গোটঃ2

উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধ্বংসাৱশেষ আৰু গুৰুত্বপূৰ্ণ পৰ্যটন ক্ষেত্ৰ

 প্রশ্নাৱলী

অতি চমু প্রশ্ন ঃ

১। ‘বাদুংদুপ্পা কলাকেন্দ্ৰ’ অসমৰ কোনখন জিলাত অৱস্থিত?

২। অসমৰ গোৱালপাৰা জিলাত থকা দুখন পৰ্যটনস্থলৰ নাম উল্লেখ কৰা।

৩। ৰুদ্ৰপদ দেৱালয় ক’ত অৱস্থিত?

৪। ‘দেওপাহাৰ’ - অসমৰ কোনখন জিলাত অৱস্থিত?

৫। শিপাৰ দ্বাৰা সৃষ্ট জীৱন্ত দলংখন উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত অৱস্থিত?

৬। ‘নাথুলা পাছ’ কিয় বিখ্যাত?

৭। "Rumtek Monastery" কোনখন ৰাজ্যত অৱস্থিত?

৮। ক’হিমাত থকা দুটি জনগোষ্ঠীৰ নাম উল্লেখ কৰা।

৯। "Mokekchung" নাগালেণ্ডৰ কোনটো জনগোষ্ঠীৰ প্ৰধান বসতিস্থল ?

১০। জাতিংগা কিয় বিখ্যাত?

১১। 'উৰছ’ নামৰ উৎসৱটো অসমৰ ক'ত অনুষ্ঠিত কৰা হয় ?

চমুটোকা লিখা :

১। শ্ৰীসূর্য পাহাৰ

২। আমবাৰী

৩। দ-পৰ্বতীয়া শিলৰ দুৱাৰ

৪। মহাভৈৰৱ মন্দিৰ

৫। দেউ পাহাৰ

৬। ৱাৰ্ড লেক

৭। শ্বিলং পিক

 ৮। চেভেন চিষ্টাৰ্চ

৯। টাৱাঙৰ ৱাৰ মেম'ৰিয়েল

১০। ক'হিমা যুদ্ধ

১১। বুমলা

চমু উত্তৰ দিয়া

১। পর্যটনস্থলী হিচাপে গোৱালপাৰা জিলাখনৰ তাৎপৰ্য ব্যখ্যা কৰা।

২। তেজপুৰৰ চিত্ৰলেখা উদ্যানে অসমৰ পৰ্যটন উদ্যোগলৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে ব্যাখ্যা কৰা।

৩। পর্যটনস্থলী হিচাপে দেওপাহাৰৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।

৪। হৰ্ণবিল মহোৎসৱৰ বিষয়ে ব্যাখ্যা কৰা।

৫। হাজোৰ পোৱা-মক্কাৰ বিষয়ে লিখা।

৬। আজান-পীৰৰ দৰগাহত পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে ব্যাখ্যা কৰা।

৭। জাতিংগাৰ বিষয়ে চমুকৈ লিখা।

ৰচনাধৰ্মী প্রশ্ন :

১। পর্যটনকেন্দ্ৰ হিচাপে অসমৰ ‘প্ৰেমৰ নগৰ’ তেজপুৰৰ বিষয়ে ব্যখ্যা কৰা।

২। শ্বিলঙৰ পৰ্যটন উদ্যোগৰ বিষয়ে ব্যাখ্যা কৰা।

৩। মেঘৰ আলয়-মেঘালয়ৰ পৰ্যটন উদ্যোগলৈ চেৰাপুঞ্জীৰ অৱদানৰ বিষয়ে বহলাই লিখা।

৪। আইজলত থকা পৰ্যটকৰ আকৰ্ষণৰ স্থলসমূহৰ বিষয়ে লিখা।

৫। উত্তৰ-পূব ভাৰতৰ পৰ্যটন উদ্যোগৰ দ্ৰুত উন্নয়ণৰ নিদৰ্শন দেখাবলৈ সক্ষম হোৱা ৰাজ্য – ছিকিমৰ পৰ্যটনৰ বিষয়ে ব্যাখ্যা কৰা।



Type-Bharat kalita 
Morigaon Assam