------- উভয়তে দিব পাৰি।

 (v) পৰিসংখ্যা বিজ্ঞান আলতীয়া মাটিৰ দৰে যাৰ পৰা ইচ্ছা কৰিলে -------- সাজিব পাৰি।

 (vi) তথ্যৰ অৰ্থ হ'ল --------- ।

      [ Ans : (i) ৰজাৰ,   (ii) নকৰে,   (iii) শুদ্ধ,   (iv) একবচন আৰু বহুবচন,   (v) দেৱতাৰ মূৰ্ত্তি আৰু     ইচ্ছা কৰিলে দানবৰ মূৰ্ত্তি,  (vi) জোখ বা গণনাৰ জৰিয়তে সংগ্ৰহ কৰা সাংখ্যিক মান। ]  


16. পৰিসংখ্যা বিজ্ঞান মিছলীয়া মানুহৰ বিজ্ঞান- মন্তব্য দিয়া।

   (Statistics is the science of liers- comment.)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Type : Himashree Bora.