নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 



১৯৪৮)  সংকুল (Shankul) - মিশ্ৰিত ।  

১৯৪৯)  সংগম (Shangam) - মিলন । 

১৯৫০) সংবীত (Shangbit) - আবৃত ।

১৯৫১) সংবেদ (Shanbed) - জ্ঞান । 

১৯৫২) সংবেশ (Shanbesh) - শয়ন ।  

১৯৫৩) সংৰাগ (Sangrag) - অনুৰাগ ।  

১৯৫৪) সংৰাৱ (Sharab) - শব্দ । 

১৯৫৫) সংলয় (Shaglay) - নিদ্ৰা । 

১৯৫৬) সংৰুদ্ধ (Shagrudha)- প্ৰতিবন্ধ । 

১৯৫৭) সংৰোহ (Sganruh) - উদ্ভৱ ।         

১৯৫৮) সকৰ্ণ (Shangkarna) - কাণ থকা ।  

১৯৫৯) সকুল্য (Shakulya) - সগোষ্ঠীৰ ।

১৯৬০) সকৃৎ (Shangkrit) - এবাৰতে ।  

১৯৬১) সগণ (Shagan) - শিৱ ।   

১৯৬২) সচীনন্দন (sachinanandan) - শচীপুত্ৰ জয়ন্ত ।  

১৯৬৩) সজল (sajal) - পানীযুক্ত । 

১৯৬৪) সঞ্জ (sanjh) - শিৱ । 

১৯৬৫) সৎ (sat) - অবিনাশী । 

১৯৬৬) সতীন্দ্ৰ (satindra) - শিৱৰ আন এটা নাম ।

১৯৬৭)  সতীৰ্থ (satirtha)- হৰিভকত । 

১৯৭০) সতীল (Satil) - বায়ু ।  

১৯৭১) সতীশ (Satish) - এতেকে মহাদেৱ । 

১৯৭২) সতৃষ্ণ (satrishna)- হেঁপাহ থকা । 

১৯৭৩) সত্য (Satya) - সঁচা ।   

১৯৭৪) সত্যকাম (satyakam) - সত্যনিষ্ঠ ব্যক্তি । 

১৯৭৫) সত্যগোপাল (Satyagopal)- সত্য আধাৰ স্বৰূপ ভগৱান শ্ৰীকৃষ্ণ ।  

১৯৯৬) সত্যনাথ (Satya nath) -পৰমেশ্বৰ  ।   

১৯৯৭) সত্যপ্ৰকাশ (Satya prakash) - সত্যৰ বিস্তাৰ । 

১৯৯৮) সত্যপ্ৰসাদ (Satya prakash) - সত্যবাক ।  

১৯৯৯)  সত্যেন্দ্ৰনাথ (Satyendranath)- সত্যনিষ্ঠ ভগৱান ।  

২০০০) সদন (Sadan) - ঘৰ ।   

২০০১) সন্ধ্যাজ্যোতি (sandhyajyoti)- সন্ধ্যাৰ প্ৰভা অৰ্থাৎ জোনাক ।  

২০০২) সন্ধ্যাদীপ (Sandhyadeep)- সন্ধিয়াকালত প্ৰজ্জ্বলত কৰা প্ৰদীপ ।  

২০০৩) সদানন্দ (sadananda) - সদায় আনন্দযুক্ত ।   

২০০৪) সধন (Sadhan) - ধনী ।  

২০০৫) সনৎ (sanat)- ব্ৰহ্মা । 

২০০৬) সনা (Sona) - প্ৰতিদিন ।  

২০০৭) সফল (Safal) - ফলযুক্ত ।  

২০০৮) সম (Some) - সমান ।   

২০০৯) সমন্ত (samanta)  - সীমা । 

২০১০) সমৰ্ (samar)  - ৰণ । 

২০১১) সমৰেন্দ্ৰ (samarendra) - বীৰ যোদ্ধা।  

২০১২) সমৰ্ণ (samaran)  - আঘাতপ্ৰাপ্ত ।  

২০১৩) সমাংগ (Samanga) - নিয়মিত ।  

২০১৪) সমিথ (Samith) -জুই । 

২০১৫) সমিৰ (Samir) - বায়ু ।  

২০১৬) সমীক (Samik) - যুদ্ধ । 

২০১৭) সমীচ (Sameech) - সাগৰ ।  

২০১৮) সমীপ (sameep) - ওচৰ ।

২০১৯) সমীৰণ (samiran) - বায়ু , বতাহ । 

২০২০) সমুদ্ৰ (samudra) - সাগৰ ।   

২০২১) সমুদ্ৰকান্তা (samudrakanta) - নদী ।

