ভৌতিক জগত

প্ৰথম অধ্যায়       


বিজ্ঞান আৰু প্ৰযুক্তিৰ কি দৰে জন্ম হৈ?

উত্তৰঃ উদগনিৰ ফলতে মানুহে লোৱা প্ৰচেষ্টাৰ সময়তে জন্ম হয় বিজ্ঞান আৰু প্ৰযুক্তি।

চায়েন্স শব্দটোৰ কি দৰে উৎপত্তি হয়?

উত্তৰঃ লেটিন ভাষাৰ ক্ৰিয়াৰূপ 'চায়েণ্টিয়া' ৰ পৰাই 'চায়েন্স' শব্দটোৰ উৎপত্তি হয়।

সংস্কৃত শব্দ বিজ্ঞান আৰু আৰৱিক ইল্ম শব্দৰ অৰ্থ কি?

উত্তৰঃ সংস্কৃত শব্দ জ্ঞান আৰু আৰৱিক ইল্ম অৰ্থ হল জ্ঞান।

উজিপ্ত,ভাৰতবৰ্ষ,চীন গ্ৰীচ,মেচোপটেমিয়া াৰু বহুতো পুৰণি সভ্যতাই কি অগ্ৰগতিত প্ৰভুত অৱদান আগবঢ়াইছিল?

উত্তৰঃ ইজিপ্ত, ভাপতবৰ্ষ, চীন, গ্ৰীচ,মেচোপটেমিয়া আৰু বহুতো পুৰণি সভ্যতাই বিজ্ঞান অগ্ৰগতিত প্ৰভূত অৱদান আগবঢ়াইছিল।

 কিমান শতিকাৰৰ পৰাই ইউৰোপত বিজ্ঞানৰ উল্লেখযোগ্য বিকাশ পটভূমি ৰচনা হৈছিল?

উত্তৰঃ ক্ৰমশঃ ষোল্ল শতিকাৰ পৰাই ইউৰোপত বিজ্ঞানৰ উল্লখযোগ্য বিকাশ পটভূমি ৰচনা হৈছিল।

বৈজ্ঞাপনিক পদ্ধতিত কেইটা পৰস্পৰ সংযুক্ত পৰ্য্যায় আছে?

উত্তৰঃ প্ৰণালীবদ্ধ পৰ্যবেক্ষণ, নিয়ন্ত্ৰিত পৰীক্ষা, গুণগত আৰু সাংখ্যিক যুক্তি  বিশ্লেষণ, গাণিতিক আৰ্হি প্ৰণয়ন, তত্ত্বৰ ভৱিষ্যদ্বাণী আৰু বিচাৰ।

1911 চনত  আৰ্ণাষ্ট ৰাডাৰফওৰ্ডে  সোণৰ পাতৰ দ্বাৰা পৰীক্ষা কৰি  কৰি আৰ্হি প্ৰতিষ্ঠা কৰিছিল?

উত্তৰঃ 1911 চনত আৰ্ণাৰ্ষট ৰাডাৰফোৰ্ডে  (Ernest Rutherford, 1871-1937) সোণৰ পাতৰ দ্বাৰা আলফা কণিকাৰ বিচ্ছূৰণৰ পৰীক্ষা ফলাফল ব্যৱহাৰ কৰি পৰমাণুৰ নিউক্লীয় আৰ্হি প্ৰতিষ্টা কৰিছিল।

খণ্ডিতকৰণ মতবাদ কিহৰ মূল ভেটি?

উত্তৰঃ খণ্ডিতকৰণ মতবাদ পদাৰ্থবিজ্ঞানৰ মূল ভটি।

ঊনৈছ শতিকাৰ গতিবিজ্ঞানৰ বিস্তৃত  গড় ৰাশি কেইপ্ৰকাৰৰ আৰু কিহৰ ওপৰত অধ্য়য়ন চলাই?  

উত্তৰঃ ঊনাছ শতিকাৰৰ গতিবিজ্ঞানৰ গড় ৰাশি কমূহ হল যেনে-উষ্ণতা,আভ্যন্তৰীণ শক্তি আৰু এণ্ট্ৰপি আজজদুৰ সহায়ত বিস্তৃত নিকায়ৰ ওপৰত অধ্যয়ন চলোৱা হয়।

পদাৰ্থবিজ্ঞানৰ মূল লক্ষ্য কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ পদাৰ্থবিজ্ঞানৰ মূল লক্ষ্য দুই প্ৰকাৰৰ-- স্থূল পৰিসৰৰ আৰু আণুৱীক্ষণিক

ধ্ৰুপদী পদাৰ্থবিজ্ঞানে সামৰি লোৱা মূল বিষয় বস্তুসমূহ কেইপ্ৰকাৰৰ? 

