মাধৈ বাঁহ | Dendrocalamus Giganteus | Assam and North East Bamboo Species | scientific Name Dendrocalamus Giganteus | অসমৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাঁহৰ নাম | Bamboo Picture |
Bamboo 18 - মাধৈ বাঁহ Dendrocalamus Giganteus
Scientific Name: Dendrocalamus Giganteus
Kingdom: Assam
Clade: Tracheophytes
Clade: Angiosperms
Clade: Monocots
Clade: Commelinids
Order: Poales
Family: Poaceae
Genus: Dendrocalamus
Species: D. giganteus
মাধৈ বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত কিছু কিছু ঠাইত পোৱা যোৱা এদাল বাঁহৰ প্ৰজাতি। বাঁহ দালৰ উচ্চতা 20-30 মিটাৰ আৰু ব্যাস 20-30 চেমি হয়। এই বাঁহ দাল কুলমৰ সৈতে গোটত গজি উঠে, আৰু সাধাৰণতে এই বাঁহ দাল 30 মিটাৰ (98 ফুট) উচ্চতা হয়, কিন্তু অৰুণাচল প্ৰদেশত এটা প্ৰজাতি 42 মিটাৰ উচ্চতাত হয়। অনুকূল পৰিস্থিতিত, ই প্ৰতিদিনে 40 চেমি লৈকে বৃদ্ধি হ'ব পাৰে। আনহাতে ইয়াৰ ইণ্টাৰনোডৰ দৈৰ্ঘ্য 25-40 চেমি আৰু ব্যাস 10-35 চেমি হয়। ব্লেডটো ত্ৰিভুজাকাৰ, 7-10 চেমি দীঘল।
Type- Suman Kakati