স
১৯৪৮) সংকুল (Shankul) - মিশ্ৰিত ।
১৯৪৯) সংগম (Shangam) - মিলন ।
১৯৫০) সংবীত (Shangbit) - আবৃত ।
১৯৫১) সংবেদ (Shanbed) - জ্ঞান ।
১৯৫২) সংবেশ (Shanbesh) - শয়ন ।
১৯৫৩) সংৰাগ (Sangrag) - অনুৰাগ ।
১৯৫৪) সংৰাৱ (Sharab) - শব্দ ।
১৯৫৫) সংলয় (Shaglay) - নিদ্ৰা ।
১৯৫৬) সংৰুদ্ধ (Shagrudha)- প্ৰতিবন্ধ ।
১৯৫৭) সংৰোহ (Sganruh) - উদ্ভৱ ।
১৯৫৮) সকৰ্ণ (Shangkarna) - কাণ থকা ।
১৯৫৯) সকুল্য (Shakulya) - সগোষ্ঠীৰ ।
১৯৬০) সকৃৎ (Shangkrit) - এবাৰতে ।
১৯৬১) সগণ (Shagan) - শিৱ ।
১৯৬২) সচীনন্দন (sachinanandan) - শচীপুত্ৰ জয়ন্ত ।
১৯৬৩) সজল (sajal) - পানীযুক্ত ।
১৯৬৪) সঞ্জ (sanjh) - শিৱ ।
১৯৬৫) সৎ (sat) - অবিনাশী ।
১৯৬৬) সতীন্দ্ৰ (satindra) - শিৱৰ আন এটা নাম ।
১৯৬৭) সতীৰ্থ (satirtha)- হৰিভকত ।
১৯৭০) সতীল (Satil) - বায়ু ।
১৯৭১) সতীশ (Satish) - এতেকে মহাদেৱ ।
১৯৭২) সতৃষ্ণ (satrishna)- হেঁপাহ থকা ।
১৯৭৩) সত্য (Satya) - সঁচা ।
১৯৭৪) সত্যকাম (satyakam) - সত্যনিষ্ঠ ব্যক্তি ।
১৯৭৫) সত্যগোপাল (Satyagopal)- সত্য আধাৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণ ।
১৯৯৬) সত্যনাথ (Satya nath) -পৰমেশ্বৰ ।
১৯৯৭) সত্যপ্ৰকাশ (Satya prakash) - সত্যৰ বিস্তাৰ ।
১৯৯৮) সত্যপ্ৰসাদ (Satya prakash) - সত্যবাক ।
১৯৯৯) সত্যেন্দ্ৰনাথ (Satyendranath)- সত্যনিষ্ঠ ভগৱান ।
২০০০) সদন (Sadan) - ঘৰ ।
২০০১) সন্ধ্যাজ্যোতি (sandhyajyoti)- সন্ধ্যাৰ প্ৰভা অৰ্থাৎ জোনাক ।
২০০২) সন্ধ্যাদীপ (Sandhyadeep)- সন্ধিয়াকালত প্ৰজ্জ্বলত কৰা প্ৰদীপ ।
২০০৩) সদানন্দ (sadananda) - সদায় আনন্দযুক্ত ।
২০০৪) সধন (Sadhan) - ধনী ।
২০০৫) সনৎ (sanat)- ব্ৰহ্মা ।
২০০৬) সনা (Sona) - প্ৰতিদিন ।
২০০৭) সফল (Safal) - ফলযুক্ত ।
২০০৮) সম (Some) - সমান ।
২০০৯) সমন্ত (samanta) - সীমা ।
২০১০) সমৰ্ (samar) - ৰণ ।
২০১১) সমৰেন্দ্ৰ (samarendra) - বীৰ যোদ্ধা।
২০১২) সমৰ্ণ (samaran) - আঘাতপ্ৰাপ্ত ।
২০১৩) সমাংগ (Samanga) - নিয়মিত ।
২০১৪) সমিথ (Samith) -জুই ।
২০১৫) সমিৰ (Samir) - বায়ু ।
২০১৬) সমীক (Samik) - যুদ্ধ ।
২০১৭) সমীচ (Sameech) - সাগৰ ।
২০১৮) সমীপ (sameep) - ওচৰ ।
২০১৯) সমীৰণ (samiran) - বায়ু , বতাহ ।
২০২০) সমুদ্ৰ (samudra) - সাগৰ ।
২০২১) সমুদ্ৰকান্তা (samudrakanta) - নদী ।
২০২২) সমুন্দন (samundan) - তিতা অৱস্থা ।
