Bamboo 20 - লাঠী বাঁহ Bandrocalamus Strictus
Kingdom: Assam
Clade: Tracheophytes
Clade: Angiosperms
Clade: Monocots
Clade: Commelinids
Order: Poales
Family: Poaceae
Genus: Dendrocalamus
Species: D. strictus
Rank: Species
Higher classification: Dendrocalamus
লাঠী বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত প্ৰচুৰ পৰিমাণে পোৱা যোৱা এদাল বাঁহ। এই বাঁহ দালৰ উচ্চতা 6-18 মিটাৰ হয়। গছ দালৰ ইণ্টাৰনোডবোৰ দৈৰ্ঘ্য 20-30 চেমি আৰু ব্যাস 2.5-12 চেমি হয়। কুলমৰ বেৰবোৰ অতি ডাঠ হয়। আৱৰণৰ সঠিক দৈৰ্ঘ্য 18-22 চেমি আৰু বহল 10-17 চেমি। ব্লেডৰ দৈৰ্ঘ্য 3.5-6.5 চেমি।
Type- Suman Kakati
0 Comments