Arya Vidyapeeth College, Guwahati




আৰ্য বিদ্যাপীঠ মহাবিদ্যালখন 1958 চনৰ 29 জুলাইত প্ৰতিষ্ঠা কৰা হোৱাৰ পৰা উত্তৰ-পূৰ্ব ভাৰতৰ আৰু অসমৰ শৈক্ষিক প্ৰয়োজনীয়তা পূৰণ কৰি আহিছে।  মহাবিদ্যালখন গুৱাহাটীৰ মাজভাগত অৱস্থিত। মহাবিদ্যালয়খনে 1978 চনত কোএছআইপি কাৰ্যসূচী আৰম্ভ কৰিছিল।

আপোনালোকে যদি এই কলেজখনৰ বিষয়ে অলপ তথ্য দিব বিচাৰে তেনেহলে তলত দিয়া Emailলত Contact কৰক।


Type- Suman Kakati 



post ID : DABP003309