Hridoy Presents DHEMALI  Vol - 7 

Song - Aaku Nobow 

Singer - Ridip Rankit (@Ridip Rankit The Universe )

Lyrics & Tune - 
Ridip Rankit  
Ramen Danah (@Ramen Danah Musical )

Music - Ujjwal Aarong 

Special Addition Tune - Bharat Saikia  
Mrinmoy Mrittik  
Kussum Kailash  (@Kussum Kailash World )

Mix & Mastered - Diganta Bordoloi  

 Recorded Studio - Srishti The Creative Eye , Moran  

Lyrical Video & Photography - Satyajit D Phukon ( @Satyajit D Phukon )

Digital Market & Media Diretor - Junaak Milon ( @Dhwani Music  )  

Lyrics:
দাদাৰ  সময় নাই হাততে পূৱাতে ওলাই কামলে 
নবৌনো যায় সদায় সদায় ল’ৰা স্কুলত থবলে   
স্কুল বহাৰ পাছতে  ন’বৌ যায় পাৰ্লাৰলে 
শুনিছো নবৌ তামাম popular 
পিলিঙা ডেকাৰ মাজতে 
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল 
জীৱনৰ আধা বাটতে  
লাগিব গণ্ডগোল 
হ’বা গৈ চাবা দেই অ’ ন’বৌ 
এলাগী মদাৰ ফুল

বান্দৰে বেজাৰ কৰে বেঙেনা বাৰীলৈ চাই 
নখজুৱা হ’লে গোটেই সোপা পেলালোহেতেন খায়  
ধুনীয়া ন’বৌ সাজি-কাচি যেতিয়া ওলাই যায়
চেনিৰাম কেইটাই ভাবে চাগে ( ইচ ৰাম )
এইজনীক পোৱা হ’লে পাই
ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল 
জীৱনৰ আধা বাটতে  
লাগিব গণ্ডগোল 
হ’বা গৈ চাবা দেই অ’ ন’বৌ 
এলাগী মদাৰ ফুল

অ’ ভন্টী দিপলীনা 
মাৰি থবা  নঙলা 
বাৰীৰে জপনা 
নহ’লে সোমাব উদঙীয়া জাকুৱা গৰু 
অ’ ভন্টী দিপলীনা 
বিয়া বাৰু কথা 
ভাবিলে ভয় লগা 
যেনি-তেনি যিবোৰ হে গৰম গৰম ঘটনা শুনো

ফুল বুলি ভাবি শূলকে
নকৰিবা দেই ভূল 
জীৱনৰ আধা বাটতে  
লাগিব গণ্ডগোল 
হ’বা গৈ চাবা দেই অ’ ন’বৌ 
এলাগী মদাৰ ফুল