পাঠ ১

বেংকৰ প্ৰকৃতি আৰু সংগঠন
Nature and Organisation of Bank


1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া।
a. বেংক অৱ হিন্দুস্থান কেতিয়া স্থাপন কৰা হৈছিল।
উত্তৰঃ বেংক অৱ হিন্দুস্থান 1770 চনত স্থাপন কৰা হৈছিল।


b. বেংক অৱ বেংগল কেতিয়া প্ৰেছিডেন্সী বেংক হিচাপে গঠন কৰা হয়?
উত্তৰঃ 1809 চনত বেংক অৱ বেংগল প্ৰেসিডেন্সী বেংক হিচাপে গঠন কৰা হয়।

c. ভাৰতৰ সৰ্বপ্ৰথম প্ৰেছিডেন্সী বেংকটোৰ নাম কি?
উত্তৰঃ 'দি প্ৰেসিডেন্সী বেংক অৱ বেংগল' হৈছে ভাৰতৰ সৰ্বপ্ৰথম প্ৰেছিডেন্সী বেংক।

d. ভাৰতত ইম্পেৰিয়েল বেংক কেতিয়া স্থাপন কৰা হয়?
উত্তৰঃ 1920 চনত ইম্পেৰিয়েল বেংক স্থাপন কৰা হয়।

e. বেংক অৱ বোম্বাই কেতিয়া স্থাপন কৰা হয়?
উত্তৰঃ 1840 চনত বেংক অৱ বোম্বাই স্থাপন কৰা হয়।

f. বেংক অৱ মাদ্ৰাজ কেতিয়া স্থাপন কৰা হয়?
উত্তৰঃ 1843 চনত বেংক অৱ মাদ্ৰাজ স্থাপন কৰা হয়।

g. ভাৰতীয় ষ্টেট বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হয়?
উত্তৰঃ 1955 চনত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰা হয়।

h. ভাৰতীয় ৰিজাৰ্ভ বেংক আইন কেতিয়া প্ৰবৰ্তন কৰা হয়?
উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক আইন 1934 চনত প্ৰবৰ্তন কৰা হয়।

i. ভাৰতীয় ৰিজাৰ্ভ বেংকে কেতিয়াৰ পৰা কাম কাজ আৰম্ভ কৰে?
উত্তৰঃ 

j. ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হয়?
উত্তৰঃ 1949 চনৰ 1 জানুৱাৰীত ভাৰতীয় ৰিজাৰ্ভ বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

k. বেংকিং ৰেগুলেচন আইন কেতিয়া প্ৰনয়ন কৰা হয়?
উত্তৰঃ বেংকিং ৰেগুলেচন আইন 1949 চনত প্ৰনয়ন কৰা হয়।

l. 19 জুলাইৰ 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?
উত্তৰঃ 19 জুলাইৰ 1969 চনত 14 টা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

m. 15 এপ্ৰিলৰ 1980 চনত কেইটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়?
উত্তৰঃ 15 এপ্ৰিলৰ 1980 চনত 6টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

n. ভাৰতত বৰ্তমান কিমানটা ৰাষ্ট্ৰীয় কৃত বেংক আছে।
উত্তৰঃ ভাৰতত বৰ্তমান 12 টা ৰাষ্ট্ৰীয় কৃত বেংক আছে।

o. বেংকৰ প্ৰাথমিক কাৰ্য্য কি?
উত্তৰঃ বেংকৰ প্ৰাথমিক কাম হৈছে ঋণ প্ৰদান কৰা আৰু আমানত জমা ৰখা।


