Tom Sawyer
Word Meaning
Page No: 21 (word meaning)
1. Fond (ফন্দ্) - মুগ্ধ
2. Adventure (এডভেঞ্চাৰ) - অভিমান
3. Always (অলৱেইজ) - সদায়
4. Dreamt (ড্ৰিমট্) - সপোৰন দেখিছিল
5. Finding (ফাইন্দিঙ) - বিচাৰিপোৱা
6. Boxes (বকেজ্) - বাকচবোৰ
7. Hidden (হিদেন) - গুপ্ত
8. Treasure (ট্ৰেজাৰ) - ধন সম্পত্তি
9. Haunted (হন্টেড্) - আদ্দা / ভূত থকা ঠাই
10. Houses (হাউজেজ) - ঘৰবোৰ
11. Made (মেইড) - তৈয়াৰ কৰা
12. Friend (ফ্ৰেন্দ) - বন্ধু
13. Evening (ইভনিং ) - সন্ধিয়া
14. Decided (ডিচাইডেড্) - সিদ্ধান্ত লোৱা
15. Select (চিলেক্ট) - বাছনি কৰা
16. Broken (ব্ৰকেন) - ভগা-ছিগা
17. Quiet (কোৱায়েট) - নিজম
18. Place (প্লচ) - ঠাই
19. Distance (ডিচটেন্স) - দুৰত্ব
20. Far Away (ফাৰ এৱেই) - দুৰত
21. Great (গ্ৰেট) - মহান
Page No: 22 (word meaning)
22. Discovery (ডিচকোভাৰী) - আবিস্কাৰ
23. Wonder (ৱন্দাৰ) - আচৰিত হোৱা
24. Buried (বাৰিড) - পুতিথোৱা আছিল
25. Forgot (ফৰগট) - পাহৰিছিল
26. Thought (থট) - চিন্তা
27. Arrived (এৰাইভড্) - আহি পাইছিল
28. Search (চাৰ্চ) - সন্ধান কৰা
29. Sure (চিউৰ) - নিশ্চয়
30. Hiding (হাইডিঙ) - লুকাই থকা
31. Companion (কেম্পনিয়ন) - লগৰী
32. Upstairs (আপষ্টেয়াৰচ) - টপৰলৈ যোৱা চিৰি
33. Blood running cold (ব্লাড ৰাণিঙ ক'ল্ড) - ভয়তে তেজ ঠাণ্ডা হোৱা
34. Thankfully (থেংকফুলী) - ভাগ্যে
35. Collapsed (কলাপচড্) - ভাঙি পৰা
36. Toppled (টোপলড্) - হামখুৰি খাইপৰা
37. Ground (গ্ৰাউন্দ) - মাটি
38. Breathe (ব্ৰিথ) - উলাহ লোৱা
39. Easily (ইজিলি) - সহজতে
40. Wrapping (ৰেপিঙ) - মেৰিয়াই লোৱা
41. Blanket (ব্লংকেট) - কম্বল
42. Lifted (লিফেটড্) - তুলি ধৰা
43. Shoulder (চোলডাৰ) - কান্ধ
Page No: 23 (word meaning)
44. Indeed (ইনদিদ) - প্ৰকৃততে
45. Missed (মিছড) - হেৰুৱালো
46. Dug (ডাগ্) - মাটি খান্দা
47. Took away (টুক এৱেই) - লৈ যোৱা
48. Grumbled (গ্ৰম্বল্ড) - অভিযোগ / আপত্তি কৰা