মই অকল শৰীয়া
মানুহবোৰ থাকিও এনে লাগে যেন মই
অকলশৰীয়া,
নিস্তব্ধ জীৱন, সুবিশাল পৃথিৱীখন ত্যাগ
কৰিব মন,
ৰাতিৰ আকাশৰ তৰাবোৰে যেন হাত
বাওল দি মাতে,
জোনটোৱে যেন মোৰ লগত এষাৰ কথা পাতে
নাই মোৰ কোনো, মই অকল শৰীয়া,
এনেকুৱা লাগে মই বৰ দুৰ্ভগীয়া।
✍️ দীক্ষা বৰা
ৰামেশ্বৰী সংঘ বিদ্যালয়
মৰিগাঁও, অসম
ৰামেশ্বৰী সংঘ বিদ্যালয়
মৰিগাঁও, অসম
🎉 3 Million Views
সকলো পাঠকক আন্তৰিক ধন্যবাদ
সকলো পাঠকক আন্তৰিক ধন্যবাদ
🏆 Achievement Moment