পৰিসাংখ্যিকীয় অনুসন্ধান | Chapter 6 | [ Statistical Investigation ] | Class 11 Commerce ( Commercial Mathematics and Statistics ), Question and Answer | Class 11 Commerce (Commercial Mathematics and Statistics ), Solution | HS 1st Year Commerce (Commercial Mathematics and Statistics), Suggestion Assamese Medium | উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাবে প্ৰশ্ন আৰু উত্তৰ | বাণিজ্যিক গণিত আৰু পৰিসংখ্যা বিজ্ঞান | 

পৰিসাংখ্যিকীয় অনুসন্ধান 

[ Statistics Investigation ]

Chapter 6


প্ৰশ্নাৱলী [Exercises]


1. উদাহৰণ  সহ ব্যাখ্যা কৰা---

   (i) চলক,    (ii) বিচ্ছিন্ন চলক,    (iii) অবিচ্ছিন্ন চলক 

   (Illustrate giving examples :

   (i) Variable,   (ii) Discrete Variable,   (iii) Continuous Variable)


  2. মুখ্য তথ্য আৰু গৌণ তথ্যৰ পাৰ্থক্য কি ?

   (What is the difference between primary data and secondary data?)


3. পৰিসাংখ্যিকীয় অনুসন্ধান কি ? মৌলিক তথ্য আৰু গৌণ-তথ্যৰ পাৰ্থক্য দেখুওৱা। প্ৰাথমিক তথ্যৰ সুবিধা-অসুবিধাসমূহ আলোচনা কৰা।

  (What is statistical investigation ? Point out the difference between primary data and secondary data. Discuss the merits and demerits of primary data.)


4. গৌণ তথ্য সংগ্ৰহৰ বিভিন্ন প্ৰণালীসমূহ আলোচনা কৰা আৰু ইহঁতৰ আপেক্ষিক সুবিধা সম্পৰ্কে মন্তব্য দিয়া। 

  (Discuss the various methods of collecting primary data and comment on their relative advantages.)


5. 'গৌণ তথ্য'ৰ সংজ্ঞা দিয়া। গৌণ তথ্য সংগ্ৰহৰ বিভিন্ন উৎসবোৰ উল্লেখ কৰা আৰু এই তথ্যবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰয়োজনীয় সাৱধানতা অৱলম্বনৰ বিষয়ে উল্লেখ কৰা।

  (Define 'Secondary data'. State the chief sources of secondary data and point out the precautions necessary for using them.)


6. গৌণ তথ্য ব্যৱহাৰ কৰা সময়ত কি কি সাৱধানতা অবলম্বন কৰিবা ?


7. তপচীল আৰু প্ৰশ্নাৱলীৰ তালিকা বুলিলে কি বুজা ? তপচীল আৰু প্ৰশ্নাৱলীৰ তালিকা প্ৰস্তুত কৰোঁতে লক্ষ্য কৰিবলগীয়া দৰকাৰী কথাকেইটা আলোচনা কৰা।

  (What are schedules and questionnaire ? Discuss the important points to be noted while preparing schedules and questionnaire.)


8. প্ৰশ্ন তালিকা বা প্ৰশ্নাৱলীৰ তালিকা বুলিলে কি বুজা  ? এখন ভাল প্ৰশ্নতালিকাত থাকিবলগীয়া গুণসমূহ কি কি ?

 (What do you mean by a questionnaire ?  What are the essential qualities of a good questionnaire?)


9. 'পৰিসাংখ্যিকীয় অনুসন্ধান' বুলিলে কি বুজা ? পৰিসাংখ্যিকীয় অনুসন্ধানৰ বিভিন্ন স্তৰসমূহ ব্যাখ্যা কৰা।

 (What is meant by 'Statistical Enquiry' ? Describe the different stages of a statistical enquiry.) 


