ভাৰতৰ ৰাষ্ট্ৰপতি সকল

১৯৫০ চনৰ পৰা বৰ্তমানলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি সকল 


ডঃ ৰাজেন্দ্ৰ প্ৰসাদ-

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে। আৰু সমাপ্তি ঘটে ১৯৬২ চনৰ ১৩ মে' তাৰিখে।


ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ-

ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৬২ চনৰ ১৩ মে' তাৰিখে। আৰু সমাপ্তি ঘটে ১৯৬৭ চনৰ ১৩ মে' তাৰিখে।


ডঃজাকিৰ হুছেইন-

ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি আছিল জাকিৰ  হুছেইন তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৬৭ চনৰ ১৩ মে' তাৰিখে। আৰু সমাপ্তি ঘটে ১৯৬৯ চনৰ ১৩ মে' তাৰিখে। 


বৰাহগিৰি ভেংকটগিৰি ( ভাৰপ্ৰাপ্ত)-

ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি আছিল বৰাগিৰি ভেংকটগিৰি তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৬৯ চনৰ ৩ মে' তাৰিখে। আৰু  কাৰ্যকাল সমাপ্তি ঘটে ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে।


মহম্মদ হেদায়েতুল্লা (ভাৰপ্ৰাপ্ত)-

ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি আছিল মহম্মদ হেদায়েতুল্লা তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৬৯ চনৰ ২০ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৬৯ চনৰ ২৪ আগষ্ট তাৰিখে।


বৰাহগিৰি ভেংকটগিৰি-

ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি আছিল বৰাগিৰি ভেংকটগিৰি তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৬৯ চনৰ ২৪ আগষ্ট তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ১৯৭৪ চনৰ ২৪ আগষ্ট তাৰিখে।


ফখৰুদ্দিন আলি আহমেদ-

ভাৰতৰ সপ্তম ৰাষ্ট্ৰপতি আছিল ফখৰুদ্দিন আলি আহমেদ তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৭৪ চনৰ ২৪ আগষ্ট তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে।


বি ডি জাট্টি (ভাৰপ্ৰাপ্ত)-

ভাৰতৰ অষ্টম ৰাষ্ট্ৰপতি আছিল বি ডি জাট্টি তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৭৭ চনৰ ১১ ফেব্ৰুৱাৰী তাৰিখে আৰু কাৰ্যকাল   সমাপ্তি ঘটে ১৯৭৭ চনৰ ২৫ জুলাই তাৰিখে।


নীলম সঞ্জীৱ ৰেড্ডী-

ভাৰতৰ নৱম ৰাষ্ট্ৰপতি আছিল নীলম সঞ্জীৱ      ৰেড্ডী তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৭৭    চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল   সমাপ্তি ঘটে ১৯৮২ চনৰ ২৫ জুলাই তাৰিখে। 


গিয়ানী জাইল সিং-

ভাৰতৰ দশম ৰাষ্ট্ৰপতি আছিল গিয়ানি জাইল      সিং তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৮২ চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৮৭ চনৰ ২৫ জুলাই তাৰিখে।


ৰামস্বামী ভেংকটৰমণ-

ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি আছিল  ৰামস্বামী ভেংকটৰমণ তেখেতৰ কাৰ্যকাল আৰম্ভ হয়    ১৯৮৭ চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ১৯৯২ চনৰ ২৫ জুলাই তাৰিখে।


ডঃ শংকৰ দয়াল শৰ্মা-

ভাৰতৰ দাদশ স্থানত থকা ৰাষ্ট্ৰপতি আছিল    শংকৰ দয়াল শৰ্মা তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৯২ চনৰ ২৫ জুলাই তাৰিখে। আৰু   কাৰ্যকাল সমাপ্তি ঘটে ১৯৯৭ চনৰ ২৫ জুলাই  তাৰিখে।


কে আৰ নাৰায়ণন-

ভাৰতৰ তেয়দশ স্থানত থকা ৰাষ্ট্ৰপতি আছিল কে আৰ নাৰায়ণন তেখেতৰ কাৰ্যকাল আৰম্ভ হয় ১৯৯৭ চনৰ ২৫ জুলাই তাৰিখে। আৰু  কাৰ্যকাল সমাপ্তি ঘটে ২০০২ চনৰ ২৫ জুলাই  তাৰিখে।


ডঃ এ. পি. জে আব্দল কালাম-

ভাৰতৰ চতুৰ্থদশক স্থানত থকা ৰাষ্ট্ৰপতি এ. পি জে. আব্দুল কালাম  তেখেতৰ কাৰ্যকাল আছিল ২০০২ চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ২০০৭ চনৰ ২৪ জুলাই তাৰিখে।


প্ৰতিভা পাটিল সিং-

ভাৰতৰ পঞ্চমদশক স্থানত থকা ৰাষ্ট্ৰপতি আছিল প্ৰতিভা পাটিল সিং তেখেতৰ কাৰ্যকাল আছিল ২০০৭ চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ২০১২ চনৰ ২৫ জুলাই   তাৰিখে।


প্ৰণৱ মুখাৰ্জী-

ভাৰতৰ ষষ্ঠদশক স্থানত থকা ৰাষ্ট্ৰপতি আছিল প্ৰণৱ মুখাৰ্জী তেখেতৰ কাৰ্যকাল আছিল ২০১২ চনৰ ২৫ জুলাই তাৰিখে। আৰু কাৰ্যকাল সমাপ্তি ঘটে ২০১৭ চনৰ ২৫ জুলাই তাৰিখে।


ৰাম নাথ কোৱিন্দ-

ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি হৈ আছে ৰাম নাথ কোৱিন্দ তেখেতৰ কাৰ্যকাল চলি আছে ২০১৭ চনৰ ২৫ জুলাই পৰা বৰ্তমানলৈকে।


Droupadi Murmu's

দ্ৰৌপদী মুৰ্মুৰ

দ্ৰৌপাদি মুৰ্মু (নে টুডু, জন্ম ২০ জুন ১৯৫৮) এজন ভাৰতীয় ৰাজনীতিবিদ যি ভাৰতৰ নিৰ্বাচিত ৰাষ্ট্ৰপতি। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) সদস্য। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱা তেওঁ এক অনুসূচীত জনজাতি সম্প্ৰদায়ৰ প্ৰথম ব্যক্তি। ৰাষ্ট্ৰপতি হোৱাৰ আগতে তেওঁ ২০১৫ ৰ পৰা ২০২১ চনৰ ভিতৰত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ২০০০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত উৰিষ্যা চৰকাৰৰ কেবিনেটত বিভিন্ন দপ্তৰৰ দায়িত্ব পালন কৰিছিল।



Sumit Patar