গোটঃ ৩

স্থাপত্য-কলাসন্মত ঐতিহ্য
প্রশ্নাৱলী

অতি চমু প্রশ্ন ঃ

১। স্থাপত্যকলা বুলিলে কি বুজা?

২। ঐতিহ্য মানে কি বুজা? 

৩। স্থাপত্যকলাসন্মত ঐতিহ্য বুলিলে কি বুজা?

৪। ডিমাচা ৰাজ্য ক’ত অৱস্থিত?

৫। নাগালেণ্ড বা নগাৰাজ্য কোন চনত গঠিত হয়? 

৬। ডিমাচা-কছাৰী ৰাজ্যৰ প্ৰথম ৰাজধানীখনৰ নাম কি?

৭। ডিমাপুৰক কিয় ইটানগৰ নামেৰে জনা গৈছিল ?

৮। কাছ 'মাৰী ক’ত অৱস্থিত?

৯। মাইবঙ শব্দটো কি ভাষাৰ?

১০। মাইবঙৰ মাজেৰে বৈ যোৱা নদীখনৰ নাম কি?

১১। ডিমাছা কছাৰীসকলৰ অন্তিম ৰাজধানীখনৰ 
নাম কি?

১২। কাছাড়েৰ ইতিবৃত্ত' গ্ৰন্থৰ লেখক কোন? 

১৩। আহোমসকলে কেতিয়াৰে পৰা ইটাৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰে?

১৪। ‘চৰাইদেউ’ শব্দৰ অৰ্থ কি?

১৫। গড়গাঁও নগৰখন কোনে প্রতিষ্ঠা কৰে?

১৬। গড়গাঁওক টাই-আহোম ভাষাত কি বুলি কয়?

১৭। ৰংপুৰৰ পুৰণি নাম কি?

১৮। ‘শিৱদৌল’ কোনে নিৰ্মাণ কৰে?

১৯। প্রাচীনকালত ত্ৰিপুৰাক কি নামেৰে জনা গৈছিল?

২০। কোন ৰজাই আগৰতলালৈ ৰাজধানী স্থানান্তৰ কৰে?

২১। কোন হ্ৰদৰ মাজত ‘নীৰমহল’ অৱস্থিত?

২২। হ্ৰদৰ মাজত অৱস্থিত ভাৰতৰ আধাইতকৈ ডাঙৰ ৰাজপ্রাসাদটোৰ নাম লিখা।

২৩। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰে?

২৪। কামাখ্যা মন্দিৰৰ পূৰ্বৰ নাম কি আছিল?


২৫। কামাখ্যা মন্দিৰৰ যোনি থকা অংশটিক পূর্বতে কি বুলি নাম দিছিল? 

২৬। কোন বিদেশী ভ্রমণকাৰীয়ে কামাখ্যা মন্দিৰত দেৱীৰ সোণৰ মূৰ্ত্তি দেখিছিল?

২৭। হয়গ্ৰীৱ-মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল?

২৮। হয়গ্ৰীৱ-মাধৱ মন্দিৰ অৱস্থিত পাহাৰখনৰ নাম কি? 

২৯। হয়গ্ৰীৱ-মাধৱ মন্দিৰৰ মূল বিগ্ৰহৰ নাম কি?

৩০। ত্ৰিপুৰা সুন্দৰীদেৱী মন্দিৰ কোন ঠাইত অৱস্থিত? 

৩১। ত্ৰিপুৰা সুন্দৰীদেৱীৰ কাষত অৱস্থিত পুখুৰীটোৰ নাম কি?

৩২। ‘ৰুমটেক’ মঠ ভাৰতৰ কোন ৰাজ্যত অৱস্থিত?

৩৩। ছিকিম কেতিয়াৰে পৰা উত্তৰ-পূব পৰিষদৰ সদস্য ৰাজ্য হয়?

৩৪। চিলিগুৰি কৰি'ডৰ কি?

৩৫। ‘কাংলা ফর্ট’ ক’ত অৱস্থিত?

৩৬। প্রাচীন মণিপুৰক কি নামেৰে জনা গৈছিল ?

৩৭। বৃটিছে কিমান চনত কাংলা দুৰ্গ দখল কৰে?

৩৮। অৰ্দ্ধসামৰিক বাহিনী ‘অসম ৰাইফলচে’ কিমান চনত কাংলা দুৰ্গ খালি কৰে।

চমু উত্তৰ দিয়া :

১। স্থাপত্যকলাসন্মত ঐতিহ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা কি?

২। কাছমাৰীৰ স্থাপত্য-ভাস্কৰ্যত কোন সংস্কৃতিৰ প্ৰভাৱপৰা বুলি অনুমান কৰা হয়?

৩। মাইবং শব্দৰ অৰ্থ ব্যাখ্যা কৰা।

৪। চৰাইদেউ ক’ত অৱস্থিত? ইয়াৰ দেওশাল মন্দিৰত কাক পূজা কৰা হৈছিল।

৫। GPR ৰ সম্পূৰ্ণ অর্থ কি? ইয়াৰ দ্বাৰা কি কৰিব পাৰি।

৬। ‘শিৱসাগৰ’ নামটোৰ কেনেকৈ জন্ম হয়?