২০২৩) সমূৰ (samur) - আবিধ হৰিণ ।
২০২৪) সমেত (samet) - প্ৰাপ্ত ।
২০২৫) সম্বল (sambal) - সমল ।
২০২৬) সম্বিৎ (sambit) - জ্ঞান ।
২০২৭) সৰজ (saraj) - মাখন ।
২০২৮) সৰণ (Saran) - চলন ।
২০২৯) সৰল (Saral) - পোন ।
২০৩০) সৰিৎ (sarit) - নদী ।
২০৩১) সৰু (Saru) - ক্ষুদ্ৰ ।
২০৩২) সৰোজ (saroj) - পদুম ।
২০৩৩) সলীল (salil) - প্ৰেমাসক্ত ।
২০৩৪) সৱৰ (saawar) - সদাশিৱ ।
২০৩৫) সসীম (sasim) - যাৰ সীমা আছে ।
২০৩৬) সহন (Sahan) - দৈৰ্য ।
২০৩৭) সহজানন্দ (sahajananda) - পৰমেশ্বৰ ।
২০৩৮) সহিষ্ণু (sahishnu) - সহনশীল ।
২০৩৯) সাগৰ (Sagar) - সমুদ্ৰ ।
২০৪০) সামঞ্জ (samanj ) - হাতী ।
২০৪১) সামন্ত (samanta) - অধীন ভূপতি ।
২০৪২) সাম্ব (samba) - শিৱ ।
২০৪৩) সাৰস (Saras) - পদুম ফুল ।
২০৪৪) সাৱিত্ৰ (sawitra) - সূৰ্য ।
২০৪৫) সিত (Sit) - জ্ঞাত ।
২০৪৬) সিতকুঞ্জৰ (sitkunjar) - ইন্দ্ৰ।
২০৪৭) সিতমণি (sitmani ) - চন্দ্ৰকান্ত মণই ।
২০৪৮) সিতানন্দ (sitananda) - গৰুড় ।
২০৪৭) সিদ্ধ (siddho) - সফল ।
২০৪৮) সিদ্ধদেৱ (siddhodev)- দেৱাদিদেৱ শিৱ ।
২০৪৯) সিদ্ধিদ (siddhid) - শিৱ ।
২০৫০) সীতাকান্ত (sitakanta) - ৰামচন্দ্ৰ ।
২০৫১) সিৱৰ (siwar) - হাতী ।
২০৫২) সীমাংক (Simak) - কামদেৱৰ এটা নাম ।
২০৫৩) সীমান্ত (Simanta) - শেষ সীমা ।
২০৫৪) সীমিত (Simit) - সীমাৰ ভিতৰত থকা ।
২০৫৫) সীৰী (Siri) - বলৰাম ।
২০৫৬) সুকণ্ঠ (sukantha) -শুৱলা মাত থকা ।
২০৫৭) সুকন্দ (sukanda ) - পিয়াঁজ ।
২০৫৮) সুকপাল (Sukpal) - সৌভাগ্য ।
২০৫৯) সুকান্ত (Sukanta) - ধুনীয়া ৰূপ ।
২০৬০) সুকুমাৰ (Sukumar) - এতেকে বৰ কোমল ।
২০৬১) সুকেশ (Sukesh) - সুন্দৰ চুলি ।
২০৬২) সুকোমল (Sukomal) - নিচেই কোমল ।
২০৬৩) সুগত (Sugat) - গৌতম বুদ্ধ ।
২০৬৪) সুগম (Sugam) - সুখেৰে যাব পৰা ।
২০৬৫) সুগোল (Sugul) - সম্পূৰ্ণ গোল ।
২০৬৬) সুচন্দন (suchandan) - অতিশয় উৎকৃষ্ট ।
২০৬৭) সুপ্ৰসন্ন (suprasanna) - অতি প্ৰসন্ন ।
২০৬৮) সুপ্ৰিয় (supriya) - মৰমী,অতিকৈ প্ৰিয় ।
২০৬৯) সুফল (sufal) - উত্তম ফুল ।
২০৭০) সুবল (Subal) - শিৱ ।
২০৭০) সুবাস (Subakh) - অতি সুন্ধৰ গোন্ধ ।
২০৭১) সুবীৰ (Subir) - বীৰ শ্ৰেষ্ঠ ।
২০৭২) সুবেশ (Subesh) - ভাল সাজ - সজ্জা ।
২০৭৩) সুভগ (Subhag) - সৌভাগ্যৱান ।
২০৭৪) সুভদ্ৰা (subhadra) - ভাগ্যৱতী ।
২০৭৫) সুমন (suman) - ফুল ।
