দেউতা বা মালৈ লিখা চিঠি


মৰমৰ দেউতা / মা

    আজি বহুদিন ধৰি আপোনাৰ পৰা কোনো চিঠি বা খবৰ পোৱা নাই। আশা কৰো আপুনি ভালে আছে।

    দেউতা শুনি সুখী হব যে, মোৰ পঢ়াশুনা ভালদৰে চলিছে। ভাইটি আৰু দাদা পঢ়াশুনা কেনে চলিছে  তেও ঁলোকক জনাব যে অহা 01/02/2022 তাৰিখে মই ঘৰলৈ যাম আৰু মই তেওঁলোকক চাবলৈ বৰ মন গৈ আছে। 

    আজিলৈ বিশেষ নাই। চিঠি পালে সোনকালে উত্তৰ দি মোৰ চিন্তা দূৰ কৰিবা। 

আপোনাৰ স্নেহৰ

..................।

Type-Bharat kalita 

Morigaon Assam