Bamboo 19 - মুলি বাঁহ Melocanna Baccifera












মুলি বাঁহ হৈছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চল (North-East)ত প্ৰচুৰ পৰিমাণে পোৱা যোৱা েডাল বাঁহ। ইয়াৰ উচ্চতা 10-25 মিটাৰ ওখ হয়। এই বাঁহ দালৰ ফুল খুলোৱাটোৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই বাণহ দাল এদাল চিৰসেউজিয়া বাঁহ ইয়াক কাণ্ডবোৰ 10-20 মিটাৰ ওখ হয় আৰু  3-7 চেমি ব্যাস হয়। ষ্টেম আৱৰণবোৰ 10-15 চেমি দীঘল হয়।পাতবোৰ 15-30 চেমি দীঘল 2. 5-5 চেমি বহল, আয়তাকাৰ লেন্সোলেট দীঘল-জোঙা মুৰৰ হয়।  ইণ্টাৰনোডৰ দৈৰ্ঘ্য 25-50 চেমি, আৰু ব্যাস 1.5-15 চেমি হয়। আৱৰণসঠিক7-15 চেমি দীঘল আৰু 2.5-15 চেমি বহল। ব্লেডবোৰৰ দৈৰ্ঘ্য 10-30 চেমি হয়। 

Type- Suman Kakati