বিয়াৰ বাবে বন্ধু / বান্ধবীক অভিনন্দন

       

মৰমৰ..........

    তোৰ বিয়াৰ বাবে আন্তৰিক শুভেচ্ছা জনালো। তোৰ বিয়ালৈ যাবলৈ বৰ কৈ ইচ্ছা আছিল, কিন্তু ঠিক সেই সময়তে মই........ৰ কাৰমে ব্যস্ত থাকিব লগা হল বাবে যাব নোৱাৰিলো। মই বিয়াত উপস্থিত থাকিব নোৱাৰা কথাটো বিশেষকৈ  ধৰি নাথাকিবা। মই নিশ্চিত যে তোৰ নতুন জীৱন সুখৰ হব। আশা কৰো খুব সোনকালে তোৰ সৈতে দেখা হব।

    মোৰ আন্তৰিক শুভেচ্ছা জনালো।

    মোৰ আন্তৰিক মৰম জনাই আজিলৈ সামৰিছোঁ।

ইতি

..........।


Type-Bharat kalita 

Morigaon Assam