হ 

    নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 


২১৩৬) হংস (Hangs) - পৰমাত্মা । 
২১৩৭) হংসৰাজ (Hangsraj) - হাঁহৰ ভিতৰত শ্ৰেষ্ঠ । 
২১৩৮) হনীল (- কেতেকী ফুল । 
২১৩৯) হৰ (Har) - শিৱ ।  
২১৪০)  হৰি (Hari) - পৰমেশ্বৰ ।
২১৪১) হৰিকান্ত (Harikanta) - ইন্দ্ৰপ্ৰিয় । 
২১৪২) হৰিৎ (Harit) - সেউজীয়া । 
২১৪৩) হৰিদাস (Haridash) - বিষ্ণু বা হৰিৰ সেৱক ।    
২১৪৪) হৰিদেৱ (Haridev) - শ্ৰৱণা নক্ষত্ৰ ।  
২১৪৫) হৰিনীল (Harinil) - ইন্দ্ৰনীল মণী । 
২১৪৬) হৰিপ্ৰসাদ (Hariprasad) - বিষ্ণুৰ কৰুণা ।  
২১৪৭) হৰিষ্ (Harish) - হৰ্ষ শব্দৰ ।  
২১৪৮) হিত (Hit) - উহৰ্ষজিৎ - বিজয়ৰ আনন্দ । 
২১৪৯) হৰ্ষজ্যোতি (harshajyoti) - আনন্দৰ দ্বিপ্তী । 
২১৫০) হৰ্ষদেৱ (Harshdev) - প্ৰাচীন কাশ্মীৰৰ ৰজা ।  
২১৫১) হলী (Holi) - বলৰামৰ আন এটা নাম  । 
২১৫২) হলীৰাম (Holiram) - বলৰাম ।    
২১৫৩) হৱিষ (Habish) - অগ্নি । 
২১৫৪)  হৰেন্দ্ৰনাথ (Harendranath) - বিষ্ণু ।  
২১৫৫) হৰ্মিত (Harmit) - হামি মৰা ।  
২১৫৬) হৰ্ষ (Harsh) - আনন্দ ।   
২১৫৭) হসিত (Hashit) - কামদেৱৰ ধনু ।          
২১৫৮)  হিত (Hit) - উপকাৰী ।    
২১৫৯) হিমন্ত (Himanta) - হিমালয় ।  
২১৬০) হিমশিখৰ (Himshikhar) - বৰফে ঢকা পাহাৰৰ শৃংগ । 
২১৬১) হিমাঙ্ক (Himanka) - স্বাভাৱিক বায়ুমণ্ডলৰ চাপত পদাৰ্থৰ কঠিন আৰু জুলীয়া অৱস্থা একেলগে থাকিব পৰা উষ্ণতাৰ অৱস্থা ।  
২১৬২) হিমাংশু (Himanshu) - শীতল কিৰণ । 
২১৬৩) হিমাংশুজ্যোতি (Himanshujyoti) - জোনাক । 
২১৬৪) হিমান্ত (Himanta) - বসন্তকাল  । 
২১৬৯) হিমাম্বু (Himambu) - নিয়ৰ । 
২১৭০) হিৰণ (Hiran) - সোণ । 
২১৭১) হিৰণ্য (Hiranya) - সোণ । 
২১৭২) হিৰণ্যজ্যোতি (Hiranyajyoti) - সোণালী জেউতি । 
২১৭৩) হীন (Heen) - নথকা । 
২১৭৪) হীন  (Heen) - শিৱ । 
২১৭৫) হীৰক (Hirak) - হীৰা । 
২১৭৬) হীৰাঙ্গ (Hiramga) - ইন্দ্ৰ বজ্ৰ । 
২১৭৭) হীৰু (Hiru) - হীৰাৰ দৰে কঠিন ।  
২১৭৮) হীৰেন (Hiren) - সৰ্বোৎকৃষ্ট হীৰা।  
২১৭৯) হেমন্ত (Hemanta) - হিম পৰা কাল । 
২১৮০) হৰগোবিন্দ (Hargovinda) - শিৱ আৰু বিষ্ণু । 
২১৮২) হৰকান্ত (Harkanyta) - পৰমেশ্বৰ ।


Back To Home Page


Type: Bipasha Kakati