Bamboo 4 - কনককাই Thyrsostachys Oliveri
কনককাই Thyrsostachys Oliveri বাঁহ দাল হৈছে এদাল চিৰস্থায়ী চিৰসেউজিয়া উদ্ভিদ। থিয় কুলমবোৰ 15-25 মিটাৰ দীঘল হ'ব পাৰে; 50-70 মিমি ব্যাস হব পাৰে। বাহঁ গাঁঠিবোৰ 40-60 চেমি দীঘল হয়। এই বাঁহ দালত বহুতো পৰিমাণে কাণ্ড উৎপাদন হয়। বাঁহ দাল যঠেষ্ট পৰিমাণে পোন হয়। এই বাঁহ দাল অসমৰ উত্তৰ-পূৰ্বাঞ্চত (North-East) প্ৰচুৰ পৰিমাণে দেখিবলৈ পোৱা যায়।
Genus: Thyrsostachys;
Gamble Family: Poaceae
Kingdom: Assam
Clade: racheophytes
Clade: Angiosperms
Clade: Monocots
Clade: Commelinids
Order: Poales
Family: Poaceae
Subfamily: Bambusoideae
Tribe: Bambuseae
Subtribe: Bambusinae
Genus: Thyrsostachys
Type- Suman Kakati