Bamboo 20 - লাঠী বাঁহ Bandrocalamus Strictus







Kingdom: Assam

Clade: Tracheophytes

Clade: Angiosperms 

Clade: Monocots 

Clade: Commelinids

Order: Poales 

Family: Poaceae

Genus: Dendrocalamus 

Species: D. strictus

Rank: Species

Higher classification: Dendrocalamus

লাঠী বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল বাঁহ। এই বাঁহ দালৰ উচ্চতা 6-18 মিটাৰ হয়। গছ দালৰ ইণ্টাৰনোডবোৰ দৈৰ্ঘ্য 20-30 চেমি আৰু ব্যাস 2.5-12 চেমি হয়। কুলমৰ বেৰবোৰ অতি ডাঠ হয়। আৱৰণৰ সঠিক দৈৰ্ঘ্য 18-22 চেমি আৰু বহল 10-17 চেমি। ব্লেডৰ দৈৰ্ঘ্য 3.5-6.5 চেমি। 

Type- Suman Kakati