K2 (Godwin-Austen)


K2, চীনা কোগিৰ ফেং, যাক মাউণ্ট গডউইন অষ্টেন বুলিও কোৱা হয়, যাক স্থানীয়ভাৱে ডাপচাং বা চোগোৰী বুলি কোৱা হয়, যি হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। ইয়াৰ মুঠ উচ্চতা হৈছে ৮৬১১ মি। ই কাশ্মীৰত অৱস্থিত।