তাপোবান বনভূজৰ স্থান অসমৰ এক অন্যতম বনভূজ স্থলী।






    তাপোবান বনভূজৰ স্থান চন্দ্ৰপুৰ বাগিচা অসমত আছে। ব্ৰহ্মপুত্ৰৰ পাৰত চন্দ্ৰপুৰ পাহাৰৰ কাষতে হোৱা বাবে অতি সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ গঢ়ি তুলিছে। প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশ চাবলৈ অসমৰ বিভিন্ন ঠাইৰ মানুহ বনভূজ স্থল হিচাপে বাছি লৈছে। পুৰণি বছৰ বিদায় আৰু নতুন বছৰ আকোৱালি লবলৈ প্ৰতি বছৰৰ ডিচেম্বৰ আৰু জানুৱাৰী মাহত যথেষ্ট লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। Google Map ৰ পৰা এই ঠাইখনৰ সঠিক স্থান লৈ আপোনালোকক অৱগত কৰিবলৈ সক্ষম হৈছোঁ।


তথ্য সংগহঃ Puspa Kakati