সাংবিধানিক দৰ্শন


THE PHILOSOPHY OF THE CONSTITUTION

অনুশীলনী

(১) তলত কিছুমান আই উল্লেখ আছে। সেইবোৰ কোনো মূল্য়বোধৰ লগত সংযুক্তনে? যদি হয়, তেনেহলে তলৰ কোনটো? কাৰণ দৰ্শোৱা।

(ক) পৰিয়ালৰ সম্পত্তি সমানভাৱে জীয়ৰী আৰু পুত্ৰৰ মাজত ভাগ কৰা হয়নে?
(খ) গ্ৰাহকৰ আহৰণ কৰা বয়-বস্তুসমূহৰ ওপৰত বিভিন্ন বিক্ৰীকৰ আছে নেকি? 
(গ) ধৰ্মীয় আদেশ কোন ধৰণৰ স্কুলত দিব নালাগে।
(ঘ) কোনো ধৰণৰ ভিক্ষাৰী বা বলপূৰ্ৱক শ্ৰমত লিপ্ত হ'ব নালাগে।

(২) তলত উল্লেখিত কোনটো এই বাক্য় সম্পূৰ্ণ সম্পূৰ্ণ কৰাত ব্য়ৱহাৰ কৰিব নোৱাৰি? গণতান্ত্ৰিক ৰাষ্ট্ৰসমূহত এখন সংবিধানৰ বাবে প্ৰয়োজন হয়-

* চৰকাৰৰ ক্ষমতাসমূহ পৰীক্ষা কৰা।
* সংখ্য়ামূলক সংখ্য়াগৰিষ্টতাৰ পৰা ৰক্ষা কৰা।
* ঔপনিবেশিক শাসনৰ পৰা স্বতন্ত্ৰতা অনা।
* দীৰ্ঘকালীন দৃষ্টিভঙ্গী এটা পোৱাৰ বাবে আণি আমাৰ আৰ্থিক লোকচান ভৰিব নোৱাৰো।
* সামাজিক পৰিৱৰ্তন অনাৰ বাবে শান্তিৰ সহায় ল'ব লাগে।

(৩) তলত সাংবিধানিক সভাৰ বিতৰ্কসমূহ অধ্য়য়ণ আৰু জনাৰ বিভিন্ন পৰ্যায়সমূহ উল্লেখিত আছে-

* তলৰ কোনটো বাক্য়ই সাংবিধানিক সভাৰ বিতৰ্কসমূহ বৰ্তমানেও প্ৰচলিত বুলি উল্লেখ কৰিছে? আৰু কোনকেইটা অপ্ৰচলিত?

* কোনকেইটাৰ স্থিতি তোমালোকে মানি লোৱা আৰু কিয়?
(ক) সৰ্বসাধাৰণ লোকে তেওঁলোকৰ জীৱিকা নিৰ্বাহ াৰু জীৱনৰ বিভিন্ন সমস্য়া সমাধানতে ব্য়স্ত থাকে। তেওঁলোকে এই বিতৰ্কসমূহৰ বিধিগত ভাষাক বুজি নাপায়।

(খ) বৰ্তমানৰ অৱস্থা আৰু প্ৰত্য়াহ্বান সংবিধান প্ৰস্তুত কৰা সময়তকৈ বেলেগ। সংবিধান প্ৰণেতাসকলে কৰা চিন্তা অধ্যয়ণ কৰি আৰু সেইবোৰ বৰ্তমান যুগত ব্য়ৱহাৰ কৰি আমি অতীতটো বৰ্তমানলৈ আনিবলৈ চেষ্টা কৰোঁ।

(গ) আমাৰ বিশ্বখন জনা বিভিন্ন পদ্ধতি আৰু বৰ্তমানৰ প্ৰত্য়াহ্বানসমূহ সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা নাই।সংবিধান সবাৰ বিতৰ্কসমূহে আমাৰ বিভিন্ন কাৰ্য্যসমূহৰ গুৰুত্বৰ বিষয়ে যুক্তি আগবঢ়াব পাৰে। সাংবিধানিক কাৰ্য্যসমূহ যেতিয়া প্ৰত্য়াহ্বিত হয় আমি আমাৰ ধ্বংসৰ কাৰণ জনা নাছিলো। 

(৪) বাৰতীয় সংবিধান আৰু  পাশ্চাত্য় ধাৰণাৰ পাৰ্থক্য় বহলাই লিখা-
তলত উল্লেখিত বিষয়বস্তুৰ সহায়ত-
(ক) ধৰ্মনিৰপেক্ষতাৰ ভিত্তিত
(খ) অনুচ্ছেদ ৩৭০, আৰু ৩৭১
(গ) দৃঢ় পদক্ষেপ
(ঘ) সাৰ্বজনিন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ

