দাদালৈ লিখা চিঠি



    কেনে আছা দাদা, আশা কৰো তুমি ভালে আছা। দাদা তোমাৰ চাগে চিন্তা হৈছিল 'ন' । তুমি চিন্তা নকৰিবা মই ভালে-ভালে কলেজত উপস্থিত হলোহি। আৰু ভাড়াঘৰো কলেজৰ উচৰতে পাই গলো। তোমাৰ চিন্তা হৈছে চাগে নতুন ঠাই, নতুন কলেজ আৰু ইমান ডাঙৰ গুৱাহাটী চহৰ এখনত আছো। তুমি ভাবিছিলা যে কলেজৰ লৰা-ছোৱালীবোৰ লগত মিলিব পাৰিছো নে নাই। হয়নে নহই  দাদা। তেনেহলে শুনা মই এই কলেজৰ ল'ৰা-ছোৱালোবৰৰ মাজত ভালদৰে মিলিব পাৰিছো তুমি চিন্তা নকৰিবা। আৰু মই নতুন বন্ধুবোৰৰ মাজত চা-চিনাকি হলো। খোৱা-বোৱাৰ ইয়াত ঠিক সময়তে হৈ থাকে। তোমালোকে চিন্তা নকৰিৱা। আৰু এটা কথা দাদা গাওঁৰ মানুহৰ দৰে ইয়াত মানুহবোৰ সম্পূৰ্ণ বেলেগ। ইয়াত মানুহ বোৰ সুবেই ব্যয়স্থ।

    দাদা তোমালোতকে চিন্তা নকৰিবা মই ভালে আছো আৰু মোৰ পঢ়া-শুনাৰো ভালে চলি আছে।

    চিঠিখন পালে সোনকালে উত্তৰ দি মোৰ মনৰ চিন্তা দূৰ কৰিবা।


ইতি,

তোমালোকৰ মৰমৰ ধন



Type - Prabal Konwar 

Morigaon Assam



Post ID : DABP003213