বিভিন্ন প্ৰকাৰৰ গ্ৰাহক

প্ৰশ্নাৱলী

1. Mention different types of customer? Explain shortly any three types of customer.

বিভিন্ন প্ৰকাৰৰ গ্ৰাহকৰ নাম উল্লেখ কৰা। যিকোনো তিনিটা গ্ৰাহকৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।

2. Give the meaning of the following:

তলত দিয়াবোৰৰ অৰ্থ লিখাঃ

a. Minor (নাবালক)

b. Partnership Firm (অংশীদাৰী ব্যৱসায়)

c. Lunatic (উন্মত্ত লোক)

d. Illiterate person (অসিক্ষিত ব্যক্তি)

e. Trustee (ন্যাসৰক্ষী)

f. Liquidator (অৱসায়ক)

g. Married women (বিবাহিত মহিলা)

h. Joint Account (যৌথ হিচাপ)

i. Company (কোম্পানী)

j. Executor & Administrator (নিৰ্বাহক আৰু প্ৰশাসক)

k. ombudsman (লোকপাল)

l. Non trading organisation (অব্যৱসায়ী প্ৰতিষ্ঠান)

3. What are precautions to be taken by the banker before it opens an account in the name of the fallowing:

তলত উল্লেখিত গ্ৰাহকৰ হিচাপ খোলাৰ আগতে বেংকে কেনে ধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগে?

a. Minor (নাবালক)

b. Married women (বিবাহিত মহিলা)

c. Join Account (যৌথ হিচাপ)

d. Partnership firm (অংশীদাৰী প্ৰতিষ্ঠান)

e. Company (কোম্পানী) 

f. Executor & Administrator (নিৰ্বাহক আৰু প্ৰশাসক)

g. Illiterate person (অশিক্ষিত ব্যক্তি)

h. Trustee (ন্যাসৰক্ষী)

i. Club, School, College (ক্লাব, স্কুল, কলেজ)

4. Discuss the procedure pf opening an account in the name of a company.

কোম্পানীৰ নামত হিচাপ খোলাৰ পদ্ধতিসমূহ আলোচনা কৰা?

5. What is joint Account? (যৌথ হিচাপ কি?)

6. Explain who is a minor? (নাবালক কোন বৰ্ণনা কৰা।)

7. Explain how a partnership firm can open an account in a bank?

অংশীদাৰী প্ৰতিষ্ঠানে কেনেকৈ বেংকত হিচাপ খুলিব পাৰে বৰ্ণনা কৰা।

8. Answer the following: (তলত দিয়াবোৰৰ উত্তৰ দিয়াঃ)

a. Can a current account in the name of a minor be opened? নাবালকৰ নামত চলিত জমা হিচাপ খুলিব পাৰিনে?

b. can a current account be opened in the name of an illiterate person?

অশিক্ষিত ব্যক্তিৰ নামত চলিত হিচাপ খুলিব পৰিনে?

c. When Banking ombedsman scheme was announced?

বেংকিং ombedsman আঁচনি কেতিয়া ঘোষণা কৰা হয়?

d. Can an account be opened in the name of a married women?

বিবাহিতা মহিলাৰ নামত বেংকত হিচাপ খুলিব পাৰিনে?

e. Can an illiterate person open an account with the Bank?

এজন অশিক্ষিত ব্যক্তিয়ে বেংকত হিচাপ খুলিব পাৰেনে?

9. Fill up the blanks: (খালী ঠাই পূৰ কৰাঃ)

i. A minor ________ a customer of a Bank.

নাবালকে বেংকৰ গ্ৰাহক হ'ব ________

ii. Children below ________ years old is called minor.

যাৰ ________ বছৰতকৈ কম তাক নাবালক বুলি কোৱা হয়।

iii. Banker ________ open an account in the name of a person who is of unsound mind.

বেংকে অসুস্থ মস্তিষ্কৰ বিকৃতিৰ ব্যক্তিৰ নামত হিচাপ খুলিব ________।

iv. Every company ________ be a customer of a Bank.

v. Negatiable Instrument Act was established in ________

হস্তান্তৰিত পত্ৰ আইন ________ চনত প্ৰৱৰ্তন কৰা হয়।

vi. Non trading organisation ________ open an account with the Bank.

অধ্যৱসায়ী প্ৰতিষ্ঠানসূহে বেংকত হিচাপ খুলিব ________।

vii. Liquidators are appointed by ________

অৱসায়কসকলক ________ নিযুক্তি দিয়ে।

viii. Banking ombudsman scheme was announced in ________

বেংকিং ombudsman আঁচনি ________ চনত ঘোষণা কৰা হয়।

ix. An illiterate person ________ open an account in a bank.

এজন অশিক্ষিত ব্যক্তিয়ে বেংকত হিচাপ খুলিব ________।


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)








Type Himanku Bora