পাঠ ৪
গুণিতক আৰু উৎপাদক

        👉Book PDF Download

1. তলৰ সংখ্য়াবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজাঃ

























2. তলৰ উৎপাদক চকৰিটো সম্পূৰ্ণ কৰা















80ৰ উৎপাদক চকৰিঃ















3. তলৰ সংখ্যাবোৰৰ যিকোনো 5টা গুণিতক লিখাঃ
4ৰ গুণিতকঃ 4, 8, 12, 16, 20
5ৰ গুণিতকঃ 5, 10, 15, 20, 25
6ৰ গুণিতকঃ 6, 12, 18, 24, 30
10ৰ গুণিতকঃ 10, 20, 30, 40, 50

4. তলৰ সংখ্যা জালিখন চোৱা আৰু প্ৰশ্নসমূহৰ উত্তৰঃ

1

2

3

4

5

6

7

8

9

10

11

12

13

14

15

16

17

18

19

20

21

22

23

24

25

26

27

28

29

30

31

32

33

34

35

36

37

38

39

40

41

42

43

44

45

46

47

48

49

50

51

52

53

54

55

56

57

58

59

60

61

62

63

64

65

66

67

68

69

70

71

72

73

74

75

76

77

78

79

80

81

82

83

84

85

86

87

88

89

90

91

92

93

94

95

96

97

98

99

100



a) 4ৰ গুণিতকৰ ঘৰবোৰত সেউজীয়া ৰং কৰা।
b) 6ৰ গুণিতকৰ ঘৰবোৰত ৰঙা ৰং কৰা।
c) 10 ৰ গুণিতকৰ ঘৰবোৰত হালধীয়া ৰং কৰা।
d) সেউজীয় আৰু ৰঙা কোনকেইটা ঘৰত একেলগে পৰিছে? সংখ্য়াকেইটা লিখা।
e) 4 আৰু 5ৰ গুণিতকবোৰ লিখা।

20,40,60,80,100,.........................


f) 4 আৰু 5ৰ গুণিতকবোৰৰ ভিতৰত আটাইতকৈ সৰু গুণিতকটো কি? 20