ৰেকাৰিং ডিপজিট বন্ধ   

মহোদয়, 

    মাহে 150 টকা হিচাপে ৪৮ মাহৰ স্কীমত মই 2008 চনৰ জানুৱাৰী মাহৰ পৰা আপোনাৰ বেঙ্কত টকা জমা ৰাখি আহিছো। কিন্তু বৰ্ত্তমানে মোৰ ঘৰৰ আৰ্থিক সংকটৰ কাৰণে মই সেই জমা প্ৰকল্প বন্ধ কৰি দিবলৈ বাধ্য হৈছো। অনুগ্ৰহ কৰি বৰ্তমানলৈকে জমা কৰি অহা সেই টকাখিনি  অতি সোনকালে ঘূৰাই দিয়ে যেন।  

চহী......                                            (ঠিকনা)

           নাম-


Type-Bharat kalita 
Morigaon Assam