ৰঘুনাথ চৌধাৰী বিষয়ে। ৰঘুনাথ চৌধাৰী জীৱনী। ৰঘুনাথ চৌধাৰী ঘৰ ক'ত । 

ৰযুনাথ চৌধাৰী
ৰযুনাথ চৌধাৰী ( ১৮৭৯-১৯৬৮ )


ৰযুনাথ চৌধাৰী (১৮৭৯-১৯৬৮): বর্তমান নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা কত গাঁৱত কবি চৌধাৰীৰ জন্ম । তেওঁৰ পিতৃৰ নাম ভােলানাথ চৌধাৰী৷ সৰুতেই ভৰিত দুখ পাই চিৰদিনৰ কৰণে ভৰি ঘূণীয়া হয়। ঘৰুৱা অসুবিধাৰ কাৰণে সম্পৰ্কীয় ককায়েক এজনে শিশু ৰঘুনাথ চৌধাৰীক গুৱাহাটীলৈ লৈ আহে। ইয়াত তেওঁক বিদ্যালয়ত নামভৰ্তি কৰি দিয়ে। অষ্টম শ্রেণীলৈকে পঢ়ি শিক্ষকৰ কঠোৰ শাসনৰ বাবে তেওঁ বিদ্যালয়লৈ যাবলৈ এৰি দিয়ে। ঘৰতে সংস্কৃত আৰু বাংলা কাব্য সাহিত্য অধ্যয়ন কৰিবলৈ লয়। হিত কেইবহমান শকতা কৰি এৰি পেলায়। শেষত খেতি - বাতি কৰিবলৈ লয় আৰু তাৰ লগে= সাহিত্য ৱােও কৰি থাকে। তেওঁ গুৱাহাটীৰ পৰা প্রকাশিত' জোনাক কাকতৰ সহকাৰী সম্পাদক আৰু মইনা, জয়তী আৰু সুৰভি ' নামৰ আলােচনীৰাে সম্পাদক আহিল । বেয়ে জোনাক তেৰে কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু আলােচনী, বহ অনিতা বহুতাে কবিতা প্রকাশ পায়। প্রথম ভৰত লিখা কবিতাবােৰ সাৰী (১৯১০) পুথিত সন্নিবিষ্ট ৰা হৈছে। ইয়াৰ পিছত এক কেতেক' (১৯১৮) , কাৰবালা (১৯২৩), দহিকতৰা (১৯৩১), নৱকা (১৯৫২) আৰু মৰণােত্তৰ কালত মনাই বৰাগী (কবিতা) তথা পতীয়া নামে গড়ৰ পুথি প্রকাশ পায়। চৰাইক বিষয়বস্তু হিচাপে লৈ বহুতাে কবিতা লিখিছিল বাবে তেওঁক বিহগী কবি আখ্যা দিয়া হৈছে। তেওঁ ১৯৩৫ চনত তেজপুৰত অনুষ্ঠিত হােৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আহিল।