পাঠ ১২
তথ্য়ৰ ব্য়ৱহাৰ
1. বহিঃ খেলৰ দায়িত্বত থকা পৰিচালকে পাঁচখন বিদ্য়ালয়ৰ দৌৰ প্ৰতিযোগিতাৰ প্ৰতিযোগীৰ তালিকা তলত দিয়া ধৰণে দাগ চিহ্নৰে উল্লেখ কৰিছে।
| = 1,
= 3
= 4
= 5
ওপৰৰ তালিকাখন চাই তোমালোকে তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া।
a) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি ৰ্তিযোগীয়ে অংশগ্ৰহণ কৰিছে?
→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়।
b) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি ছোৱালী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?
→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়ৰ পৰা।
c) কোনখন বিদ্য়ালয়ৰ আটাইতকৈ বেছি ল'ৰা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?
→ জ্ঞানম প্ৰাথমিক বিদ্য়ালয়।
2. আন পাঁচখন বিদ্য়ালয়ৰ প্ৰতিযগীসকলৰ তালিকাকৰণ কৰাৰ বাবে খেল সৱকক দায়িত্ব দিলে। খেল সেৱকে প্ৰস্তুত কৰা তালিকাখনত দাগ চিহ্ন বহুৱাই সম্পূৰ্ণ কৰা।
* খেল সেৱকে সংগ্ৰহ কৰা তথ্য়সমূহ আলোচনা কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা।
a) মুঠ ল'ৰা প্ৰতিযোগীৰ সংখ্য়া কিমান?
→ 102
b) আটাইতকৈ কম ছোৱালীয়ে অংশগ্ৰহণ কৰা বিদ্যালয়খনৰ নাম কি?
→ কাজিৰঙা প্ৰাথমিক বিদ্য়ালয়।
c) কোনখন বিদ্য়ালয়ৰ পৰা আটাইতকৈ বেছি প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে?
→ ভূপেন হাজজৰিকাপ্ৰাথমিক বিদ্য়ালয়।
3. কোনটো প্ৰতিযোগীতাত কিমানজনকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে তাক বুজাবলৈ খেল সমিতিয়ে তলৰ তালিকাখন চিহ্নৰে প্ৰকাশ কৰিছে।
প্ৰতিযোগিতা |
ল’ৰা |
ছোৱালী |
মুঠ |
দৌৰ |
🙂🙂🙂🙂🙂🙂🙂 |
🙂🙂🙂🙂🙂🙂 |
65 |
কাবাডী |
🙂🙂🙂🙂🙂 |
🙂🙂🙂🙂🙂🙂🙂😶 |
63 |
ফুটবল |
🙂🙂🙂🙂🙂🙂😶 |
77 |
|
ৰীলে দৌৰ |
🙂🙂🙂🙂🙂 |
🙂🙂🙂🙂🙂🙂 |
55 |
* তালিকাখন চাই দলত বহি আলোচনা কৰা আৰু প্ৰশ্নৰ উত্তৰবোৰ দিয়া।
a) কোনটো খেলত আটাইতকৈ বেছি খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে?
→ ফুটবল।
b) কোনটো খেলত আটাইতকৈ কম খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে?
→ ৰীলে দৌৰ।
c) মুঠ কিমান সংখ্য়ক ছোৱালীয়ে খেলত অংশগ্ৰহণ কৰিছে?
→ 131।
d) কোনটো খেলত ছোৱালীৰ সংখ্য়া বেছি?
→ কাবাডী।
e) কাবাডী খেলতকৈ ফুটবল খেলত 14 গৰাকী খেলুৱৈ বেছি।
4. বাছনিৰ পৰা মূল খেলত অংশগ্ৰহণ কৰা খেলুৱৈৰ সংখ্য়া বুজাবলৈ তলৰ তালিকাখন প্ৰকাশ কৰিছে।
প্ৰতিযোগিতা |
মুঠ অংশগ্ৰহণকাৰী |
দৌৰ |
12 জন |
কাবাডী |
14 জন(দুটা দলত) |
ফুটবল |
22 জন(দুটা দলত) |
ৰীলে দৌৰ |
8 জন(দুটা দলত) |
* তালিকাখনৰ তথ্য়খিনি তলত দিয়া মতে দণ্ডচিত্ৰ আঁকি প্ৰকাশ কৰা হল।
* দণ্ডচিত্ৰ অধ্যয়ন কৰি উত্তৰ উলিওৱা।
a) ফুটবল খেলৰ বাবে কিমানজন বাছনি হৈছে?
→ 22 জন।
b) কোনটো বিভাগত আটাইতকৈ কম খেলুৱৈয়ে সুযোগ পাইছে?
→ ৰীলে দৌৰ।
c) কোনটো খেলত 15 জনতকৈ বেছি খেলুৱৈয়ে সুযোগ পাইছে?
→ ফুটবল।
5. ফুটবল ফাইনেল খেলা দল দুটাৰ খেলুৱৈসকলৰ নিজৰ তেজৰ গ্ৰুপৰ সম্পৰ্কীয় তথ্য় সংগ্ৰহ কৰাত তলৰ কথাখিনি পোৱা গ'ল।
A B AB O A B O A B O B O A B B O B A O B O A O B O A O B O AB
ওপৰৰ তথ্য়খিনিৰ পৰা তালিকাখন প্ৰস্তুত কৰা।
সম্পূৰ্ণ কৰা তালিকাখনৰ পৰা তলৰ খালী ঠাইবোৰ পূৰ কৰা।
a) O গ্ৰুপৰ খেলুৱৈ সংখ্য়া আটাইতকৈ বেছি।
b) AB গ্ৰুপটো আটাইতকৈ কম খেলুৱৈৰ মাজত আছে।
c) B তেজৰ গ্ৰুপৰ 10 জন খেলুৱৈ আছে।
d) তালিকাখনৰ তথ্য়খিনি কাষৰ জালিখনত দণ্ডচিত্ৰৰে প্ৰকাশ কৰা।
6. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য়সমূহৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতাত চাৰিখন ৰাজ্য়ই পোৱা পদকৰ তালিকা এনেধৰণৰ 一
অসম 一 সোণ - 22
ৰূপ - 18
মেঘালয় 一 সোণ - 12
ৰূপ - 22
অৰুণাচল প্ৰদেশ 一 সোণ - 10
ৰূপ - 15
মিজোৰাম 一 সোণ - 16
ৰূপ - 20
ওপৰৰ মেডেল পোৱাৰ হিচাপ চাই তালিকাত আৰু দণ্ডচিত্ৰত প্ৰকাশ কৰা।
ৰাজ্যৰ নাম |
সোণ |
ৰূপ |
মুঠ |
অসম |
22 |
18 |
40 |
অৰুণাচল প্ৰদেশ |
12 |
22 |
34 |
মিজোৰাম |
10 |
15 |
25 |
মেঘালয় |
16 |
20 |
36 |
- Hiru Moni Bora
Post ID : DABP005692
0 Comments