(৫) ভাৰতীয় সংবিধানত তলত উল্লেখিত কোনকেইটা ধৰ্মনিৰপেক্ষ নীতি বলবৎ কৰা হৈছে?
(ক) ৰাজ্য়ৰ ধৰ্মৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই।
(খ) ৰাজ্য় আৰু ধৰ্মৰ মাজত ঘনিষ্ট সম্পৰ্ক
(গ) ৰাজ্য়ই ধৰ্মসমূহৰ মাজত ভেদা-ভেদ ানিব নোৱাৰে।
(ঘ) ৰাজ্য়ই ধৰ্মীয় গোটসমূহৰ অধিকাৰক নিৰ্ধাৰণ কৰিব পাৰে।
(ঙ) ৰাজ্য়ৰ ধৰ্মীয় কাৰ্য্যৰ ক্ষেত্ৰত সীমিত ক্ষমতা থাকে।

(৬) তলত উল্লেখ থকাসমূহৰ মিল দেখুওৱা



(৭) এই আলোচনা এটা শ্ৰেণীত কৰা হৈছে। বিভিন্ন মতামতসমূহ অধ্যয়ণ কৰি কোনকেইটা তুমি মানি লৈছা াৰু কোনকেইটা মানি লোৱা নাই-

জয়েচঃ মই ভাৱো আমাৰ সংবিধানখন এখন আহৰিত দলিল।

চাবাঃ তমি ক'ব বিচাৰিছা নেকি যে, তাত কোনো ভাৰতীয় দ্ৰশন নাই? কিন্তু, তাত কিছুমান ভাৰতীয় আৰু পাশ্চাত্য় মূল্য়বোধ আৰু ধাৰণা আছে নেকি? পূৰুষ আৰু নাৰীৰ মাজত সমতা মানি লোৱা। তাত পাশ্চাত্য় কি আছে নো? আৰু এযা থকা সত্ত্বেও আমি ইয়াক নাকচ কৰিব পাৰো নেকি? কাৰণ ই পাশ্চাত্য়?

জয়েচঃ মই ক'ব বিচাৰিছো যে, বৃটিছৰ লগত স্বাধীনতা আন্দোলনৰ পিচত তেওঁলোকৰ সংসদীয় চৰকাৰ ব্য়ৱস্থা প্ৰয়োগ কৰা নাই নেকি?

নেহাঃ তুমি পাহৰিছা নেকি, বৃটিছ শাপনৰ বিৰোধীতা কৰোতে আমি প্ৰকৃততে ঔপনিবেশিকতাৰ নীতিসমূহকহে বিৰোধীতা কৰিছিলো। আমাৰ চৰকাৰী ব্য়ৱস্থাৰ ক্ষেত্ৰত এইটো গুৰুত্ব দিবলগীয়া কথা নহয় যে, আম কৰ পৰা আহৰণ কৰিছো।

(৮) কিয় ভাৰতীয় সংবিধানৰ অ-প্ৰতিনিধিত্ব বুলি কোৱা হয়? ই সংবিধানখনক অ-প্ৰতিনিধিত্ব কৰে নেকি? যুক্তিসংগত উত্তৰ দিয়া।

(৯) ভাৰতীয় সংবিধানৰ এক সীমাবদ্ধতা হ'ল, ই লিঙ্গ ন্য়য়ৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্ব দিয়া নাই। ইয়াক কেনেকৈ প্ৰমাণ কৰিবা? যদি তোমালোকে বৰ্তমান সংবিধান এখন প্ৰস্তুত কৰা, এই সীমাবদ্ধতাৰ ক্ষেত্ৰত কেনেধৰণৰ পদক্ষেপ আগবঢ়াবা?

(১০) তোমালোকে এই কথাৰ লগত সন্মত নে যে- 'এখন দৰিদ্ৰ উন্নয়ণসীল ৰাষ্ট্ৰত কিয় এইটো স্পষ্ট নহয় যে, কিছুমান মূল আৰ্থ-সামাজিক অধিকাৰ নিৰ্দেশাত্মক নীতিৰ অধ্যায়ত উল্লেখ কৰা আছে। কিন্তু, মৌলিক অদিকাৰসমূহৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য় হিছাপে উল্লেখ কৰা নাই?' যুক্তিসংগত উত্তৰ দিয়া। তুমি কি বুলি ভাৱা যে, নিৰ্দেশাত্মক নীতিৰ ক্ষেত্ৰত আৰ্থ-সামাজিক অধিকাৰসমূহ উল্লেখ কৰাৰ সম্ভৱপৰ কাৰণ?

Type: Sri Chinmay Kakati