Chapter 7


যৌথ কাৰবাৰ বা কোম্পানীঃ

অংশপত্ৰৰ হিচাপৰক্ষণ

JOINT STOCK COMPANIES:

ACCOUNTING FOR SHARE CAPITAL


1. Fill in the blank with appropriate words from the brackets.

(i) A company is ____ person. (an artificial/a natural) কোম্পানী এটা ____ ব্য়ক্তি। (কৃত্ৰিম/স্বাভাবি)

Ans: An artificial (কৃত্ৰিম)।


(ii) The most important feature of a company is ____. (Separate legal entity/limited liability). কোম্পানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিশেষত্ব হৈছে ইয়াৰ ____। (পৃথক আইগত সত্তা /সীমিত দেনা)

Ans: Separate legal entity(পৃথক আইগত সত্তা)।


(iii) Registration of a company is ____. (compulsory/optional) কোম্পানী পঞ্জীয়ন কৰাটো ____। (বাধ্য়তা মূলক/ইচ্ছাধীন)

Ans: Compulsory (বাধ্য়তা মূলক)।


(iv) The member of a company____ bind the company by his action. (can/cannot)কোম্পানী সভ্য় এজনে তেওঁৰ কামৰ দ্বাৰা কোম্পানীক দায়বদ্ধ ____ । (কৰিব পাৰে/কৰিব নোৱাৰে)

Ans: cannot (কৰিব নোৱাৰে)।


(v) A company ____ a separate legal entity. (has/has not) এটা কোম্পানীৰ পৃথক আইনগত সত্তা ____।(আছে/নাই)

Ans: Has (আছে)।


(vi) A company____ be registered. (must/may not) এটা কোম্পানী পঞ্জীয়ন কৰিব ____। (লাগে/নালাগে)

Ans: Must (লাগে)।


(vii) A company ____ sue and be sued in its own name. (can/cannot) কোম্পানীৰ নিজৰ নামত মোকৰ্দমা তৰিব ____ । (পাৰে/নোৱাৰে)

Ans: Can (পাৰে)।


(viii) A company ____ got a perpetual succession. (has/has not) এটা কোম্পানীৰ চিৰন্তন অনুক্ৰম ____ । (আছে/নাই)

Ans: Has (আছে)।


(ix) The liability of the members of a company is generally ____. (limited/unlimited) কোম্পানীৰ সভ্য়সকলৰ দেনাদায়িত্ব সাধাৰণতে ____ । (সীমিত/অসীমিত)

Ans: limited (সীমিত)।


(x) The minimum number of shareholder in cash public limited company is ____. (2/7/10) পাবলিক লিমিটেড কোম্পানীৰ ন্য়ূনতম আংশপত্ৰ ধাৰকৰ সংখ্য়া ____ জন। (2/7/10)

Ans: 7.


(xi) The minimum number of members in a private limited company is ____ (2/7/10) ঘৰুৱা কোম্পানীৰ ন্য়ূনতম সমস্য় সংখ্য়া ____ জন।(2/7/10)

Ans: 2.


(xii) The maximum number of members in a public limited company is ____ (50/limited by its on. of shares) পাবলিক লিমিটেড কোম্পানী সৰ্বাধিক সদস্য় সংখ্য়া ____ জন। (50/অংশপত্ৰৰ সংস্য়ৰ দ্বাৰা সীমিত)

Ans: limited by its on of shares (অংশপত্ৰৰ সংস্য়ৰ দ্বাৰা সীমিত)।


(xiii) The maximum number of members in a private limited company is ____ (50/200/1,000) ঘৰুৱা কোম্পানীৰ সৰ্বাধিক সদস্য় সংখ্য়া____ জন।(50/200/1,000)

Ans: 200.


(xiv) A public company must have atleast____ directors (2/3) এটা পাবলিক কোম্পানীৰ অতিকমেও ____ জন সঞ্চালক থাকিব লাগে। (2/3)

Ans: 3.


(xv) A private limited company must have atleast ____ directors (2/3) ঘৰুৱা কোম্পানী অতিক্ৰমেও ____ জন সঞ্চালক থাকিব পাৰে।

Ans: 2.


(xvi) The shareholder of a company is ____ for the acts of the company. (liable/not liable) কোম্পানী কামকাজৰ বাবে কোম্পানীৰ অংশপত্ৰধাৰক সকল ____ (দায়ী থাকে/দায়ী নাথাকে)

Ans: Not liable দায়ী নাথাকে)।


(xvii) For the floation of a public company atleast ____ members are required. (2/7) পাবলিক লিমিটেড কোম্পানী এটা আৰম্ভ কৰিবলৈ হ'লে অতিকমেও ____ জন সদস্য় প্ৰয়োজন। (2/7)

Ans: 7.


