নৰসিংহ বিষয়ে কিছু নজনা তথ্য । Narasimha | বিষয়ে কিছু চমু তথ্য়
পৃথিৱীত অন্যায় নাশ কৰিবলৈ ভগৱান বিষ্ণুৱে সময়ে সময়ে বিভিন্ন অৱতাৰ ধৰণা য শাস্ত্ৰৰ মতে বিষ্ণুৰ অৱতাৰ প্ৰধানকৈ দহটা। তাৰে নৰিসংহ তৃতয়ী অৱতাৰ। বিষ্ণপবৈৰ হিৰণযকশিপুৰ দৰ্প চৃৰ্ণ কৰি প্ৰহ্লাদক ৰক্ষা কৰিবলৈ বিষ্ণুৱে নৰসিংহ ৰুপ ধাৰণা কৰিছিল। পুৰাণ, উপনিষদৰ লগতে অন্যন্যা পৌৰাণিক হিন্দু ধৰ্মগন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা যায়। তেওঁক দিষ্টৰ দমন আৰু শিষ্টৰ পালনৰ প্ৰতীক বুলি গণ্য কৰা হয়। ককাঁলৰ ওপৰ অংশ সিংহ আৰু তলৰ অংশ মানুহৰ আকৃতিৰ দৰে ৰূপ লোৱা নৰসিংহৰূপী বিষ্ণুৱে হিৰণ্যকশিপুক লখেৰে বিদাৰ বধ কৰিছিল।
(Apurba Kakati)