2. খালী ঠাই পূৰ কৰাঃ
(i) বেংকো হ'ল এক ইটালীয়ান শব্দ।

(ii) বেংকিং ৰেগুলেচন আইন 1949 চনত প্ৰণয়ন কৰা হয়।

(iii) আমানতে ঋণ সৃষ্টি কৰে আৰু ঋণে ________ সৃষ্টি কৰে।

(iv) ঋণদান প্ৰক্ৰিয়াৰে বেংকে সৃষ্টি কৰা আমানতক উদ্ভূত আমানত বোলা হয়।

(v) আমানত গ্ৰহন আৰু ঋন প্ৰদান বানিজ্যিক বেংকৰ প্ৰাথমিক কাৰ্য্য।

(vi) কিছুমান অৰ্থনীতিবিদৰ মতে বেংক শব্দটি জাৰ্মান BANC শব্দৰ পৰা উৎপত্তি হৈছে।

(vii) এ. টি. এমৰ সম্পূৰ্ণ অৰ্থ হ'ল Automatic Tailor Machine

(viii) যিবিলাক বেংক ভাৰতীয় ৰিজাৰ্ভ বেংক আইনৰ দ্বিতীয় অনুসূচীত অন্তৰ্ভুক্ত সেইবোৰ বেংকক _____ বোলা হয়।

(ix) বেংক হ'ল এক ইটালীয়ান শব্দ।


3. 'বেংক' শব্দৰ উৎপত্তি সম্পৰ্কে বৰ্ণনা কৰাঃ
উত্তৰঃ বেংক শব্দটোৰ উৎপত্তিৰ সম্পৰ্কে বহুতৰে বহুতো মত দেখা যায়। কিছামান পণ্ডিতৰ মতে বেংক শব্দটো উদ্ভৱ হৈছে ইটালীয়ান শব্দ বেংকোৰ পৰা। ইয়াৰ অৰ্থ  হ'ল বেঞ্চ। আদিতে ইটালীৰ লোম্বাৰ্ড সদাগৰসকলে বেঞ্চত বহি ব্যৱসায় বাণিজ্য চলাইছিল।
    আকৌ, কিছুমান পণ্ডিতৰ মতে বেংক শব্দটি উৎপত্তি হৈছে জাৰ্মান BANC শব্দৰ পৰা। ইয়াৰ অৰ্থ হৈছে যৌথ পুঁজিৰ ভাণ্ডাৰ। যেতিয়া জাৰ্মানসকলে ইটালিৰ অধিকাংশতে প্ৰভূত্ব চলাইছিল, তেতিয়া BANC শব্দটি ইটালি ভাষালৈ ৰূপান্তৰ হোৱাত বেংকো ৰূপ লয় আৰু তাৰ পৰাই বেংক শব্দৰ প্ৰচলন হয়।


4. বেংক্ৰাপ্ট কি?
উত্তৰঃ বেংক্ৰাপ্ট শব্দৰ অৰ্থ হৈছে দেউলীয়া হোৱা। আদিতে ইটালীৰ লোম্বাৰ্ড সদাগৰসকলে বেঞ্চত বহি ব্যৱসায়-বাণইজ্য চলাইছিল আৰু অসমৰ্থ হ'লে বেঞ্চখন ভাঙি পেলাইছিল। ইয়াৰ পৰাই বেংক্ৰাপ্ট শব্দৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়।


5. ভাৰতীয় বেংকৰ ক্ৰমবিকাশ আৰু উন্নয়ন আলোচনা কৰা।
উত্তৰঃ 

6. বেংকৰ অৰ্থ আৰু সংজ্ঞা দিয়া?
উত্তৰঃ বেংক হ'ল এক প্ৰকাৰৰ বৃত্তীয় প্ৰতিষ্ঠান যিয়ে টকা-পইছাৰ লেনদেন কৰে। বেংকে সাধাৰণতে জনসাধাৰণৰ পৰা টকা-পইছা জমা লৈ মূলধনৰ সৃষ্টি কৰে। অৰ্থাৎ বেংকে ব্যক্তি, প্ৰতিষ্ঠান আদিৰ পৰা জমা গ্ৰহণ কৰে আৰু প্ৰয়োজন সাপেক্ষে ব্যক্তি বা প্ৰতিষ্ঠান আদিক সুতৰ বিনিময়ত ঋণ প্ৰদান কৰে।
    