(xviii) The shares of a public limited company is ____ (transferable/non-transferable). পাবলিক লিমিটেড কোম্পানীৰ অংশপত্ৰৰসমূহ ____ (হস্তান্তৰযোগ্য়/হস্তান্তৰ অযোগ্য়)

Ans: transferable.(হাস্তান্তৰযোগ্য়)।


(xix) A ____ limited company puts restriction on the transfer of its shares. (public/private) এটা ____ লিমিটেড কোম্পানীয়ে ইয়াৰ অংশপত্ৰ হস্তান্ত বাধা অৰুপ কৰে। (পাবলিক/ঘৰুৱা)

Ans: Private(ঘৰুৱা)।


(xx) The objectives of a company are given in the ____. (Memorandum/Articles) ____ কোম্পালীৰ উদ্দেশ্য়ৰ বিষয়ে উল্লেখ থাকে।(স্মাৰকলিপিত/অন্তৰ্লিপিত)

Ans: Memorandum(স্মাৰকলিপিত)।


(xxi) Equity Shareholders are ____ .(creditors/owners/customers) সমাংশপত্ৰৰ ধাৰক সকল কোম্পানীৰ ____. (পাওনাদাৰ/মালিক/গ্ৰহক)

Ans: Owners(মালিক)।


(xxii) Preference shareholders are ____.(creditors/owners/customers) ঋণপত্ৰ ধাৰক সকল কোম্পানীৰ ____. (পাওনাদাৰ/মালিক/গ্ৰহক)

Ans: Owners(মালিক)।


(xxiii) Debentureholders are ____.(creditors/owner/customers) ঋণপত্ৰ ধাৰক সকল কোম্পানী____।(পাওনাদাৰ/মালিক/গ্ৰাহক)

Ans: Creditors(পাওনাদাৰ)।


(xxiv) Shares which carry preferential rights are called____ shares. (preference/equity) অগ্ৰাধিকাৰস্বত্ব যুক্ত অংশপত্ৰক____ অংশপত্ৰ বোলা হয়।(অগ্ৰাধিকাৰযুক্ত/সমাংশ)

Ans: Preference.(অগ্ৰাধিকাৰযুক্ত)।


(xxv) Preference shareholders have preferential rights as to ____.(dividend/dividend as well as at the time of the liquidation of the company) অগ্ৰাধিকাৰযুক্ত অংশপত্ৰ ধাৰকে ____ অগ্ৰাধিকাৰ পায়।(লাভাংশ/লাভাংশ আৰু কোম্পানীৰ অৱসানৰ সময়ত)

Ans: Dividend as well as at the time of the liquidation of the company (লাভাংশ আৰু কোম্পানীৰ অৱসানৰ সময়ত)।


(xxvi) A public limited company cannot issue ____ shares.(Preference/Equity/Deferred) এটা পাবলিক কোম্পানীয়ে ____ অংশপত্ৰ বিতৰণ কৰিৱ নোৱাৰে (অগ্ৰাধিকাৰযুক্ত/সমাংশ/বিলম্বত)

Ans: Deferred(বিলম্বত)।


(xxvii) Debentures represent a ____ loan to the company.(loan term/short term) ঋণপত্ৰই কোম্পানীয়ে এক ____ ঋণক বুজায়। (দীৰ্ঘম্য়াদী/হ্ৰস্বম্য়াদী)

Ans: Long term (দীৰ্ঘম্য়াদী)।


(xxviii) Prospectus is issued by a____ company.(private/public) ____ কোম্পানীয়ে অনুষ্ঠানপত্ৰ প্ৰকাশ কৰে। (ঘৰুৱা/পাবলিক)

Ans: Public(পাবলিক)।


(xxix) A company____ issue shares at a discount. (can/cannot) এটা কোম্পানীয়ে অংশপত্ৰ বাট্টাত বিলি____ (কৰিব পাৰে/কৰিব  নোৱাৰে)

Ans: cannot(কৰিব নোৱাৰে)।


(xxx) The portion of the share capital which can be called up only on the winding up of the company is called ____ capital. (Uncalled/Reserve) অংশপত্ৰৰ মূলধনৰ যি অংশ খিনি কেৱল কোম্পানীৰ অৱসানৰ সময়ত তলব কৰিব পাৰি তাক ____ মূলধন বোলে।(অতলবী/সঞ্চিত)

Ans: Reserve(সঞ্চিত)।


(xxxi) Share application account is in the nature of ____ account.(personal/real/nominal) অংশপত্ৰৰ আবেদন হিচাপ ____ হিচাপৰ প্ৰকৃতিৰ।(ব্য়ক্তিগত/বাস্তৱ/অবাস্তৱ)

Ans: personal(ব্য়ক্তিগত)।


(xxxii) Dividend is____ on the calls paid in advance by a shareholder. (payable/not payable) অংশধাৰকে আগতীয়াকৈ পৰিশোধ কৰা তলবী ধনৰ ওপৰত লাভাংশ ____।(দিয়া হয়/দিয়া নহয়)

