হিচাপবিদ্য়াৰ তত্বমূলক ভিত্তি ধাৰণা আৰু নীতিসমূহ (Theory Base of Accounting Assumptions and Principles) | Chapter 2 | Class 11 Commerce (Accountancy) Question and Answer Assamese Medium | উচ্চতৰ মাধ্য়মিকৰ প্ৰথম বৰ্ষৰ হিচাপবিদ্য়াৰ তত্বমূলক ভিত্তি ধাৰণা আৰু নীতিসমূহ পৰিচয় পাঠটোৰ প্ৰশ্ন উত্তৰ |

পাঠ ২
হিচাপবিদ্য়াৰ তত্বমূলক ভিত্তি ধাৰণা আৰু নীতিসমূহ 
(Theory Base of Accounting Assumptions and Principles)


1. What do you mean by the basic assumption of Accounting? Name the four pillers of Accounting.
হিচাপবিদ্য়াৰ মূল ধাৰণা বুলিলে কি বুজা? হিচাপবিদ্য়াৰ চাৰিটা স্তম্ভৰ নাম লিখা।
উত্তৰঃ

2. What are the basic assumptions of Accounting? Explain any one of them briefly.
হিচাপবিদ্য়াৰ মূল ধাৰণাসমূহ কি কি? যিকোনো এটা ধাৰণা বিষয়ে চমুকৈ লিখা।
উত্তৰঃ

3. What are the Accounting Principles? What do you mean by GAAP?
হিচাপবিদ্য়াৰ নীতিসমূহ কি কি? GAAP বুলিলে কি বুজা? 
উত্তৰঃ হিচাপবিদ্য়াৰ নীতিসমূহ হৈছে 一
(i) দ্বৈত দিশৰ নীতি
(ii) প্ৰতিপালন নীতি
(iii) সাক্ষ্য়ৰ প্ৰতিপাদনীয় নীতি
(iv) ঐতিহাসিক পৰিব্য়য়ৰ নীতি
(v) ৰাজহৰ স্বীকৃতিৰ নীতি
(vi) পৰিব্য়য় আৰু ৰাজহৰ সমতুল্য় নীতি আৰু
(vii)পূৰ্ণ প্ৰকাশৰ নীতি
    বিভিন্নভাৱে জড়িত থকা ব্য়ক্তিসকলে হিচাপৰ তথ্য়সমূহ একে ধৰণেৰে অৰ্থ বুজিবৰ বাবে তথ্য় উপস্থাপন কৰোঁতে হিচাপবিদ্য়াত কিছুমান ধাৰণা, প্ৰথা, নীতি আদিৰ অনুসৰণ কৰা হয়। এই নীতিসমূহক সৰ্বসাধাৰণে গ্ৰহণ কৰা হিচাপ বিদ্য়াৰ নীতি ( Generally Accepted Accounting Principles ) বোলা হয়। 


4. "Accountants regard a business separate from its proprietors." Which Accounting assumption does this statement relate to? Describe it.
"হিচাপৰক্ষকসকলে ব্য়ৱসায়ক মালিকৰ পৰা সুকীয়া বুলি ভাবে।" এই উক্তিটোৰ লগত হিচাপবিদ্য়াৰ কোনটো ধাৰণা জড়িত? ব্য়াখ্য়া কৰা।
উত্তৰঃ

5. What is money measurement assumption of Accounting? State its advantages and disadvantages?
হিচাপবিদ্য়াৰ মুদ্ৰামানৰ ধাৰণা কি? সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰঃ

6. "A business unit is normally considered as having an indefinite life." Explain the statement and underlying principle.
"এটা ব্য়াৱসায় গোটৰ সাধাৰণতে অনিৰ্দিষ্ট জীৱনকাল আছে বুলি বিবেচনা কৰা হয়।" এই উক্তিটোৰ ওপৰত ব্য়াখ্য়া দাঙি ধৰা আৰু ইয়াৰ লগত জড়িত হিচাপবিদ্য়াৰ নীতিটো ব্য়াখ্য়া কৰা।
উত্তৰঃ

7. Explain the underlying principle of going concern assumption.
চলন্ত ব্য়াৱসায়ৰ ধৰাণাৰ অন্তৰ্নিহিত নীতি বৰ্ণনা কৰা।
উত্তৰঃ

