প্ৰমাণ পত্ৰ বাবে আৱেদন
প্ৰতি,  
    মাননীয় মৰিগাওঁ টাউন উচ্চতম মাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক মহোদয় সমিপেশু।
        
বিষয়ঃ জন্মৰ প্ৰমাণ পত্ৰ বাবে আৱেদন 
তাৰিখঃ 20/11/2021

মহাশয়, 

    বিনীত নিবেদন এই যে, মই আপোনাৰ স্কুলৰ প্ৰাক্তন ছাত্ৰ। 2018 চনত 70 শতাংশ নম্বৰ পাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিলো। গতিকে আশাকৰো অতি সোনকালে মোক উচ্চ প্ৰমাণ পত্ৰখন প্ৰদান কৰে। এয়ে মোৰ মহোদয়  উচৰত সৰল প্ৰাৰ্থনা।
                
ইতি,

    আপোনাৰ বিশ্বাসী ছাত্ৰ 
শ্ৰী যুগল শুদ্ধি


Morigaon Assam