7. বেংকৰ সংজ্ঞা দিয়া। বেংকৰ প্ৰধান বৈশিষ্ট্য সমূহ কি কি?
উত্তৰঃ বেংকৰ সংজ্ঞা বহুতে বহুধৰণে আগবঢ়ায়। তাৰে দুটা তলত আগবঢ়োৱা হ'ল 一
(i) ড. এইছ.এল.হাৰ্টৰ মতে বেংক তেনে অনুষ্ঠান বা ব্যক্তি যিয়ে সাধাৰণতে জমাকাৰীৰ চেক গাহ্য কৰে অথবা ইয়াৰ ওপৰত প্ৰস্তুত কৰা চেকৰ ধন আদায় দিয়ে আৰু তেওঁৰ হৈ ধন গ্ৰহণ কৰে।
(ii) ৱাল্টাৰ লিফৰ মতে বেংক তেনে অনুষ্ঠাান বা ব্যক্তি যিয়ে দাবী কৰা মতে চেকৰ বিপৰীয়ে ধন ঘূৰাই দিবলৈ সেইবোৰ গ্ৰহণ কৰিবলৈ বা জমা ৰাখিবলৈ সততে সাজু থাকে।

বেংকৰ প্ৰধান বৈশিষ্ট্যসমূহ হৈছে 一
(i) এক ব্যৱসায়ী সংস্থাঃ অৰ্থব্যৱস্থাৰ আন ব্যৱসায়িক প্ৰতিষ্ঠানবোৰৰ নিচিনা বেংক ব্যৱসায়ো এক প্ৰকাৰৰ ব্যৱসায়। লাভ উপাৰ্জনৰ উদ্দেশ্যে বেংকে বিভিন্ন বেংকিং কাৰ্য্য সম্পন্ন কৰে।

(ii) আমানত গ্ৰহণঃ বেংকে জনসাধাৰণৰ পৰা আমানত গ্ৰহণ কৰি পুঁজি সংগ্ৰহ কৰে। বেংকে বিভিন্ন হিচাপৰ জৰিয়তে জনসাধাৰণৰ পৰা আমানত সংগ্ৰহ কৰে। এইদৰে সংগ্ৰহ কৰা আমানত পুজিসমূহ বেংকে লাভজনক খণ্ডত বিনিয়োগ কৰে।

(iii) টকা উলিওৱাৰ সুবিধাঃ বেংকে জনসাধাৰণৰ পৰা চলিত হিচাপ আৰু সঞ্চয়ী হিচাপৰ যোগেদি সংগ্ৰহ কৰা আমানত পুজি সমূহ জমাকাৰীৰ প্রয়োজন সাপেক্ষে বেংকৰ সাধাৰণ কাম-কাজৰ সময়ত যেতিয়াই তেতিয়াই জমা টকা পৰিশোধ কৰে। কিন্তু স্থায়ী জমা আৰু ৰেকাৰি জমা হিচাপৰ যোগেদি সংগ্ৰহ কৰা আমানত পুজি সমূহ সাধাৰণতে নির্দিষ্ট ম্যাদৰ অন্ততহে পৰিশোধ কৰে।

(iv) ঋণ আৰু আগধনঃ বেংকৰ প্ৰাথমিক কাৰ্য্যৰ ভিতৰত ঋন আৰু আগধন প্রদান কৰাটো উল্লেখযোগ্য। এই কাৰ্য্য বেংকে লাভ উপার্জন কৰাৰ উদ্দেশ্যে সম্পাদন কৰে। জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা আমানত পুজিৰ এক অংশ ৰাখি বাকী অংশখিনি ব্যবসায়ী, উদ্যোগ প্রতিষ্ঠান আদিক ঋন আৰু আগধন হিচাপে আগবঢ়ায়। ঋনৰ আদান-প্রদান কাৰ্য্যৰ জৰিয়তে বেংকে লাভ অৰ্জন কৰে।