Ans: Not payable(দিয়া নহয়)।


(xxxiii) Money received in advance from shareholder before it is actually called by the directors is ____ to Calls in Advance A/c (debited/credited) সঞ্চালক সকলে তলব কৰাৰ আগতে অংশপত্ৰধাৰকৰ পৰা আগতীয়াকৈ পোৱা ধনক অগ্ৰীম তলবীৰ অৰ্থ হিচাপত ____ কৰা হয়।(ডেবিট/ক্ৰেডিট)

Ans: Credited(ক্ৰেডিট)।


(xxxiv) Calls in advance is shown under ____ in the Balance Sheet of a company.(Share capital/Current liability) অগ্ৰিম তলবীৰ অৰ্থ কোম্পানীৰ উদ্বৃ পত্ৰৰ ____ অধীনত দেখুওৱা হয়।(অংশপত্ৰৰ মূলধন/চলিত দেনা)

Ans: Share capital (অংশপত্ৰৰ মূলধন)।


(xxxv) Calls in arrear shown as deduction from ____ capital. (Paid up/Called up) বাকা তলবীৰ অৰ্থ ____ মূলধনৰ পৰা বিয়োগ কৰি দেখুওৱা হয়। (আদায়ীকৃত/তলবী)

Ans: Called up (তলবী)।


(xxxvi) Securities premium cannot be utilised for (Paying dividend/Writing off preliminary expenses) প্রতিভৃতি  অধিহাব  কাৰণে ব্যৱহাৰ কৰিব নোৱাৰি। (লাভাংশ বিতৰণ/প্ৰাৰম্ভিক ব্যয় নাইকীয়া কৰিবৰ)

Ans: Paying dividend (লাভাংশ বিতৰণ)।


(xxxvii) Premium on issue of shares is shown in the - side of Balance Sheet. (Assets/ Liabilities) অংশপত্র বিলি কৰি পোৱা অধিহাৰ উদ্বৃত্ত পত্ৰৰ দিশত দেখুওৱা হয়। (সম্পত্তি/দেনা)

Ans: Liabilities (দেনা)।


(xxxviii) The discount on the issue of sweat equity share should not exceed ____ normally. (10 % / 15%/5%)  কমমূল্যৰ সমাংশপত্ৰত সাধাৰণতে দিব পৰা বাটাৰ পৰিমাণ ____অধিক হ'ব নালাগে। (10%/15/5%)

Ans: 10%


(xxxix) Discount on issue of shares is shown in the ____ side of the Balance Sheet. (Assets/Liabilitics) অংশপত্ৰৰ বাট্টা উদ্বৃত্ত পত্ৰৰ  ____ দিশত দেখুওৱা হয়। (সম্পত্তি/ দেনা)

Ans: Assets (সম্পত্তি)।


(xxxx) Discount on issue of shares is generally ____ in a few number of years. (Written off/Not written off) অংশপত্ৰৰ বাট সাধাৰণতে কেইবছৰ মানৰ ভিতৰত হিচাপৰ পৰা ____। (অৱলোপন কৰা হয়/অৱলোপন কৰা নহয়)

Ans: Written off (অৱলোপন কৰা হয়)।


(xxxxi) When shares are forfeited the share capital is debited by ____ amount (Called up/Paid up) অংশপত্র বাজেয়াপ্ত কৰোঁতে অংশপত্ৰৰ মূলধন হিচাপ ____ পৰিমাণেৰে ডেবিট কৰা হয়। (তলবী/আদায়ীকৃত)

Ans: Called up (তলবী)


(xxxxii) Shares can be forfeited for non-payment of ____ (Call money/Loan) পৰিশোধ নকৰা বাবে অংশপত্র বাজেয়াপ্ত কৰা হয়। (তলবী ধন ঋণ)

Ans: Call money ( তলবী ধন)।


(xxxxiii) When shares originally issued at discount is forfeited the discount amount in respect of them is to be____ (Cancelled/Not cancelled) প্ৰথমতে বাটাত বিলি কৰা অংশপত্ৰ বাজেয়াপ্ত কৰিলে উক্ত অংশপত্ৰৰ বাট্টাৰ পৰিমাণ ____। (কাটি দিয়া হয়/কাটি দিয়া নহয়)

Ans: Cancelled (কাটি দিয়া হয়)।


(xxxxiv) The profit on reissue of forfeited shares is transferred to ____ account (General reserve/Capital reserve) বুজেয়াপ্ত কৰা অংশপত্ৰ পুনৰ বিলি কৰোঁতে হোৱা লাভ ____ হিচাপলৈ স্থানান্তৰ কৰা হয়। (সাধাৰণ পুঁজি/মূলধনী পুঁজি)

Ans: Capital Reserve (মূলধনী পুঁজি)


Important Question Answer 

(For Paid User 300 for 1 Year)

Join our membership Plan 

(সকলো পাঠৰ Paid উত্তৰবোৰ চাব পাৰিব)











Type Nabajyoti Bora 



Post ID :DABP003651