পুঁজি বিনিয়োগ 

Empolyment of Funds 

অধ্যায়-৭

A) অতি চমু উত্তৰ ( প্ৰতিটো উত্তৰৰ বাবে ১ নম্বৰ ) 

১। বেংক হ'ল এক প্ৰকাৰ ________ প্ৰতিষ্ঠা । ( ধনৰ ব্যৱসায়ী ) 

২। অতিশীঘ্ৰে আৰু বিনা লোকচানে নগদ মুদ্ৰালৈ পৰিনবৰ্তন কৰিব পৰা বেংকৰ পৰিসম্পদৰ ক্ষমতাকে ________ বোলা হয়। (তাৰল্য) 

৩। নগদ তহবিলক বেংকে প্ৰথম শাৰীৰ _________ হিচাপে গণ্য কৰে । ( প্ৰতিৰক্ষা ) 

৪। ১৯৭৪ চনৰ পৰা বেংকসমূহে ৰিজাৰ্ভ বেংকত ৰাখিবলগীয়া নিম্নতম বিধিবদ্ধ নগদ তহবিলৰ পৰিমাণ হ'ল ________ ৰ পৰা উৰ্দ্ধতম ১৫%. ( ৩%) 

৫। সুস্থ বিনিয়োগ আৰু ঋণদান নীতিৰ এটা উল্লেখনীয় গুৰুত্বপূৰ্ণ দিশ হ'ল পুঁজিৰ ________। ( নিৰাপত্তা ) 

৬। বেংকে পুঁজি নিয়োগ কৰাৰ প্ৰধান  উদ্দেশ্য হ'ল __________ । ( আয় বৃদ্ধি কৰা ) 


B) চমু উত্তৰ দিয়া ( প্ৰতিটো উত্তৰৰ বাবে ৩ ৰ পৰা ৫ নম্বৰ)

১। বেংকৰ পৰিসম্বদ । 

২। তলবী ঋণ আৰু জাননী যোগে পৰিশোধনীয় ঋণ ।

৩। বিনিয়োগ ।

৪। বিল বাট্টাকৰণ । 

৫। বেংকৰ পৰিসম্পদৰ নিৰাপত্তা । 

৬। সাধাৰণ ঋণ । 

৭। নগদ ঋণ । 

৮। বন্ধক । 

৯। দায়বদ্ধক । 

১০ । পণ্য বন্ধক বা প্লেজ । 

১১। প্ৰত্যয় পত্ৰ । 

১২। অধিবিকৰ্ষ ।


C) বহলাই লিখা ( প্ৰতিটো উত্তৰৰ বাবে ৮ পৰা ১০ নম্বৰ )

১। বেংকিং ব্যৱসায়ত তাৰল্য়ৰ গুৰুত্ব বিষয়ে বৰ্ণনা ।

উত্তৰঃ 

২। বেংকৰ  নগদ তহবিল বুলিলে কি বুজা ? নগদ তহবিল নিৰ্দ্ধাৰণকাৰী উপাদানৰ বিষয়ে কি জানা লিখা ।

উত্তৰঃ 

৩। নগদ সংৰক্ষণ বুলিলে কি বুজা ? বেংকৰ নগদ সংৰক্ষণ সম্বন্ধে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণ সম্বন্ধে কি জানা লিখা ?

উত্তৰঃ 

৪। সুস্থ বিনিয়োগ আৰু ঋণদান বুলিলে কি বুজা ? এই সম্পৰ্কে কি জানা চমুকৈ বৰ্ণনা কৰা । 

উত্তৰঃ 

৫। বিনিয়োগ বুলিলে কি বুজা ? বেংকৰ পৰিসম্পদৰ শিতানত বিনিয়োগৰ ভূমিকা বা গুৰুত্ব ব্যাখ্যা কৰা । 

উত্তৰঃ 

৬। বেংকৰ ঋণ আৰু আগধন শিতানৰ পৰাই বেংকৰ সিংহভাগ আয় উপাৰ্জন হয়। 

উত্তৰঃ 

৭। বেংকৰ সুস্থ ঋণদানৰ নীতিবোৰ কি কি ? আলোচনা কৰা । 

উত্তৰঃ


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)









Type : Krishna Bora 



Post ID : DABP004216