(v) ধন স্থানান্তৰঃ বেংকে গ্রাহকৰ হৈ কোনো এখন ঠাইৰ পৰা আন এখন ঠাইলে, আনকি এখন দেশ পৰা আন এখন দেশলৈকো টকা পইচা স্থানান্তৰ কৰে। বেংক ড্ৰাফট নতুবা টেলিগ্ৰাফিক ট্রেন্সফাৰৰ জৰিয়তে এনে ধন স্থানান্তৰ কাৰ্য্য সম্পাদন কৰে। এনে কাৰ্য্যৰ পৰা বেংকে কমিচন লাভ কৰে।

(vi) জানোপযোগী কাৰ্য্যঃ বেংকে আমানত গ্ৰহণ, ঋন প্রদান আদি কাৰ্য্য সম্পাদন কৰাৰ উপৰিও বিভিন্ন জনোপযোগী কাৰ্য্য সম্পাদন করে । যেনে- গ্রাহকৰ মূল্যবান সা - সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা কৰা , বৈদেশিক মুদ্রা 

৮। মধ্যস্থতাকাৰী ( Intermediary ) : বেংকে জনসাধাৰনৰ পৰা সংগ্ৰহ কৰা আমানত বুজি সমূহ উৎপাদন কাৰ্য্যত বিনিয়োগ করে । প্রকৃতপক্ষে বেংকে জমাকাৰী আৰু বিনিয়োগকাৰীৰ নাজাত নধ্যস্থতাকাৰীৰ প্ৰকৃতিহে গ্ৰহন কৰে । 

৯। বেকে বা বোকাৰ নতুবা বেংকিং শব্দ ( The word Bank or Banker or banking ) কিং ৰেগুলেচন আইনৰ ধাৰা ৭ অনুযায়ী যি কোম্পানীয়ে বেংকিং কাৰ্য্য সম্পাদন কৰে তেওঁলোকে নামৰ অংশ হিচাপে বেত্ত বা বেংকাৰ নতুবা বেংকিং শব্দটি অন্তর্ভূক্ত কৰিব লাগে । বেংকৰ প্ৰকৃতি ( Nature of Bank ) সেক হ'ল এক প্ৰকাৰ বিত্তীয় অনুষ্ঠান বিয়ে টকা পইচা , কৰে । অর্থব্যবস্থার অন্য ব্যৱসায়িক প্রতিষ্ঠানৰ দৰে বেংক ব্যৱসাত অবশ্যে এই ব্যবসারক সাধারন ব্যৱসায়ৰ সলনি অসাধারন ক




8. বেংকৰ প্ৰকৃতি আলোচনা কৰা।
উত্তৰঃ 

Discuss the nature of Banks?

9. বেংকৰ কাৰ্য্যাৱলী আলোচনা কৰা?

Discuss the functions of a bank?

10. বেংকৰ প্ৰাথমিক আৰু গৌন কাৰ্য্য সমূহ বৰ্ণনা কৰা?

Explain the primary and secondary function of a bank.

11. বানিজ্যিক বেংকৰ ঋনগত মুদ্ৰাৰ সৃষ্টি কি?

What is credit creation by commercial bank?

12. ঋনগত মুদ্ৰা সৃষ্টিৰ প্ৰক্ৰিয়া আলচ কৰা।

Discuss the process of credit creation.

13. ঋনগত মুদ্ৰাসৃষ্টিৰ সীমাবদ্ধতা সমূহ কি কি?

What are the limitation of credit creation?

14. বানিজ্যিক বেংকৰ আভ্যন্তৰীন আৰু বহিঃ সংগঠন মানে কি বুজা?

What do you mean by internal & external organisation of a commercial Bank?

15. বানিজ্যিক বেংকৰ বহিঃ সংগঠনৰ আভাস দিয়া?

Give an idea about external organisation of commercial Bank?

16. আভ্যন্তৰীন সংগঠন কি?

What is internal organisation?

