মই অকল শৰীয়া । অসমীয়া কবিতা দীক্ষা বৰা | Dikha Bora Poem | Assamese Poem Dikha Bora |

মই অকল শৰীয়া


মানুহবোৰ থাকিও এনে লাগে যেন মই

অকলশৰীয়া,

নিস্তব্ধ জীৱন, সুবিশাল পৃথিৱীখন ত্যাগ

কৰিব মন,

ৰাতিৰ আকাশৰ তৰাবোৰে যেন হাত

বাওল দি মাতে,

জোনটোৱে যেন মোৰ লগত এষাৰ কথা পাতে

নাই মোৰ কোনো, মই অকল শৰীয়া,

এনেকুৱা লাগে মই বৰ দুৰভগীয়া।


দীক্ষা বৰা

অষ্টম শ্ৰেণী

ৰামেশ্বৰী সংঘ বিদ্য়ালয়।

Morigaon, Assam


Technology