গোটঃ ১


পৰ্যটনৰ তাত্ত্বিক দিশ, প্ৰাথমিক ভূগোল আৰু উত্তৰ-পূব ভাৰতৰ জৈব-বৈচিত্ৰ্য

প্ৰশ্নাৱলী

১। পর্যটন বুলিলে কি বুজা ৷ পৰ্যটনৰ বিভিন্ন সূত্ৰসমূহ লিখা। 

২।এছ. ৱাহাব (S. Wahab)ৰ মতে পৰ্যটন উপাদানসমূহ কি কি?

৩।পৰ্যটনৰ পৰা কি কি উন্নয়ন আশা কৰিব পাৰি ?

৪৷ উত্তৰ-পূব ভাৰতৰ মালভূমি বা সমভূমিৰ বিষয়ে ব্যাখ্যা কৰা।

৫।কাজিৰঙা ক’ত আৰু কিয় বিখ্যাত ?

৬। দিহিং —পাটকাই বৰ্ষাৰণ্যত কি কি মূল্যৱান গছ পোৱা যায় ?

৭।নামেৰি ৰাষ্ট্ৰীয় উদ্যানত পোৱা বিশটা প্ৰজাতিৰ চৰাইৰ নাম লিখা।

৮। নামদফা কি ? 

৯। ই কোন ৰাজ্যত অৱস্থিত আৰু কিয় বিখ্যাত?

১০৷ অসমৰ বৰ্ষাৰণ্যৰ বিষয়ে এখন ৰচনা লিখা।


Type-Bharat kalita 
Morigaon Assam