মোৰ বিদ্যালয়ত দুদিনৰ ছুটিৰ বাবে আৱেদন
প্ৰতি,
মাননীয় মতিৰাম বৰা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বাবে
তাৰিখ-20/12/2021
বিষয়- ছুটিৰ মনজুৰৰ বাবে আবেদন
এই যে যোৱা ১৮/12/2021 আৰু ১৯/12/2021 তাৰিখে মই স্কুলত উপস্থিত থাকিব পৰা নাছিলো তাৰ কাৰণ হল মোৰ জ্বৰ হৈ আছিল।
সেয়েহে মহোদয়ক অনুৰোধ জনাও যে, উক্ত দিনবোৰৰ বাবে ছুটি মনজুৰ কৰে যেন
আপোনাৰ একান্ত বাধ্য ছাত্ৰ
স্কুল-
নাম-
শ্ৰেণী-
ৰোল নং-