Bamboo 17 - ম'কাল Bamusa Nutans
Ginhadi-an: Assam
Pagbahin: Tracheophyta
Klase: Liliopsida
Orden: Poales
Banay: Poaceae
Genus: Bambusa
Espesye: Bambusa nutans
ম'কাল বাহঁ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত (North-East) চাইদত প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল বাঁহ। এই বাঁহ দালৰ উচ্চতা 6-15 মিটাৰ হয় আৰু ইয়াৰ ব্যাস 5-10 চেমি হয়। আঙুঠি; নোড সামান্য ডাঠ হয় আৰু আন্তঃ নোডবোৰ সাধাৰণতে 25-45 চেমি দীঘল আৰু ডাথ বেৰৰ হয়। এই বাঁহ দালৰ পাতবোৰ 15-25 চেমি দীঘল হয়। আৰু কুমলৰ আৱৰণ 10-23 চেমি দীঘল হয় আৰু আধাৰত 30 চেমি লৈকে বহল হয়।
Type- Suman Kakati