Lesson 5

পৰিৱেশ প্ৰদূষণ  Environmental Pollution

প্ৰশ্নাৱলীঃ

1. প্ৰদূষণ কাক বোলে?  বায়ুমণ্ডলৰ বিভিন্ন প্ৰকাৰৰ  প্ৰদূষক সমূহৰ  নাম লিখা। 

উত্তৰঃ 

2. সাধাৰণ প্ৰদূষণক সমূহ কি কি? 

উত্তৰঃ 

3. প্ৰদূষণ  কাৰক সমূহ কেইটা ভাগত বিভক্ত আৰু কি কি? 

উত্তৰঃ 

4. প্ৰদূষণ বিভিন্ন প্ৰকাৰৰ কি কি?

উত্তৰঃ 

5. বায়ু প্ৰদূষণ উৎস সমূহ কি কি? 

উত্তৰঃ

6. বায়ু প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ

7. বায়ু প্ৰদূষণে মানৱ স্বাস্থ্যৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় লিখা।

উত্তৰঃ

8. বায়ু প্ৰদূষণৰ উদ্ভিদৰ ওপৰত কেনেদৰে প্ৰভাৱ  পেলাইছে?

উত্তৰঃ

9. বায়ু প্ৰদূষণ কু-প্ৰভাৱবোৰ আলোচনা কৰা।

উত্তৰঃ

10. পানী প্ৰদূষণৰ কাৰক সমূহ লিখা।

উত্তৰঃ

 11. পানী প্ৰদূষণৰ কু-প্ৰভাৱবোৰ লিখা।

উত্তৰঃ

12. পানী প্ৰদূষণ নিয়ন্ত্ৰণ কৰা উপায়সমূহ লিখা।

উত্তৰঃ

13. মাটি প্ৰদূষণ কাক বোলে? মাটি প্ৰদূষণৰ উৎস সমূহ উল্লেখ কৰা।

উত্তৰঃ

14. মাটি প্ৰদূষণ কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰি বৰ্ণনা কৰা।

উত্তৰঃ

15. শব্দ  প্ৰদূষণ কাৰণ সমূহ উল্লেখ কৰা।

উত্তৰঃ

16. সাগৰ প্ৰদূষণ কেনেদৰে ৰোধ কৰিব পাৰি?

উত্তৰঃ

17. শব্দ প্ৰদূষণ কাৰ বোলে? শব্দ প্ৰদূষণৰ উৎসমূহ কি কি?

উত্তৰঃ 

18. মানুহৰ ওপৰত শব্দ প্ৰদূষণ প্ৰভাৱ সম্পৰ্কে কি জানা লিখা। 

উত্তৰঃ

19. তাপ প্ৰদূষণৰ উৎস বিলাক কি কি? 

উত্তৰঃ 

20. ভূমি প্ৰদূষণে ভূমিৰ উৎপাদনশীলতাৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলায় আলোচনা কৰা।

উত্তৰঃ 

21. নিউক্লীয় বিপৰ্য্যয় বুলিলে কি বুজা?

উত্তৰঃ

22. তেজস্ক্ৰিয় ৰাশ্মিবিলাকত কেই প্ৰকাৰৰ ৰশ্মি থাকে? 

উত্তৰঃ 

23. তেজস্ক্ৰিয় ৰশ্মিবিলাকে মানৱ দেহত পেলোৱা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

24. গোটা আৱৰ্জনাবোৰৰ ব্যৱস্থাপনা সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ

25. নগৰাঞ্চলৰ আৱৰ্জনাবোৰৰ ব্যৱস্থাপনা সম্পৰ্কে এটা টোকা লিখা।

উত্তৰঃ 

26. পৰিৱেশ সংৰক্ষণত ব্যক্তিৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ

27. ঘৰুৱা বায়ু প্ৰদূষকৰ বিষয়ে লিখা।

উত্তৰঃ

28. শব্দ প্ৰদূষণ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি?

উত্তৰঃ

29. নিউক্লীয় প্ৰদূষণৰ নিয়ন্ত্ৰণয় বিষয়ে লিখা।

উত্তৰঃ

30. গোটা আৱৰ্জনাৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰা।

উত্তৰঃ


31. চমুটোকা লিখাঃ

(ক) ড'ন'ৰাৰ বিপৰ্য্যয়

উত্তৰঃ

(খ) ভূপালৰ গেচ বিপৰ্য্যয়

উত্তৰঃ

(গ) আৰ্ছেনিক প্ৰদূষণ

উত্তৰঃ

(ঘ) হিৰোচিমা আৰু নাগাচাকিৰ বিপৰ্য্যয়

উত্তৰঃ

(ঙ) মিনিমাটা বিপৰ্য্যয়

উত্তৰঃ

(চ)  কাৰ্নবিল নিউক্লীয় বিপৰ্য্যয়

উত্তৰঃ


◼◼◼


Type : Priyam Jyoti Patar



Post ID : DABP004720