Bamboo 16 - ভালুকী ম'কাল Bambusa Volgaris












Kingdom: Assam

Clade: Tracheophytes 

Clade: Angiosperms 

Clade: Monocots 

Clade: Commelinids 

Order: Poales 

Family: Poaceae

Genus: Bambusa 

Species: B. vulgaris
   
ভালুকী ম'কাল হৈছে এদাল অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল বাঁহ এই বাহ দালৰ। এই বাঁহ দালৰ গা-গঠন যঠেষ্ট ডাঙৰ হয়। ঘন গুচ্ছযুক্ত কুলমবোৰ 10-20 মিটাৰ  আৰু গছ দাল (30-70 ফুট) ওখ হয় আনহাতেএই গছ দাল 4-10 চেমি (2-4 ইঞ্চি) ডাঠ হয়। আৰু ইণ্টাৰনোডবোৰ 20-45 চেমি (7.9-17.7 ইঞ্চি) হয়। এই বাঁহ দালৰ পৰা মানুহে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে যেনে- ঘৰ-দুৱাৰ সজাঁ,গৰু-গাড়ি আদি দজাঁ ইত্যাদি।

Type- Suman Kakti