পাঠ 11

আয়তন আৰু ভৰৰ জোখ


1. তলৰ এককবোৰ পৰিবৰ্তন কৰাঃ

a) 7 লিটাৰক মিলি লিটাৰলৈ

→ 7 x 1000 মিলি লিটাৰ

→ 7000 মিলি লিটাৰ


b) 8 লিটাৰ 250 মিলি লিটাৰক মিলি লিটাৰলৈ

→ 8 x 1000 মিলি লিটাৰ + 250 মিলিলিটাৰ

→ 8000 মিলি লিটাৰ + 250 মিলিমিটাৰ

→ 8250 মিলিলিটাৰ


c) 5.0125 লিটাৰক মিলি লিটাৰলৈ

→ 5 x 1000 মিলি লিটাৰ + 0.0125 x 1000 মিলি লিটাৰ

→5000 মিলি লিটাৰ + 12.5 মিলি লিটাৰ

→5012.5 মিলিলিটাৰ


d) 5620 মিলি লিটাৰক লিটাৰলৈ

→ 5620 ÷ 1000 

→ 5.62 লিটাৰ


e) 55 মিলি লিটাৰক লিটাৰলৈ 

→ 55 ÷ 1000

→ 0.055 লিটাৰ


f) 5 কি গ্ৰা ক গ্ৰামলৈ

→ 5 x 1000 গ্ৰাম

→ 5000 গ্ৰাম


g) 7 কিলোগ্ৰাম 250 ক গ্ৰামলৈ

→ 7 কি গ্ৰা x 1000 + 250 গ্ৰাম

→ 7000 গ্ৰাম + 250 গ্ৰাম

→ 7250 গ্ৰাম


h) 40 গ্ৰাম 30 মিলিগ্ৰামক মিলিগ্ৰাম

→ 40 গ্ৰাম x 1000 + 30 গ্ৰাম

→ 40,000 মিলিগ্ৰাম + 30 মিলিগ্ৰাম

→ 40030 মিলিগ্ৰাম


i) 9899 মিলিগ্ৰামক গ্ৰামলৈ

→ 9899 মিলিগ্ৰাম ÷ 1000

→ 9.899 গ্ৰাম


2. তলৰ সমস্য়াবোৰ সমাধান কৰা।

a) ৰমেনে বজাৰলৈ গৈ 5 কি গ্ৰা চাউল, 2 কি গ্ৰা দাইল আৰু 1 কি গ্ৰা চেনি মোনাখনত ভৰাই আনিলে। তেওঁৰ মোনাখনৰ বস্তুৰ ওজন গ্ৰামত প্ৰকাশ কৰা।

→ 5 কি গ্ৰা + 2 কি গ্ৰা + 1 কি গ্ৰা

→ 8 কি গ্ৰা


b) গধুৰ যান-বাহনৰ ওজন জোখা কেন্দ্ৰ এটাত এখন মিনি ট্ৰাকৰ ওজন 2950 কি গ্ৰা পালে। ট্ৰাকখনৰ ওজন কুইণ্টলত প্ৰকাশ কৰা।

→ 2950 কি গ্ৰা ÷ 100

→ 29.50 কি গ্ৰা


c) ময়ুৰীৰ জ্বৰ হওঁতে ডাক্টৰে আন দৰৱৰ লগতে পেৰাচিটামল 500 মিলি গ্ৰাম টেবলেট দিনে 3 বাৰকৈ খাবলৈ দিলে। যদি ডাক্টৰে 3 দিন খাবলৈ দিয়ে তেনেহ'লে ময়ূৰীয়ে কিমান গ্ৰাম পেৰাচিটামল খালে?

→ এটা পেৰাচিটামল টেবলেট = 500 মিলিগ্ৰাম

→3  টা পেৰাচিটামল টেবলেট = 3 x 500 মিলিগ্ৰাম

                                                 = 1500 মিলিগ্ৰাম

→ 3 দিনত খোৱা টোবলেটৰ পৰিমাণ = 3 x 1500 মিলিগ্ৰাম = 4500 মিলিগ্ৰাম = 4.5 গ্ৰাম


- Hiru Moni Bora