The Mountain and the squirrel
Word Meaning
Page No : 83 Word meaning
1. Mountain (মাউন্টেন) - পৰ্বত
2. Squirrel (স্কুইৰেল) - কেৰ্কেটুৱা
3. Quarrel (কুৱাৰেল) - কাজিয়া
4. Former (ফৰমাৰ) - আগৰজন
5. Prig (প্ৰগ) - অভিমানী
6. Doubtless (ডাউটলেচ) - সন্দেহবিহীন
7. All sorts (অল চৰ্টচ) - প্ৰতিবিধ
8. Weather (ৱেদাৰ) - বতৰ
9. Together (টুগেদাৰ) - একেলগে
10. Sphere (স্ফিয়েৰ) - ক্ষেত্ৰ
11. Disgrace (ডিচগ্ৰেচ) - লাজৰ কথা
12. Occupy (অকুপাই) - দখল কৰা
13. Large (লাৰ্জ) - প্ৰকাণ্ড
14. Half (হাফ) - আধা
15. Spry (স্প্ৰাই) - চঞ্চলতা
16. Deny (ডিনাই) - নাকচ কৰা
17. Squirrel track (স্কুইৰেল ট্ৰেক) - কেৰ্কেটুৱা অহা যোৱা কৰা ৰাস্তা
18. Talent (টেলেন্ট) - প্ৰতিভা
19. Differ (ডিফাৰ) - পৃথক
20. Crack (ক্ৰেক) - ভাঙা কাৰ্য্য
21. Nut (নাট) - বাদাম , গছৰ গুটি বিশেষ