10. ব্যাখ্যা কৰা- সমষ্টি, নমুনা বা প্ৰতিৰ্দ, প্ৰতিচয়ন তথ্য।

 (Illustrate- Population, Sample, Sampling, data.)


11. পিয়ল বা পূৰ্ণ গণনা  প্ৰণালী আৰু প্ৰতিদৰ্শ প্ৰণালীৰ প্ৰভেদ উল্লেখ কৰা । দুয়োটা প্ৰণালীৰে আপেক্ষিক সুবিধা অসুবিধাবোৰ উল্লেখ কৰা।

  (Distinguish between census and sample (sampling) methods of survey. Mention the relative advantages and disadvantages of both the methods.)


12. তথ্য সংগ্ৰহৰ ক্ষেত্ৰত পিয়ল পদ্ধতিৰ তুলনাত প্ৰতিচয়ন পদ্ধতিৰ সুবিধাসমূহ কি কি ?

 (What are the advantages of sampling method over census method in collecting of data?)


13. সমষ্টি আৰু প্ৰতিদৰ্শৰ মাজত পাৰ্থক্য কি ?

   (What is the difference between population and sample?)


14. সাংখ্যিকীয় একক নিৰ্বাচন সম্পৰ্কে এটা টোকা লিখা।

  (Write a note on the selection of statistical unit.)


15. এখন আদৰ্শ প্ৰশ্নপত্ৰৰ (বা প্ৰশ্নাৱলীৰ তালিকাৰ ) প্ৰয়োজনীয় বৈশিষ্ট্যবোৰ উল্লেখ কৰা।

 (Mention the essential features of a questionnaire.)


16. প্ৰশ্নপত্ৰ কি ? উত্তম প্ৰশ্নপত্ৰ এখনৰ বৈশিষ্ট্যবোৰ কি কি ?

  (What is a questionnaire? What are the essential of a good questionnaire?)


17. তথ্য সংগ্ৰহৰ ক্ষেত্ৰত পিয়ল পদ্ধতিৰ তুলনাত প্ৰতিচয়ন পদ্ধতিৰ সুবিধাসমূহ কি কি ?

 (What are the advantages of sampling method over census method of collecting data?)

  [ ইংগিত ঃ পিয়ল আৰু প্ৰতিদৰ্শ প্ৰণালীৰ আপেক্ষিক সুবিধা অসুবিধাৰ তলত চাবা। ]

 

18. মুখ্য তথ্যৰ সুবিধা আৰু অসুবিধাসমূহ কি কি ?

   (What are the advantages and disadvantages of primary data?)


19. খালি ঠাই পূৰ কৰা (Fill in the blanks) :

    (i) প্ৰতিদৰ্শ হ'ল সমষ্টিৰ এটা ------- ।

    (ii) সমষ্টিৰ বৈশিষ্ট্যবোৰক -------- ।

    (iii) প্ৰাথমিক তথ্যবোৰ মূলতঃ -------- ।

    (iv) কোনো এটা অনুসন্ধানৰ বাবে পোন প্ৰথমবাৰৰ বাবে সংগৃহীত তথ্যক -------- বোলে।

    (v) অনুসন্ধানৰ ক্ষেত্ৰ ডাঙৰ আৰু উত্তৰদাতা শিক্ষিত হ'লে ------- পদ্ধতি তথ্য সংগ্ৰহৰ বাবে উপযুক্ত পদ্ধতি। 

    (vi) উত্তৰদাতা ------- হ'লে ডাকযোগে প্ৰশ্নতালিকা পঠিয়াই তথ্য সংগ্ৰহ হাতত ল'ব নোৱাৰি।

 [ উত্তৰঃ (i) অংশ, (ii) প্ৰাচল বোলে, (iii) মৌলিক,  (iv) মুখ্য বা প্ৰাথমিক তথ্য, (v) প্ৰতিদৰ্শ,  (vi) অশিক্ষিত ।] 


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)







Type : Himashree Bora.