8. Discuss the principle of the "Money Measurement Assumption."
"মুদ্ৰা পৰিমাণক ধাৰণাটো নীতি আলোচনা কৰা।
উত্তৰঃ হিচাপৰক্ষণৰ বিত্তীয় প্ৰকৃতিৰ ব্য়ৱসায়িক লেনদেনসমূহ বিচাৰি উলিয়াই হিচাপত লিপিবদ্ধ কৰা হয়; অৰ্থাৎ যিবোৰ লেনদেন টকা বা মুদ্ৰামানেৰে জুখিব পাৰি তেনেবোৰ লেনদেনহে হিচাপত লিপিবদ্ধ কৰা হয়। মুদ্ৰামানেৰে জুখিব নোৱাৰা লেনদেনসমূহক হিচাপৰক্ষণত বিবেচনা কৰা নহয়। পৰিচালকসকলৰ দক্ষতা, শ্ৰমিকৰ উন্নতৰ দক্ষতা, শ্ৰমিক আৰু পৰিচালকসকলৰ মাজৰ মধুৰ সম্পৰ্ক, চৰকাৰৰ আৰ্থিক, শিল্প আৰু বিত্তীয় নীতিৰ পৰিবৰ্তন, গ্ৰাহকৰ পচন্দৰ পৰিবৰ্তন, পণ্য়ৰ উচ্চতাসম্পন্ন গুণ, কাৰখানাত নিয়ন্ত্ৰিত উন্নতমানৰ স্বাস্থ্য়কৰ পৰিৱেশ, বা পৰিচালনাৰ অকৃতকাৰ্যতা, অসুস্থ বাতাবৰণ, পৰিচালকৰ অসহযোগিতা, ধৰ্মঘট, প্ৰতিদন্দ্বীৰ আবিৰ্ভাৱআদিয়ে ব্য়ৱসায়ৰ কাৰ্যকলাপত প্ৰভাৱ পেলালেও এনেবোৰ গুণগত ঘটনাক মুদ্ৰামানেৰে প্ৰকাশ কৰিব নোৱাৰাৰ বাবে ইহঁতক হিচাপত অন্তৰ্ভুক্ত কৰা নহয়। এনেবোৰ গুণগত বিষয় হিচাপত অন্তৰ্ভুক্ত নকৰা বাবে হিচাপৰক্ষণে ব্য়ৱসায়ৰ প্ৰকৃত আৰ্থিক অৱস্থাৰ পূৰ্ণ ছবি প্ৰতিফলিত কৰে।

9. Identify the Accounting Principle associated with the following statement and explain briefly its underlying principle.
তলৰ বিবৃতিটোৰ প্ৰাসঙ্গিক হিচাপৰ নীতি চিনাক্ত কৰা আৰু ইয়াৰ অন্তৰ্নিহিত নীতি ব্য়াখ্য়া কৰা।
উত্তৰঃ 

10. "Accounting to the principle of conservatism, anticipated profit should be credited to the profit and loss account". Write the statement correctly and explain it.
"সংৰক্ষণৰ নীতিঅনুসৰি আনিমানিক লাভবোৰ লাভক্ষিত হিচাপত ক্ৰেডিট কৰিব লাগে।" বিবৃতিটোৰ শুদ্ধকৈ লিখা আৰু ইয়াক ব্য়াখ্য়া কৰা।
উত্তৰঃ

11. Write briefly on the application of Realisation principle and materiality principle.
প্ৰাপ্তি নীতি আৰু যথাৰ্থতা নীতিৰ ব্য়াৱহাৰৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ

12. Explain the Accounting concept which relates to the Accounting Equation - Assets = Capital + Liabilities.
সম্পত্তি = মূলধন + দায় - হিচাপৰ এই সমীকৰণটো সৈতে যুক্ত হিচাপৰ ধাৰণাটো ব্য়াখ্য়া কৰা।
উত্তৰঃ 

13. Explain Business Entity Assumption and its untility.
ব্য়ৱসায়ৰ অস্তিত্বৰ ধাৰণা আৰু ইয়াৰ প্ৰয়োজনীয়তা ব্য়াখ্য়া কৰা।
উত্তৰঃ

14. Describe the principle of conservatism with examples. 
ৰক্ষণশীলতা নীতি উদাহৰণৰ সৈতে বৰ্ণনা কৰা।
উত্তৰঃ 

15. Discuss the need of introducing and developing generally accepted accounting principle.
সৰ্বসাধাৰণৰ গ্ৰহণযোগ্য় হিচাপৰণৰ নীতিসমূহৰ উদ্ভাৱন আৰু বিকাশৰণৰ আৱশ্য়কতা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ

16. Explain clearly the "Matching Concept".
'সমতুল্য় ধাৰণা'টো স্পষ্টভাৱে ব্যাখ্য়া কৰা।
উত্তৰঃ

17. Explain and illustrate the convention of "Materiality".
'বাস্তবধৰ্মিতা' প্ৰথাটো উদাহৰণ দি ব্য়াখ্য়া কৰা।
উত্তৰঃ

18. What is "Money Measurement Concept" of Accounting? Discuss the principle of the concept mentioning two advantages and two disadvantages.
হিচাপকৰণৰ "মুদ্ৰাৰ দ্বাৰা পৰিমাপক" ধাৰণা কি? দুটা সুবিধা আৰু অসুবিধা উল্লেখ কৰি ধাৰণাটোৰ নীতি আলোচনা কৰা।
উত্তৰঃ