৭। হয়গ্ৰীৱ মানে কি?

৮। হয়গ্ৰীৱ মাধৱৰ মূল বিগ্রহ কেইটিৰ নাম কোৱা।

৯। হয়গ্ৰীৱ মাধৱ মন্দিৰক কিয় পঞ্চতীৰ্থ বোলে? 

১০। ত্ৰিপুৰা সুন্দৰী মন্দিৰ কোনে, কেতিয়া নিৰ্মাণ কৰে?

১১। ত্ৰিপুৰাৰ ত্ৰিপুৰা সুন্দৰীদেৱী আন কি দুটা নামেৰে জনা যায়? 

১২। 'কাংলা’ কি ভাষাৰ শব্দ ? ইয়াৰ অৰ্থ কি?

১৩। ৰুমটেক মঠ কোনে কেতিয়া নিৰ্মাণ কৰে? 

১৪। পুনঃনির্মিত ৰুমটেক মন্দিৰটো কেতিয়া, কোনে উদ্বোধন কৰিছিল।

১৫। কোনে কেতিয়া ‘কাংলা দুৰ্গ’ পৰিচালনাৰ আনুষ্ঠানিক দায়িত্ব মণিপুৰ ৰাজ্য চৰকাৰক প্ৰদান কৰে।

চমুটোকা লিখা :

১। কাছমাৰীৰ স্থাপত্য-ভাস্কৰ্য্য

২। মাইবঙৰ স্থাপত্যৰ ভগ্নাংশ

৩। মৈদামৰ লুটপাত

৪। গড়গাঁও ৰাজকাৰেংঘৰ চৌহদত পুৰাতাত্ত্বিক বিভাগৰ খনন

৫। শিৱসাগৰৰ দেৱীদৌল

৬। তলাতলঘৰ চৌহদত নৃতাত্ত্বিক বিভাগৰ খনন

৭। ৰংঘৰ

৮। ৰংঘৰৰ স্থাপত্য

৯। শিৱসাগৰ জিলাৰ ঐতিহাসিক গুৰুত্ব

১০। উজ্জয়ন্ত প্রাসাদ

১১। নীৰমহল

১২। কামাখ্যা মন্দিৰ নিৰ্মাণৰ লগত জড়িত কিংবদন্তী

১৩। কামাখ্যা মন্দিৰৰ নিৰ্মাণকাল

১৪। কামাখ্যা পীঠ

১৫। হয়গ্ৰীৱ মাধৱ মন্দিৰ লগত জড়িত ইন্দ্ৰদ্যুম্ন কিংবদন্তী

১৬। কুর্মপীঠ

১৭। কাংলা শ্বাহ

১৮। শ্রী গোবিন্দজী মন্দিৰ

ৰচনা ধৰ্মী প্রশ্ন :

১। ডিমাপুৰৰ ডিমাছা কছাৰীৰ ঐতিহাসিক স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে এক আলোচনা আগবঢ়োৱা

২। মাইবঙৰ ৰণচণ্ডী মন্দিৰ বা শিলঘৰটোৰ লগত জড়িত প্ৰবাদ আৰু স্থাপত্য বিষয়ে এক আলোচনা আগবঢ়োৱা।

৩। ডিমাছা কছাৰীসকলৰ অন্তিম ৰাজধানী খাচপুৰৰ স্থাপত্য-ভাস্কৰ্যৰ এটি বিৱৰণ দিয়া।

৪। চৰাইদেউ মৈদামৰ স্থাপত্যৰ এটি বিৱৰণ দিয়া।

৫। গড়গাওঁৰ ‘কাৰেংঘৰৰ’ ইতিবৃত্ত লিখা।

৬। শিৱসাগৰৰ শিৱদৌলৰ ইতিহাস আৰু ইয়াৰ স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে চমুকৈ লিখা।

৭। ৰংপুৰ নগৰ কোনে প্রতিষ্ঠা কৰিছিল। ইয়াত থকা তলাতল ঘৰৰ বিষয়ে চমুকৈ লিখা।

৮। উজ্জয়ন্ত প্রাসাদৰ ইতিহাস বর্ণনা কৰা।

৯। নীৰমহল কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ বিষয়ে চমুকৈ লিখা।

১০। ঐতিহাসিক কামাখ্যা মন্দিৰৰ স্থাপত্য-ভাস্কৰ্যৰ বিষয়ে এখনি ৰচনা লিখা। 

১১। ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ ইতিহাস আৰু স্থাপত্যৰ বিষয়ে চমুকৈ লিখা।

১২। ৰুমটেক মঠৰ অতীত আৰু বৰ্তমানৰ বিষয়ে চমুকৈ লিখা।

১৩। কাংলাদুৰ্গৰ স্থাপত্য আৰু ভাস্কৰ্যৰ এক বিৱৰণ দিয়া।

১৪। কাংলা দুৰ্গ চৌহদত থকা স্থান আৰু স্থাপত্যসমূহৰ এক বিৱৰণ দিয়া।



Type-Bharat Kalita 
Morigaon Assam