পাঠ ৫
ত্ৰিমাত্ৰিক আৰু দ্বিমাত্ৰিক বস্তু


1. তলৰ তালিকাখন পূৰ কৰাঃ
























2. তলৰ প্ৰশ্নবোৰৰ পৰা উত্তৰটো বাচি উলিয়াই লিখাঃ
a) লুডু গুটি এটাৰ আকৃতিক হ’ল ত্ৰিমাত্ৰিক। (দ্বিমাত্ৰিক / ত্ৰিমাত্ৰিক)
b) তোমাৰ জ্যামিতি বাকচটো আয়তীয় ঘনক। ( ঘনক / আয়তীয় ঘনক )
c) আয়তীয় ঘনক এটাৰ দীঘ, প্ৰস্থ আৰু উচ্চতা আছে। ( দীঘ আৰু প্ৰস্থ / দীঘ, প্ৰস্থ আৰু উচ্চতা )
d) তুমি পঢ়ি থকা কিতাপখনৰ কাষ 6। ( 6 / 8 )
e) তুমি খেলা ৰবৰৰ বলটোৰ তল দুখন। ( এখন / দুখন )
f) ঘনক এটাৰ দীঘ, প্ৰস্থ আৰু উচ্চতাৰ জোখ সমান। (বেলেগ বেলেগ / সমান)
g) টৰ্চৰ বেটাৰী বেলনৰ উদাহৰণ। ( ঘনক / বেলন )
h) কাঠৰ পেঞ্চিলৰ জোঙটো শংকু আকৃতিৰ। ( চুঙা / শংকু )