Bamboo 13 - নল বাঁহ Bambusa Milton


                                              






নল বাঁহ হৈছে এদাল অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চ (North-East)ত প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল উল্লেখযোগ্য বাঁহ। এই বাঁহ দালৰ উচ্চতা 7-8 মিটাৰ হয় আৰু ইয়াৰ ব্যাস 5-6 চেমি হয় কাৰণে ইয়াৰ কোনো বিশেষ কাম নাই। এই বাহঁ দালৰ পৰা  খৰি পোৱা যায়।

Type- Suman Kakati









Post ID : DABP005589