২০৭৬) সুমনজিৎ (Sumanjit) - মনোৰম ।
২০৭৭) সুমৰণ (Sumaran) - স্মৰণ কৰা কাৰ্য ।
২০৭৮) সুৰকমল (Surkamal) - দেৱৰাজ ইন্দ্ৰ ।
২০৭৯) সুৰজিৎ (Surjit) - দেৱ বিজয়ী ।
২০৮০) সুৰস্ (Suras) - মিঠা ।
২০৮১) সুৰুয (Suroj) - সূৰ্যৰ কোমল আৰু বিকৃত ৰূপ ।
২০৮২) সুৰেন্দ্ৰ (Surendra) - দেৱৰাজ ইন্দ্ৰ ।
২০৮৩) সুৰেন্দ্ৰমোহন (Surendramohan) - শিৱৰ আন এটা নাম ।
২০৮৪) সুৰেভ (Surev) - টিন ।
২০৮৫) সুৰেশ (Suresh) - শিৱৰ আন এটা নাম ।
২০৮৬) সুৰেশ্বৰ (Sureshwar) - ইন্দ্ৰ ।
২০৮৭) সুলভ (Sulov) - অনায়াসে পোৱা ।
২০৮৮) সুৰ্ৱণজ্যোতি (survanjyoti) - স্বৰ্ণ জেউতি ।
২০৮৯) সুৱাগ (suwag) - মৰম,চেনেহ ।
২০৯০) সুৱাগমণি (suwagmani) - এবিধ ধান ।
২০৯১) সুশিষ (এহেপগেপ) - অগ্নিৰ আন এটা নাম ।
২০৯২) সুশীল (Sushil) - শান্ত ।
২০৯৩) সুষম (Susham) - সুন্দ্ৰ ।
২০৯৪) সুসুন্দৰ (Susundar) - অতিকৈ সুন্দৰ ।
২০৯৫) সূনু (Sunu) - সূৰ্য ।
২০৯৬) সূৰুয (suraj) - সূৰ্য ।
২০৯৭) সূৰ্য (Surya) - বেলি ।
২০৯৮) সূৰ্যকান্ত (Suryakanta) - এবিধ ৰঙা বৰণীয়া বাখৰ ।
২০৯৯) সূৰ্যমণি (Suryamani) - আতচ কাচ ।
২১০০) সৃণি (Srini) - চন্দ্ৰ ।
২১১১) সোণাৰু (sonaru) - এবিধ গছ ।
২১১২) সোণ (Son) - এবিধ বহুমূলীয়া ।
২১১৩) সোণনাথ (Sonnath)- শিৱৰ অন্যতম নাম ।
২১১৪) সোণমণি (Sonmani) - ৰুবী।
২১১৫) সোণা (Sona) - সোণ ।
২১১৬) সোমনন্দন (somnandan) - চন্দ্ৰৰ পুত্ৰ বুধ ।
২১১৭) সোমননাথ (Somannath ) - শিৱ ।
২১১৮) সোমপতি (sompati) - ইন্দ্ৰ ।
২১১৯)সোমৰাজ (Somraj) - এবিধ বনৌষধি ।
২১২০) সোমা (soma) - চন্দ্ৰ ।
২১২১) সোমেশ্বৰ (Someshwar) - শিৱ ।
২১২২) সৌনন্দ (saunanda) - বলৰামৰ গদ্য ।
২১২৩) সৌপৰ্ণ (souparna) - মৰকত মণি ।
২১২৪) সৌবিৰ (Soubir) - সিন্ধু নদীৰ পাৰৰ প্ৰাচীন আৰ্য জনপদ ।
২১২৫) সৌম্যজিৎ (Soumyajit) - অতি শান্তমনৰ ।
২১২৬) সৌম্যদীপ (soumyadeep) - অতিশয় প্ৰশান্ত মনৰ ।
২১২৭) সৌৰথ (sourath)ল- বীৰ ।
২১২৮) সৌৰভ (sourabh) - ভাল গন্ধ ।
২১২৯) সৌৰভজ্যোতি (saurabhjyoti) - শ্ৰেষ্ট সোৰভি ।
২১৩০) সৌৰাংগ (souranga) - সূৰ্যৰ দৰে উজ্জ্বল অংগ ।
২১৩১) স্মৰণ (Smaran) - সোঁৱৰণ ।
২১৩২) স্মৰজিৎ (Smarjit) - শিৱ ।
২১৩৩) স্মিত (Smit) - মিচিকিয়া হাঁহি ।
২১৩৪) স্ব্ৰৱণ (swrawan) - নিজৰা ।
২১৩৫) স্বৰ্ণীল (swarnil) - সোণ বৰণীয়া ।
0 Comments