UNIT-4

Political Institutions 

(ৰাজনৈতিক সংস্থা)


 EXERCISE-(অনুশীলনী)

১। অতি চমু প্ৰশ্ন :

 (ক) প্ৰাচীন অসমৰ শাসন ব্যৱস্থা কিহৰ ওপৰত প্ৰতিস্থিত আছিল ৰাজতন্ত্ৰনে প্ৰজাতন্ত্ৰ?

উত্তৰ : 


 (খ) প্ৰাচীন অসমৰ ৰাজনৈতিক সংস্থাৰ কেন্দ্ৰবিন্দু কি আছিল?

উত্তৰ : 


(গ) প্ৰচীন অসমৰ ৰজাসকলে নিজকে কাৰ বংশধৰ বুলি দাবী কৰিছিল?

উত্তৰ : 


(ঘ) ডুবি তাম্ৰলিপিত উল্লেখিত প্ৰথমে অভিষেক উৎসৱ পতা প্ৰাচীন অসমৰ ৰজাজন কোন?

উত্তৰ : 


(ঙ) ৰজাৰ মুখ্য পৰমাৰ্শদাতাক কি বুলি জনা গৈছিল?

উত্তৰ : 


 ২। চমুটোকা লিখা :

(ক) অভিষেক উৎসৱ

উত্তৰ : 


(খ) অশ্বমেধ ষজ্ঞ 

উত্তৰ : 


(গ) প্ৰাচীন অসমৰ মন্ত্ৰীপৰিষদ 

উত্তৰ : 


(ঘ) প্ৰাচীন অসমৰ ভূমি বন্দোবস্তি ব্যৱস্থা 

উত্তৰ : 


৩। ৰচনা ধৰ্মী প্ৰশ্ন :

(ক) প্ৰাচীন অসমৰ ৰজাৰ দায়িত্ব, কৰ্ত্তব্য আৰু গুণাৱলী সম্পৰ্কে কি জনা লিখা?

উত্তৰ : 


(খ) প্ৰাচীন অসমৰ ন্যায়িকা প্ৰশাসন বিষয়ে আলোচনা কৰা?

উত্তৰ : 


(গ) প্ৰাচীন অসমৰ ৰাজহ প্ৰশাসন ব্যৱস্থা বিষয়ে বৰ্ণনা কৰা?

উত্তৰ : 


(ঘ) প্ৰাচীন অসমৰ প্ৰাদেশিক বা স্থানীয় শাসন ব্যৱস্থা বিষয়ে কি জানা লিখা?

উত্তৰ : 


Type-Bharat Kalita 



Post ID :DABP003616