19. Describe the underlying principle of convention of full disclosure.
সম্পূৰ্ণ প্ৰকাশৰ প্ৰথাৰ অন্তৰ্নিহিত নীতি বৰ্ণনা কৰা।
উত্তৰঃ

20. What are the basic Accounting assumptions? Explain their implications and importance.
হিচাপবিদ্য়াৰ মূল ধাৰণাসমূহ কি কি? ইহঁতৰ ভাবাৰ্থ আৰু গুৰুত্ব ব্য়াখ্য়া কৰা।
উত্তৰঃ 

21. What do you mean by "Modifying principles"? Explain its significance.
'পৰৱৰ্তিত হিচাপবিদ্য়াৰ নীতি' বুলিলে কি বুজা? ইয়াৰ তাৎপৰ্য ব্য়াক্য়া কৰা।
উত্তৰঃ

22. The ascertainment of correct profit depends upon proper matching of Costs and Revenues.' Critically examine the statement in the light of matching principle of Accounting.
"ব্য় আৰু ৰাজহৰ উপযুক্ত সমতুল্য়ৰ" ওপৰত শুদ্ধ লাভৰ পৰিমাণ নিৰ্ভশীল। হিচাবিদ্য়াৰ সমতুল্য় নীতিৰ আধাৰত কথাষাৰ সূক্ষ্মভাৱে বিশ্লেষণ কৰা। 
উত্তৰঃ

23. What is the Accounting Standard? Mention its importance.
'হিচাপবিদ্য়াৰ মান' মানে কি? ইয়াৰ প্ৰয়োজনীয়া উল্লেখ কৰা।
উত্তৰঃ

24. What are "Accounting Standards"? State the nature and need for Accounting Standards.
হিচাপবিদ্য়াৰ মানসমূহ কি কি? হিচাপবিদ্য়াৰ মানসমূহৰ প্ৰকৃতি আৰু ইয়াৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা।  
উত্তৰঃ

25. Write a critical note on the status of Accounting standards in India?
ভাৰতবৰ্ষত হিচাপবিদ্য়াৰ মানসমূহৰ স্থিতি সম্বন্ধে এটা বিশ্লেষণাত্মক টোকা লিখা।
উত্তৰঃ

26. What is Double Entry System of Book-keeping? Explain its advantages and disadvantages.
দ্বি-প্ৰৱিষ্টি হিচাপৰক্ষণ পদ্ধতি কি? ইয়াৰ উপকাৰিতা আৰু অসুবিধাসমূহ ব্য়াখ্য়া কৰা।
উত্তৰঃ

27. State and Explain the principles of Double Entry System of Book-keeping.
দ্বি-প্ৰৱিষ্টি হিচাপৰক্ষণ পদ্ধতিৰ নীতিসমূহ উল্লেখ কৰি ব্যাখ্য়া কৰা।
উত্তৰঃ

28. "Every debit requires its corresponding credit." Explain with examples.
"প্ৰত্য়েক ডেবিট প্ৰৱিষ্টিয়ে সমপৰিমাণৰ ক্ৰেডিট প্ৰৱিষ্টিৰ বিচাৰে।"- উদাহৰণসহ ব্য়াখ্য়া কৰা।
উত্তৰঃ

29. "Every business transaction has two aspects."-Explain clearly the statement with suitable examples.
"প্ৰত্য়েক ব্য়ৱসায়িক লেনদেনত দুটা দিয থাকে।" এই কথাষাৰ  কৰিস্কাৰকৈ উপযুক্ত উদাহৰণ দি ব্য়াখ্য়া কৰা।
উত্তৰঃ

30. Every business transaction has a two-fold effect.' In this light explain what do you mean by "Double Entry System of Book-keeping."
প্রত্যেকটা ব্যবসায়িক লেনদেনেৰ দুগুণ প্রভাব থাকে। এই পোহৰত "কিতাপ ৰখাৰ দ্বৈত প্ৰৱেশ প্ৰণালী" বুলি আপুনি কি বুজাইছে বৰ্ণনা কৰা।
উত্তৰঃ

31. What are the basic of Accounting? explain them.
হিচাপৰক্ষণৰ ভিত্তিসনমূহ কি কি? সিহঁতৰ ব্যাখ্য়া দিঙি ধৰা।
উত্তৰঃ



Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)










       Type
Hirak jyoti Bora