জন্মদিন উপলক্ষ্যে বন্ধুক নিমন্ত্ৰণ কৰা চিঠি

 

    মৰমৰ......

    মই আনন্দৰে সৈতে তোমাক জনাইছো যে অহা কালি ৰবিবাৰ ২৯ জানুৱাৰী সন্ধিয়া আমাৰ বাসভৱনত মোৰ জন্মদিন উৎসৱ অনুষ্ঠিত হব। সেই অনুষ্ঠানত তুমি উপস্থিত থাকিবই লাগিব। কোনো আপত্তি নচলিব। সেই অনুষ্ঠানত তোমাৰ উপস্থিতিয়ে আমাৰ সকলোকে আনন্দ প্ৰদান কৰিব। ইয়াৰ উপৰি নৃত্য গীতৰো আয়োজন কৰা হৈছে। সেই অনুষ্ঠানতে তুমি তোমাৰ কেইজনমান অন্তৰঙ্গ বন্ধুকো লগ পাবা।

    আজিলৈ বিশেষ নিলিখো। লগ পালে সবিশেষ কথা কম। মোৰ মৰম লবা।

ইতি .........।

তোমাৰ মৰমৰ........।


Type-Bharat kalita 

Morigaon Assam