উত্তৰঃ ধ্ৰুপদী পদাৰ্থবিজ্ঞানে সামৰি লোৱা মূল বিসয় বস্তুসমূহ হল-বলবিজ্ঞান.বিদ্যুৎ গতিবিজ্ঞান,আলোক বিজ্ঞান আৰু তাপ গতিবিজ্ঞান।

তাপ গতিবিজ্ঞানৰ বিচাৰ্য্য সমস্যা কি?

উত্তৰঃ তাপীয় যন্তু আৰু ৰেফ্ৰিজাৰেটৰ কাৰ্যদক্ষতা ভৌতিক নতুবা ৰাসায়নিক প্ৰক্ৰিয়াৰ দিশ ইত্যাদিবোৰ হল  তাপ বিজ্ঞানৰ বিচাৰ্য্য সমস্যা।

1933 চনৰ শেষভাগত বিখ্যাত পদাৰ্থবিজ্ঞানী আৰ্ণেষ্ট ৰাডাৰফোৰ্ডে কি শক্তি সম্ভাৱনাক নাকচ কৰিছিল?

উত্তৰঃ 1933 চনৰ শেষভাগত বিখ্যাত পদাৰ্থবিজ্ঞানী আৰ্ণেষ্ট ৰাডাৰফোৰ্ডে পৰমাণুৰ পৰা শক্তি  আহৰণৰ সম্ভাৱনাক নাকচ কৰিছিল।

1938 চনত হান আৰু মেইটনাৰে  কি পৰিঘটনা আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ 1938 চনত হান আৰি মেইটনাৰে  নিউট্ৰনৰ দ্বাৰা  সংঘটিত ইউৰেনিয়ামৰ বিখণ্ডনৰ  পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

 আৰ্ণাষ্ট ৰাডাৰফোৰ্ডে  আলফা কণিকাৰ  বিপক্ষেই পৰীক্ষা কৰা পৰমাণুৰ নিউৰ্লীয়া আৰ্হিখনৰ চিত্ৰ আকি দেখুৱা?

উত্তৰঃ 




স্থূল বলসমূহ কি কি আৰু ইয়াৰ মূল ভেটি কি ?

উত্তৰঃ  স্থূল বলসমূহ হল যেনে-- ঘৰ্ষণ, অভিলম্ব বল, স্প্ৰিং বল ইত্যাদিৰ মূল ভেটি হল বিদ্যুৎ চুম্বকীয় বল।

আমাৰ এই গ্ৰহটোত দ্ৰুতগতিত কি  ইন্ধন কমি আহিছে?

উত্তৰঃ আমাৰ এই গ্ৰহটোত দ্ৰুতগতিত জীৱাশ্ম ইন্ধন কমি আহিছে। 

 কিহে বজ্ৰপাতৰ সৃষ্টি কৰে?

উত্তৰঃ বায়ুমণ্ডলৰ য়ত পৰমাণুসমূহ আয়নিত অৱস্থাত থাকে, তাত বৈদ্যুতিক বলৰ ক্ৰিয়া পৰিলক্ষিত হয় বজ্ৰপাতৰ সৃষ্টি কৰে।

 সকলোবোৰ মৌলিক বলৰ ভিতৰত আটািতকৈ শক্তিশা   লী বল কোনবিধ আৰু ইয়াৰ প্ৰবল্য কিমান গুণ?

উ্ত্তৰঃ সকলোবোৰ মৌলিক বলৰ ভিতৰত আটাইতকৈ শক্তিশালী মৌলিক .বল হল নিউক্লিয় বল আৰু ইয়াৰ প্ৰবল্য 100গুণ।

প্ৰটন আৰু নিউট্ৰন আৰু অধিক প্ৰাথমিক উপাদানেৰে গঠিত এই উপাদানক ৈকি কোৱা হয়?

উত্তৰঃ প্ৰটন আৰু নিউট্ৰনআৰু অধিক প্ৰাথমিক উপাদানেৰে  গঠিত এই উপাদানক কোৱা হয় কোৱা


Type: Suman Kakati