২০২২) সমুন্দন (samundan) - তিতা অৱস্থা ।  

২০২৩) সমূৰ (samur) - আবিধ হৰিণ ।  

২০২৪)  সমেত (samet) - প্ৰাপ্ত । 

২০২৫) সম্বল (sambal)  - সমল । 

২০২৬) সম্বিৎ (sambit) - জ্ঞান ।  

২০২৭) সৰজ (saraj) - মাখন ।  

২০২৮) সৰণ (Saran) - চলন ।  

২০২৯) সৰল (Saral) - পোন ।  

২০৩০) সৰিৎ (sarit) - নদী ।  

২০৩১) সৰু (Saru) - ক্ষুদ্ৰ ।   

২০৩২) সৰোজ (saroj) - পদুম । 

২০৩৩) সলীল (salil) - প্ৰেমাসক্ত ।  

২০৩৪) সৱৰ (saawar) - সদাশিৱ ।  

২০৩৫) সসীম (sasim) - যাৰ সীমা আছে ।  

২০৩৬) সহন (Sahan) - দৈৰ্য ।     

২০৩৭) সহজানন্দ (sahajananda) - পৰমেশ্বৰ ।   

২০৩৮) সহিষ্ণু (sahishnu) - সহনশীল । 

২০৩৯) সাগৰ (Sagar) - সমুদ্ৰ ।  

২০৪০) সামঞ্জ (samanj ) - হাতী । 

২০৪১)  সামন্ত (samanta) - অধীন ভূপতি ।   

২০৪২) সাম্ব (samba) - শিৱ ।        

২০৪৩) সাৰস (Saras) - পদুম ফুল ।  

২০৪৪) সাৱিত্ৰ (sawitra) - সূৰ্য ।  

২০৪৫) সিত (Sit) - জ্ঞাত । 

২০৪৬) সিতকুঞ্জৰ (sitkunjar)  - ইন্দ্ৰ।

২০৪৭) সিতমণি (sitmani ) - চন্দ্ৰকান্ত মণই । 

২০৪৮) সিতানন্দ (sitananda)  - গৰুড় । 

২০৪৭) সিদ্ধ (siddho) - সফল ।  

২০৪৮) সিদ্ধদেৱ (siddhodev)- দেৱাদিদেৱ শিৱ ।  

২০৪৯) সিদ্ধিদ (siddhid)  - শিৱ ।  

২০৫০) সীতাকান্ত (sitakanta) - ৰামচন্দ্ৰ ।  

২০৫১) সিৱৰ (siwar) - হাতী । 

২০৫২) সীমাংক (Simak) - কামদেৱৰ এটা নাম । 

২০৫৩) সীমান্ত (Simanta) - শেষ সীমা ।   

২০৫৪) সীমিত (Simit) - সীমাৰ ভিতৰত থকা । 

২০৫৫) সীৰী (Siri) - বলৰাম ।  

২০৫৬) সুকণ্ঠ (sukantha) -শুৱলা মাত থকা ।  

২০৫৭)  সুকন্দ (sukanda ) - পিয়াঁজ ।  

২০৫৮) সুকপাল (Sukpal) - সৌভাগ্য । 

২০৫৯)  সুকান্ত (Sukanta) - ধুনীয়া ৰূপ ।  

২০৬০) সুকুমাৰ (Sukumar) - এতেকে বৰ কোমল । 

২০৬১) সুকেশ (Sukesh) - সুন্দৰ চুলি । 

২০৬২) সুকোমল (Sukomal) - নিচেই কোমল ।

২০৬৩) সুগত (Sugat) - গৌতম বুদ্ধ । 

২০৬৪) সুগম (Sugam) - সুখেৰে যাব পৰা ।  

২০৬৫) সুগোল (Sugul) - সম্পূৰ্ণ গোল ।  

২০৬৬) সুচন্দন (suchandan) - অতিশয় উৎকৃষ্ট ।   

২০৬৭) সুপ্ৰসন্ন (suprasanna) - অতি প্ৰসন্ন । 

২০৬৮) সুপ্ৰিয় (supriya) - মৰমী,অতিকৈ প্ৰিয় । 

২০৬৯) সুফল (sufal) - উত্তম ফুল ।  

২০৭০) সুবল (Subal) - শিৱ ।  

২০৭০) সুবাস (Subakh) - অতি সুন্ধৰ গোন্ধ । 

২০৭১) সুবীৰ (Subir) - বীৰ শ্ৰেষ্ঠ । 

২০৭২) সুবেশ (Subesh) - ভাল সাজ - সজ্জা । 

২০৭৩) সুভগ (Subhag) - সৌভাগ্যৱান ।  

২০৭৪) সুভদ্ৰা (subhadra) - ভাগ্যৱতী । 

