বেংকৰ পৰা লোৱা ঋণ পৰিশোধ কৰিব নোৱাৰাৰ বাবে আবেদন

    প্ৰতি, 

মেনেজাৰ 

অসম গ্ৰামীণ বিকাশ বেংক 

শাখা - মৰিগাওঁ 

মহাশয়, 

    মই আপোনাৰ বেংকৰ পৰা ৭০০০ টকাৰ এটা কৃস্তি ঋণ লৈছিলো । মাহে ৭০০ টকাকৈ কিস্তি পৰিশোধ কৰাৰ চৰ্তত। যোৱা ৯ মাহ ধৰি মই এটা ডাঙৰ বেমাৰত পৰি আছো আৰু সেইহে অসুস্থ হৈ থকাৰ কাৰণে মোৰ চিকিৎসাৰতো বহুটো টকাৰ প্ৰয়োজন হ'ল। সেইবাবে বৰ্তমান মই কিস্তিৰ টকা পৰিশোধ কৰিব পৰা নাছিলো। অহা মাহত মই কিস্তিৰ টকা পৰিশোধ কৰিম। 

        এইয়ে মোৰ আপোনালোকৰ ওচৰত সৰল মিনতি  

নাম- 

ঠিকণা-

গাওঁ- 



Type- Chinmay Kakati