17. বেংকৰ পৰিচালনা আলোচনা কৰা।

Discuss the management of a bank.

18. নগদ ঋন আৰু অধিকৰ্ষৰ মাজত পাৰ্থক্য দেখুওৱা।

Distinguish between cash credit & overdraft.

19. তলত উল্লোখ কৰা ক্ষেত্ৰত বেংকিং ৰেগুলেচন আইন, ১৯৪৯ ৰ বিধি সমূহ আলোচনা কৰা।

Discuss the provisions of the Banking Regulation Act, 1949 with ragard to:

(i) বেংকৰ মূলধন (Capital of Banks.)

(ii) বেংকৰ অনুজ্ঞাপত্ৰ (License of bank)

(iii) শাখা সম্প্ৰসাৰন (Branch expansion)

(iv) নগদ সংৰক্ষন অনুপাত (Cash Reserve Ratio)

(v) ঋন আৰু আগধন (Loans & Advances)

20. বেংকৰ বিভিন্ন বিভাগ সমূহ চমুকৈ লিখা।

Write briefly different departments of bank.

21. চমুটোকা লিখা (Write short notes on)ঃ

(i) নগদ ঋন (Cash credit)

(ii) অধিবিকৰ্ষ (Over draft)

(iii) বিলৰ বাট্টাকৰন (Discounting of bills)

(iv) ঋনগত মুদ্ৰাৰ সৃষ্টি (Credit creation)

(v) নগদ সংৰক্ষন অনুপাত (Cash Reserve Ratio)

(vi) ঋন আৰু আগঠন (Loans & advances)

(vii) বেংক ড্ৰাফট (Bank Draft)

22. প্ৰাথমিক জমা কি? What is primary deposit?

23. উদ্ভুত আমানত কি? What is derivative deposit?

24. প্ৰথমিক আমানত আৰু উদ্ভৃত আমানতৰ প্ৰভেদ দেখুওৱা।

Distinguish  between Primary deposits & derivative deposits.

25. বেংকে কেনেকৈ ঋনগত মুদ্ৰা সৃষ্টি কৰে।

How banks create credit?

26. বেংকৰ বিভিন্ন প্ৰতিনিধিত্বমূলক কাৰ্য্য সমূহ কি?

What are the various agency functions of a banks?

27. নগদ সংৰক্ষন অনুপাতৰ সীমাবদ্ধতা সমূহ কি?

What are the limitations of cash Reserve Ratio?

28. বেংকৰ সাধাৰন জনপোযোগী কাৰ্য্য সমূহ আলোচনা কৰা।

Discuss the general utility function of a bank.

29. বেংকিং ৰেগুলেচন আইনত, ১৯৪৯ বেংকিং কোম্পানীৰ বাবে সৰ্বনিম্ন আদায়ী মূলধনৰ ব্যৱস্থা কেনেদৰে কৰা হৈছে আলোচনা কৰা।

Discuss the provision of minimum paif up capital for banking companies as per the Banking Regulation Act, 1949.

30. বেংকিং কোম্পানী এটাক কেনে পৰিস্থিতিত অনুজ্ঞা পত্ৰ দিয়া হয়? অনুজ্ঞা পত্ৰখন কেতিয়া বাতিল কৰিব পাৰি?

Under what circumstances a license is issued to a banking company. When is license cancelled?

31. আধুনিক বেংকে কি কি কাম কৰে তাৰ বৰ্ণনা দিয়া।

Describe the functions of modern bank?

32. বেংকিং কোঃৰ অনুজ্ঞা পত্ৰ দিয়া আৰু শাখা সম্প্ৰসাৰন সংক্ৰান্তীয় বেংকিং ৰেগুলেচন আইনৰ, ১৯৪৯ ঘাই বিধান সমূহ আলোচনা কৰা।

Discuss the m ain provisions of the Banking Regulation Act, 1949 with regard to licensing of Banking companies & branch expansion.


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type Himanku Bora