২০৭৫) সুমন (suman)  - ফুল ।  

২০৭৬) সুমনজিৎ (Sumanjit) - মনোৰম ।  

২০৭৭) সুমৰণ (Sumaran) - স্মৰণ কৰা কাৰ্য ।   

২০৭৮) সুৰকমল (Surkamal) - দেৱৰাজ ইন্দ্ৰ । 

২০৭৯) সুৰজিৎ (Surjit) - দেৱ বিজয়ী । 

২০৮০) সুৰস্ (Suras) - মিঠা । 

২০৮১)  সুৰুয (Suroj) - সূৰ্যৰ কোমল আৰু বিকৃত ৰূপ । 

২০৮২) সুৰেন্দ্ৰ (Surendra) - দেৱৰাজ ইন্দ্ৰ । 

২০৮৩) সুৰেন্দ্ৰমোহন (Surendramohan)  - শিৱৰ আন এটা নাম ।  

২০৮৪) সুৰেভ (Surev) - টিন । 

২০৮৫) সুৰেশ (Suresh) - শিৱৰ আন এটা নাম ।  

২০৮৬) সুৰেশ্বৰ (Sureshwar) - ইন্দ্ৰ ।    

২০৮৭) সুলভ (Sulov) - অনায়াসে পোৱা ।  

২০৮৮) সুৰ্ৱণজ্যোতি (survanjyoti) - স্বৰ্ণ জেউতি ।     

২০৮৯) সুৱাগ (suwag) - মৰম,চেনেহ ।

২০৯০) সুৱাগমণি (suwagmani)  - এবিধ ধান । 

২০৯১) সুশিষ (এহেপগেপ) - অগ্নিৰ আন এটা নাম ।   

২০৯২)  সুশীল (Sushil) - শান্ত । 

২০৯৩) সুষম (Susham) - সুন্দ্ৰ ।  

২০৯৪) সুসুন্দৰ  (Susundar) - অতিকৈ সুন্দৰ । 

২০৯৫)  সূনু (Sunu) - সূৰ্য ।   

২০৯৬)  সূৰুয (suraj) - সূৰ্য ।  

২০৯৭) সূৰ্য (Surya) - বেলি ।  

২০৯৮) সূৰ্যকান্ত (Suryakanta) - এবিধ ৰঙা বৰণীয়া বাখৰ ।  

২০৯৯) সূৰ্যমণি (Suryamani) - আতচ কাচ ।    

২১০০)  সৃণি (Srini) - চন্দ্ৰ ।  

২১১১) সোণাৰু (sonaru) - এবিধ গছ ।  

২১১২) সোণ (Son) - এবিধ বহুমূলীয়া । 

২১১৩) সোণনাথ (Sonnath)- শিৱৰ অন্যতম নাম ।

২১১৪) সোণমণি (Sonmani) - ৰুবী।   

২১১৫) সোণা (Sona) - সোণ ।   

২১১৬) সোমনন্দন (somnandan) - চন্দ্ৰৰ পুত্ৰ বুধ ।

২১১৭) সোমননাথ (Somannath ) - শিৱ । 

২১১৮) সোমপতি (sompati) - ইন্দ্ৰ । 

২১১৯)সোমৰাজ (Somraj) - এবিধ বনৌষধি ।

২১২০) সোমা (soma) - চন্দ্ৰ । 

২১২১) সোমেশ্বৰ (Someshwar) - শিৱ ।  

২১২২) সৌনন্দ (saunanda) - বলৰামৰ গদ্য ।  

২১২৩) সৌপৰ্ণ (souparna) - মৰকত মণি ।

২১২৪)  সৌবিৰ (Soubir) - সিন্ধু নদীৰ পাৰৰ প্ৰাচীন আৰ্য জনপদ ।   

২১২৫) সৌম্যজিৎ (Soumyajit) - অতি শান্তমনৰ ।  

২১২৬) সৌম্যদীপ (soumyadeep) - অতিশয় প্ৰশান্ত মনৰ ।  

২১২৭) সৌৰথ (sourath)ল- বীৰ । 

২১২৮) সৌৰভ (sourabh) - ভাল গন্ধ ।    

২১২৯) সৌৰভজ্যোতি (saurabhjyoti) - শ্ৰেষ্ট সোৰভি ।  

২১৩০) সৌৰাংগ (souranga) - সূৰ্যৰ দৰে উজ্জ্বল অংগ ।

২১৩১) স্মৰণ (Smaran) - সোঁৱৰণ । 

২১৩২) স্মৰজিৎ (Smarjit) - শিৱ । 

২১৩৩) স্মিত (Smit) - মিচিকিয়া হাঁহি ।  

২১৩৪) স্ব্ৰৱণ (swrawan) - নিজৰা । 

২১৩৫) স্বৰ্ণীল (swarnil) - সোণ বৰণীয়া ।