নতুন পাচবোকৰ বাবে আবেদন

প্ৰতি,

    বেঙ্ক মেনেজাৰ                                   (আবেদনকাৰি ঠিকনা)

          ..........বেঙ্ক,......শাখা,                                    তাৰিখ-


মহাশয়,

    আপোনাৰ বেঙ্কত মোৰ এটি চেভিংচ্ একাউন্ট আছে। সেই একাউন্তৰ নম্বৰ ........।

    সেইদিনা মই আপোনালোকৰ বেঙ্ক একাউন্ট চেন্টাৰ লৈ গৈ থাকোতে দুৰ্ভাগ্যবশত নদীত মোৰ  পাচবুকৰ বেগটো পৰি গ'ল আৰু সেয়েহে মোৰ নামত এটা নতুন পাচবোক দিবলৈ অনুৰোধ জনালো। ইয়াৰ বাবে মোৰ কিবা কৰিবলগিয়া থাকিলে অনুগ্ৰহ কৰি মোক জনাব বুলি আশা কৰিলো। 

    অতি সোনকালে বিহিত ব্যৱস্থা ললে অতি আনন্দিত হম।

ইতি 

আপোনালোকৰ বিশ্বাসী

..........................।




Type-Bharat Kalita 

Morigaon Assam